SEBA Class 6 Science MCQ Chapter 3 আঁহৰ পৰা কাপোৰলৈ

resppost2025

SEBA Class 6 Science MCQ Chapter 3 আঁহৰ পৰা কাপোৰলৈ Question Answer in Assamese Medium, Class 6 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 6 Science MCQ Chapter 3 আঁহৰ পৰা কাপোৰলৈ Notes and select need one.

SEBA Class 6 Science MCQ Chapter 3 আঁহৰ পৰা কাপোৰলৈ

Also, you can read the SCERT book online in these sections Class 6 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 6 Science MCQ Solutions for All Subject, You can practice these here.

আঁহৰ পৰা কাপোৰলৈ

Chapter – 3

MCQ

১। মৰাপাটৰ আঁহবোৰ ক’ৰ পৰা আহৰণ কৰা হয়?

(i) পাতৰ পৰা। 

resppost2025

(ii) গা-গছ বা কাণ্ডৰ পৰা।

(iii) ফুলৰ পৰা।

(iv) মাটিৰ পৰা।

sqare

উত্তৰঃ (b) গা-গছ বা কাণ্ডৰ পৰা।

২। ভাৰতবৰ্ষত মৰাপাটৰ খেতি কোন কোন ৰাজ্যত প্রধানকৈ কৰা হয়?

(i) পশ্চিমবঙ্গ, বিহাৰ আৰু অসম।

(ii) মধ্য প্ৰদেশ, ছত্তীশগড় আৰু ওড়িশা।

sqare

(iii) কৰ্ণাটক, তামিলনাডু আৰু কেৰল।

(iv) মহাৰাষ্ট্ৰ, গুজৰাট আৰু পাঞ্জাৱ।

উত্তৰঃ (i) পশ্চিমবঙ্গ, বিহাৰ আৰু অসম।

sidebar2026

৩। মৰাপাটৰ খেতি সাধাৰণতে কোন ঋতুত কৰা হয়?

(i) গ্ৰীষ্মকালত।

2026

(ii) বসন্তকালত।

(iii) শীতকালত।

(iv) বাৰিষা কালত।

উত্তৰঃ (iv) বাৰিষা কালত।

৪। কপাহৰ খেতি সাধাৰণতে কোন ধৰণৰ মাটিত ভাল হয়?

sidebar2026

(i) বালিৰ মাটি।

(ii) ক’লা মাটি।

(iii) শিলামাটি।

(iv) পলসুৱা মাটি।

উত্তৰঃ (ii) ক’লা মাটি।

৫। তলৰ কোনটো কৃত্ৰিম আঁহৰ উদাহৰণ?

(i) তুলা।

(ii) জন্তুৰ নোম।

(iii) ৰেচম।

(iv) পলিয়েষ্টাৰ।

উত্তৰঃ (iv) পলিয়েষ্টাৰ।

৬। যোৱা কিমান বছৰত ৰাসায়নিক দ্ৰৱ্যৰ পৰা আঁহ তৈয়াৰ কৰা হৈছে?

(i) একশ বছৰ।

(ii) পাঁচ বছৰ।

(iii) পঞ্চাশ বছৰ।

2026

(iv) এক হাজাৰ বছৰ।

উত্তৰঃ (i) একশ বছৰ।

৭। পুৰণিকালত ভাৰতীয় সকলে কোনখন নদীৰ ওচৰৰ অঞ্চলত হোৱা কপাহেৰে তৈয়াৰী পোছাক পিন্ধিছিল?

(i) গংগা।

(ii) যমুনা।

(iii) নীল নদ।

(iv) ব্ৰহ্মপুত্ৰ।

উত্তৰঃ (i) গংগা।

৮। আঁহৰ পৰা সূতা তৈয়াৰ কৰাৰ পদ্ধতিটোক কি বোলা হয়?

(i) বয়ন।

(ii) পোৰা।

(iii) সূতাকটা।

(iv) ৰং কৰা।

উত্তৰঃ (iii) সূতাকটা।

৯। তলৰ কোনটো পদ্ধতিৰে কাপোৰ প্ৰস্তুত কৰা হয়?

(i) পোৰা।

(ii) বয়ন।

(iii) ৰং কৰা।

(iv) মলোৱা।

উত্তৰঃ (ii) বয়ন।

2026

১০। কপাহৰ জোলাবোৰ ক’ৰ পৰা আহে?

(i) গছৰ ফল।

(ii) গছৰ পুলি।

(iii) গছৰ ফুল।

(iv) গছৰ পাত।

উত্তৰঃ (i) গছৰ ফল।

১১। সূতা কিহৰ পৰা তৈয়াৰ কৰা হয়?

(i) আঁহ।

(ii) কাণ্ড।

(iii) প্রাণী।

(iv) নাৰিকল।

উত্তৰঃ (i) আঁহ।

১২। বৃহৎ পৰিমাণৰ সূতা কাটিবলৈ কি ব্যৱহাৰ কৰা হয়?

(i) কাঁচি।

(iii) মাত্ৰ হাত।

(iii) সূতাকটা যন্ত্ৰ।

(iv) বয়ন যন্ত্ৰ।

উত্তৰঃ (iii) সূতাকটা যন্ত্ৰ।

১৩। কাপোৰত সূতাবোৰ একেলগ কৰা পদ্ধতিটোক কি বোলা হয়?

(i) বয়ন।

2026

(ii) ৰং কৰা।

(iii) পোৰা।

(iv) সূতাকটা

উত্তৰঃ (i) বয়ন।

১৪। তলৰ কোনটো সামগ্ৰী সাধাৰণতে ঊণৰ দ্বাৰা তৈয়াৰী হয়?

(i) কম্বল।

(ii) বিছনা চাদৰ।

(iii) টেবুল ক্লথ।

(iv) ঘৰৰ মচা কাপোৰ।

উত্তৰঃ (i) কম্বল।

১৫। সূতা কাটিবলৈ ব্যৱহাৰ কৰা সঁজুলিৰ নাম কি?

(i) কটাৰী।

(ii) টাকুৰী।

(iii) দাহ।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) টাকুৰী।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top