SEBA Class 6 Science MCQ Chapter 1 খাদ্যঃ আমি ক’ৰ পৰা পাওঁ?

SEBA Class 6 Science MCQ Chapter 1 খাদ্যঃ আমি ক’ৰ পৰা পাওঁ? Question Answer in Assamese Medium, Class 6 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 6 Science MCQ Chapter 1 খাদ্যঃ আমি ক’ৰ পৰা পাওঁ? Notes and select need one.

SEBA Class 6 Science MCQ Chapter 1 খাদ্যঃ আমি ক’ৰ পৰা পাওঁ?

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 6 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 6 Science MCQ Solutions for All Subject, You can practice these here.

খাদ্যঃ আমি ক’ৰ পৰা পাওঁ?

Chapter – 1

MCQ

১। ভাৰতৰ বিভিন্ন অঞ্চলত খোৱা খাদ্যৰ ভিন্নতা কিয় দেখা যায়?

(i) ভাষাৰ ভিন্নতাৰ বাবে।

(ii) ৰাজনৈতিক কাৰণৰ বাবে।

(iii) পৰিৱেশগত পৰিবৰ্তনৰ বাবে।

(iv) খাদ্যৰ বিভিন্ন উৎসৰ বাবে।

উত্তৰঃ (iv) খাদ্যৰ বিভিন্ন উৎসৰ বাবে।

২। আমাৰ খাদ্যৰ প্ৰধান উৎসবোৰ কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) কেৱল প্রাণী।

(ii) কেৱল শস্য।

(iii) কেৱল উদ্ভিদ।

(iv) উদ্ভিদ আৰু প্রাণী।

উত্তৰঃ (iv) উদ্ভিদ আৰু প্রাণী।

৩। যি প্ৰাণীয়ে কেৱল উদ্ভিদকে খাদ্য হিচাপে গ্ৰহণ কৰে, সিহঁতক কি বোলে?

(i) তৃণভোজী।

(ii) মাংসভোজী।

(iii) সৰ্বভোজী।

(iv) অজন্তভোজী।

উত্তৰঃ (i) তৃণভোজী।

৪। যি প্ৰাণীয়ে কেৱল প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰে, সিহঁতক কি বোলে?

(i) সৰ্বভোজী।

(ii) শাকাহাৰী।

(iii) তৃণভোজী।

(iv) মাংসভোজী।

উত্তৰঃ (iv) মাংসভোজী।

৫। যি প্ৰাণীয়ে উদ্ভিদ আৰু প্ৰাণী দুয়ো বিধকেই খাদ্য হিচাপে গ্ৰহণ কৰে, সিহঁতক কি বোলে?

(i) অজন্তভোজী।

(ii) মাংসভোজী।

(iii) তৃণভোজী।

(iv) সৰ্বভোজী।

উত্তৰঃ (iv) সৰ্বভোজী।

৬। কোন উদ্ভিদৰ মূল বা শিপা আমি সাধাৰণতে খাদ্য হিচাপে খাওঁ?

(i) গাজৰ।

(ii) আলু।

(iii) মূলা।

(iv) উলকবি।

উত্তৰঃ (iii) মূলা।

৭। সৰিয়হ গছৰ কি অংশৰ পৰা আমি তেল লাভ কৰোঁ?

(i) বীজ।

(ii) কাণ্ড।

(iii) মূল।

(iv) ফুল।

উত্তৰঃ (i) বীজ।

৮। সৰিয়হ গছৰ বীজবোৰে আমাক কি দিয়ে।

(i) তেল।

(ii) ফুল।

(iii) ফল-মূল।

(iv) পানী।

উত্তৰঃ (i) তেল।

৯। উদ্ভিদবোৰ আমাৰ খাদ্যৰ এবিধ?

(i) উৎপাদিত বস্তু।

(ii) অংশ।

(iii) উৎস।

(iv) প্ৰাণী।

উত্তৰঃ (iii) উৎস।

১০। সৰিয়হ গছৰ পাতবোৰ কি হিচাপে খাওঁ?

(i) মিঠাই।

(ii) শাক।

(iii) ফল।

(iv) শস্য।

উত্তৰঃ (ii) শাক।

১১। কোন উদ্ভিদৰ পৰা সাধাৰণতে শস্য আৰু মাহ পোৱা যায়?

(i) উদ্ভিদ।

(ii) গৰু।

(iii) ছাগলী।

(iv) ম’হ।

উত্তৰঃ (i) উদ্ভিদ।

১২। গাখীৰৰ পৰা তৈয়াৰী বস্তুসমূহৰ মূল উৎস কি?

(i) শস্য।

(ii) ঘিঁউ, দৈ, ছানা।

(iii) ফলমূল।

(iv) এটাও নহয়।  

উত্তৰঃ (ii) ঘিঁউ, দৈ, ছানা।

১৩। গাখীৰ কোন প্রাণীৰ পৰা লাভ হয়?

(i) হাঁহ।

(ii) পোহন।

(iii) মাছ।

(iv) গৰু, ছাগলী, ম’হ।

উত্তৰঃ (iv) গৰু, ছাগলী, ম’হ।

১৪। মৌ-মাখিবোৰে ফুলৰ পৰা কি সংগ্ৰহ কৰে?

(i) মৌ ৰস।

(ii) ফুল।

(iii) মৌ জোল।

(iv) তেল।

উত্তৰঃ মৌ ৰস।

১৫। খাদ্য উপকৰণৰ উৎস কি?

(i) এটাও নহয়।

(ii) মানুহ।

(iii) প্রাণী।

(iv) উদ্ভিদ।

উত্তৰঃ উদ্ভিদ।

১৬। মাখন ক’ৰ পৰা লাভ হয়?

(i) শস্য।

(ii) উদ্ভিদ।

(iii) ফলমূল।

(iv) গাখীৰ। 

উত্তৰঃ (iv) গাখীৰ।

১৭। শাক-পাচলীৰ উৎস কি?

(i) ফলমূল।

(ii) প্রাণী।

(iii) গাখীৰ।

(iv) উদ্ভিদ।

উত্তৰঃ (iv) উদ্ভিদ।

১৮। চেনি কিহৰ পৰা উৎপন্ন হয়?

(i) আম গছৰ পৰা।

(ii) কুঁহিয়াৰৰ পৰা।

(iii) নাৰিকলৰ পৰা।

(iv) কঠালৰ পৰা।

উত্তৰঃ (ii) কুঁহিয়াৰৰ পৰা।

১৯। খাৰুৱা তেল কেনেকৈ উৎপন্ন হয়?

(i) মাংসৰ পৰা।

(ii) শস্যৰ পৰা।

(iii) গাখীৰৰ পৰা।

(iv) গৰুৰ পৰা।

উত্তৰঃ (iii) শস্যৰ পৰা।

২০। খাদ্যৰ দ্বিতীয় প্ৰধান উৎস কি?

(i) পানী।

(ii) জন্তু আৰু উদ্ভিদ।

(iii) মাটি।

(iv) জুলীয়া শক্তি।

উত্তৰঃ (ii) জন্তু আৰু উদ্ভিদ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top