SEBA Class 6 Science MCQ Chapter 10 গতি আৰু দূৰত্বৰ জোখ-মাখ

SEBA Class 6 Science MCQ Chapter 10 গতি আৰু দূৰত্বৰ জোখ-মাখ Question Answer in Assamese Medium, Class 6 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 6 Science MCQ Chapter 10 গতি আৰু দূৰত্বৰ জোখ-মাখ Notes and select need one.

SEBA Class 6 Science MCQ Chapter 10 গতি আৰু দূৰত্বৰ জোখ-মাখ

Also, you can read the SCERT book online in these sections Class 6 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 6 Science MCQ Solutions for All Subject, You can practice these here.

গতি আৰু দূৰত্বৰ জোখ-মাখ

Chapter – 10

MCQ

১। পুৰণি কালত মানুহে কিদৰে চলাফুৰা কৰিছিল?

(i) কেমেৰাৰ মাধ্যমে।

(ii) বাছৰ মাধ্যমে।

(iii) গৰুৰ গাড়ী।

(iv) উৰাজাহাজৰ।

উত্তৰঃ (iii) গৰুৰ গাড়ী।

২। মঙ্গল গ্রহলৈ কিহেৰে গৈছিল?

(i) মহাকাশ যান।

(ii) ৰকেট।

(iii) উৰাজাহাজ।

(iv) ট্ৰেইন।

উত্তৰঃ (i) মহাকাশ যান।

৩। ছাত্র-ছাত্ৰীয়ে গৰমৰ বন্ধৰ দিনত ক’ত ফুৰিবলৈ গৈছিল?

(i) গুৱাহাটী।

(ii) নলবাৰী।

(iii) লক্ষীমপুৰ।

(iv) বৰপেটা।

উত্তৰঃ (i) গুৱাহাটী।

৪। জলপথেৰে চলাচল কৰা যন্ত্ৰটোৰ নাম কি?

(i) নাও।

(ii) জাহাজ।

(iii) বিমান।

(iv) গাড়ী।

উত্তৰঃ (i) নাও।

৫। কেতিয়া উৰাজাহাজৰ বিকাশ ঘটিছল?

(i) ১৯২০ চনত।

(ii) ১৯০০ চনত।

(iii) ১৯১২ চনত।

(iv) ১৯২২ চনত।

উত্তৰঃ (ii) ১৯০০ চনত।

৬। এক মিটাৰ মানে-চে: মি:-

(i) ১২০ চে: মি:

(ii) ১১০ চে: মি:

(iii) ১০০ চে: মি:

(iv) ১১৫ চে: মি:

উত্তৰঃ (iii) ১০০ চে: মি:।

৭। পাঁচ কিলোমিটাৰ মানে-মি:-

(i) ৫০০০ কি: মি:

(ii) ৩০০০ কি: মি:

(iii) ১০০০ কি: মি:

(iv) ৪০০০ কি: মি:

উত্তৰঃ (i) ৫০০০ মি:।

৮। দোলনাত শিশু এটাই কৰা গতি হৈছে?

(i) পৰ্যাবৃত্ত গতি।

(ii) ঘূৰ্ণন গতি।

(iii) কম্পন।

(iv) স্পন্দন।

উত্তৰঃ (ii) ঘূৰ্ণন গতি।

৯। চিলাই মেচিনৰ বেজিটোৰ গতি কি?

(i) কম্পন।

(ii) স্পন্দন।

(iii) পৰ্যাবৃত্ত গতি।

(iv) ঘূৰ্ণন গতি।

উত্তৰঃ (iii) পৰ্যাবৃত্ত গতি।

১০। বাইচাকেলৰ চকাৰ গতি হৈছে?

(i) বৃত্তীয় গতি।

(ii) পৰ্যাবৃত্ত গতি।

(iii) ঘূৰ্ণন গতি।

(iv) সঞ্চালন।

উত্তৰঃ (i) বৃত্তীয় গতি।

১১। নাৱৰ আকৃতি কেনেকুৱা?

(i) দীঘলীয়া।

(ii) ঘূৰণীয়া।

(iii) মধ্যম।

(iv) সৰু।

উত্তৰঃ (i) দীঘলীয়া।

১২। নাও কিহেৰে তৈয়াৰ কৰিছিল?

(i) কাঠেৰে।

(ii) বাঁহ।

(iii) প্লাষ্টিক।

(iv) শিল।

উত্তৰঃ (i) কাঠেৰে।

১৩। মানুহে কেতিয়া এঠাইৰ পৰা আন এঠাইলৈ আহা-যোৱা কৰিবলৈ কিহৰ ওপৰত নিৰ্ভৰ কৰিছিল?

(i) ভাপ ইঞ্জিন।

(ii) প্ৰাণীৰ ক্ষমতা।

(iii) চকাৰ উদ্ভাৱন।

(iv) বৈদ্যুতিক শক্তি।

উত্তৰঃ (ii) প্ৰাণীৰ ক্ষমতা।

১৪। ভাপ ইঞ্জিনৰ উদ্ভাৱনে কি নতুন উৎসৰ সূচনা কৰিছিল?

(i) বিদ্যুত।

(ii) প্ৰাণীৰ শক্তিৰ।

(iii) মেকানিকেল শক্তিৰ।

(iv) ধোঁৱাৰ।

উত্তৰঃ (iii) মেকানিকেল শক্তিৰ।

১৫। যি গতিয়ে নিৰ্দিষ্ট সময়ৰ ব্যৱধানত নিজেই পুনৰাবৃত্তি কৰে তাক কি গতি বুলি কোৱা হয়?

(i) বৃত্তীয় গতি।

(ii) পৰ্যাবৃত্ত গতি।

(iii) সৰল গতি।

(iv) ঘুৰ্ণন গতি।

উত্তৰঃ (ii) পৰ্যাবৃত্ত গতি।

১৬। এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ মানুহে কি ব্যৱস্থা ব্যৱহাৰ কৰে?

(i) একক পদ্ধতি।

(ii) পৰিবহণ।

(iii) বিমান।

(iv) মটৰ চাইকেল।

উত্তৰঃ (ii) পৰিবহণ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top