SEBA Class 6 Science MCQ Chapter 8 দেহৰ চলন

SEBA Class 6 Science MCQ Chapter 8 দেহৰ চলন Question Answer in Assamese Medium, Class 6 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 6 Science MCQ Chapter 8 দেহৰ চলন Notes and select need one.

SEBA Class 6 Science MCQ Chapter 8 দেহৰ চলন

Also, you can read the SCERT book online in these sections Class 6 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 6 Science MCQ Solutions for All Subject, You can practice these here.

দেহৰ চলন

Chapter – 8

MCQ

১। কামিহাড়বোৰে বুকুৰ হাড় আৰু ৰাজহাড়ৰ লগত লগ লাগি এটি বাকচ আকৃতিৰ গঠন কৰে। ইয়াক কি বুলি কোৱা হয়?

(i) কান্ধৰ হাড়।

(ii) কামিহাড়ৰ সঁজা।

(iii) অচল সন্ধি।

(iv) ৰাজ হাড়।

উত্তৰঃ (ii) কামিহাড়ৰ সঁজা।

২। হাড়ৰ সন্ধিয়ে দেহৰ চলনত সহায় কৰে।

(i) তেজৰ।

(ii) দেহৰ।

(iii) ওপৰৰ দুটাই শুদ্ধ।

(iv) এটাও নহয়।

উত্তৰঃ (ii) দেহৰ।

৩। কোনটো পেশী ইচ্ছামূলকভাৱে চলন কৰিব পৰা যায়?

(i) হৃদপেশী।

(ii) মাংসপেশী।

(iii) মুখৰ পেশী।

(iv) অন্ত্ৰৰ পেশী।

উত্তৰঃ (ii) মাংসপেশী।

৪। মানৱ দেহৰ মূৰটো কোন পেশীৰ দ্বাৰা সজীৱ থাকে?

(i) নৰ্ভ পেশী।

(ii) মুখৰ পেশী।

(iii) গলৰ পেশী।

(iv)  হৃদপেশী।

উত্তৰঃ (iii) গলৰ পেশী।

৫। মানৱ দেহৰ কোনটো অংগৰ চলনৰ বাবে মাংসপেশী যোৰা হৈছে?

(i) হাঁহিঁ।

(ii) চকু।

(iii) গাল।

(iv) ভৰি।

উত্তৰঃ (iv) ভৰি।

৬। কোনটো হাড় দেহৰ অধিক চলন কৰা হাড়ৰ অন্তৰ্গত নহয়?

(i) বাহুৰ হাড়।

(ii) মাকুৰা হাড়।

(iii) মূৰৰ হাড়।

(iv) ঘাৰ হাড়।

উত্তৰঃ (iii) মূৰৰ হাড়।

৭। উৰ্দ্ধ হনু কি?

(i) লৰচৰ কৰিব নোৱাৰা সন্ধি।

(ii) ধাৰা অপ্ৰতিৰোধী শৰীৰ।

(iii) বতাহত উৰিব পাৰে।

(iv) এটাও নহয়।

উত্তৰঃ (i) লৰচৰ কৰিব নোৱাৰা সন্ধি।

৮। মাংসপেশীৰ অনুক্ৰমিত সংকোচন আৰু শিথিলতাৰ ফলত কি হয়?

(i) হৃদৰোগ।

(ii) দেহৰ চলন।

(iii) ক্ষুধা।

(iv) আঘাত।

উত্তৰঃ (ii) দেহৰ চলন।

৯। কিহৰ বাবে পেশী ওফন্দি উঠে?

(i) চলনৰ।

(ii) সংকোচনৰ।

(iii) হাড়ৰ।

(iv) হুদপিণ্ডৰ।

উত্তৰঃ (ii) সংকোচনৰ।

১০। যেতিয়া পেশীবোৰ সংকুচিত হয় তেতিয়া পেশীবোৰ কি হয়?

(i) চুটি।

(ii) কঠিন।

(iii) ডাঠ।

(iv) কোমল।

উত্তৰঃ (ii) চুটি।

১১। পেশীয়ে কি ভাৱে কাম কৰে?

(i) যুৰীয়াভাৱে।

(ii) কঠিনভাৱে।

(iii) সহজভাৱে।

(iv) এটাও নহয়।

উত্তৰঃ (i) যুৰীয়াভাৱে।

১২। বহুতবোৰ আঙঠি ইটোৰ লগত সিটো লগলাগি কাৰ শৰীৰ গঠিত?

(i) কেঁচুৰ।

(ii) শামুকৰ।

(iii) পঁইতাচোৰাৰ।

(iv) জেঠীৰ।

উত্তৰঃ (i) কেঁচুৰ।

১৩। পঁইতাচোৰাৰ পৃথক  আছে।

(i) পাখি।

(ii) পেশী।

(iii) হাড়।

(iv) ছাল।

উত্তৰঃ (ii) পেশী।

১৪। বাহুৰ চলনৰ বাবে দায়ী মাংসপেশী কোনটো?

(i) বায়চেপ্‌ছ।

(ii) ত্ৰাইচেপ্‌ছ।

(iii) হৃদপেশী।

(iv) মুখৰ পেশী।

উত্তৰঃ (i) বায়চেপ্‌ছ।

১৫। দেহৰ অন্তৰ্গত হাড়ৰ সংখ্যা কিমান?

(i) ১০৬

(ii) ২০৬

(iii) ৩০৬

(iv) ৪০৬

উত্তৰঃ (ii) ২০৬

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top