Class 9 Elective History MCQ Chapter 5 ১৮৫৭ চনৰ ভাৰতৰ বিদ্ৰোহ

Class 9 Elective History MCQ Chapter 5 ১৮৫৭ চনৰ ভাৰতৰ বিদ্ৰোহ Solutions, Class 9 Elective History Important Notes, Class 9 Elective History MCQ Chapter 5 ১৮৫৭ চনৰ ভাৰতৰ বিদ্ৰোহ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 9 Elective History MCQ Chapter 5 ১৮৫৭ চনৰ ভাৰতৰ বিদ্ৰোহ and select needs one.

Class 9 Elective History MCQ Chapter 5 ১৮৫৭ চনৰ ভাৰতৰ বিদ্ৰোহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 9 Elective History Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 9 Elective History MCQ Notes for All Subject, You can practice these here.

Chapter – 5

MULTIPLE CHOICE QUESTION ANSWER

শুদ্ব উত্তৰটো বাছি উলিওৱা:

১। ভাৰতৰ মাটিত খোজ পেলোৱা প্ৰথম পতুৰ্গিজ নাৱিকজনৰ নাম হ’ল-

(ক) ডেলহাউচি।

(খ) কাৰ্জন।

(গ) ভাস্ক’ ডি গামা।

(ঘ) কেনিঙ।

উত্তৰঃ (গ) ভাস্ক’ ডি গামা।

২। ভাৰতলৈ সুচল পথ কেতিয়া আহিছিল?

(ক) ১৪৯৮ খ্ৰীষ্টাদ্বৰ মে’ মাহত।

(খ) ১৬৭৮ খ্ৰীষ্টাদ্বৰ জুন’ মাহত।

(গ) ১৯৬৭ খ্ৰীষ্টাদ্বৰ জুলাই’ মাহত।

(ঘ) ১৮৫৬ খ্ৰীষ্টাদ্বৰ ছেপ্টেম্বৰ’ মাহত।

উত্তৰঃ (ক) ১৪৯৮ খ্ৰীষ্টাদ্বৰ মে’ মাহত।

৩। কিমান খ্ৰীষ্টাদ্বত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত বেহা-বেপাৰ কৰিবলৈ আহিছিল?

(ক) ১৮০০ খ্ৰীষ্টাদ্বত।

(খ) ১৬০০ খ্ৰীষ্টাদ্বত।

(গ) ১৫০০ খ্ৰীষ্টাদ্বত।

(ঘ) ১৯০০ খ্ৰীষ্টাদ্বত।

উত্তৰঃ (খ) ১৬০০ খ্ৰীষ্টাদ্বত।

৪। মহা বিদ্ৰোহৰ পথ কেতিয়া মুকলি কৰা হৈছিল?

(ক) ১৭৫৭ চনত।

(খ) ১৮৫৭ চনত।

(গ) ১৬৫৭ চনত।

(ঘ) ১৯৫৭ চনত।

উত্তৰঃ (খ) ১৮৫৭ চনত।

৫। কোনখন যুদ্ধৰ ফলাফলে ভাৰতত ব্ৰিটিছ শাসনৰ পাতনি মেলাত সহায় কৰিছিল?

(ক) শৰাইঘাটৰ যুদ্ধ।

(খ) পানিপথৰ যুদ্ধ।

(গ) বক্সাৰৰ যুদ্ধ।

(ঘ) পলাছীৰ যুদ্ধ।

উত্তৰঃ (ঘ) পলাছীৰ যুদ্ধ।

৬। ভাৰতত ব্ৰিটিছ লোকৰ শাসন কেতিয়া আৰম্ভ হৈছিল?

(ক) ১৬৫৭ চনত।

(খ) ১৭৫৭ চনত।

(গ) ১৮৫৭ চনত।

(ঘ) ১৯৪৭ চনত।

উত্তৰঃ (খ) ১৭৫৭ চনত।

৭। বেঙ্গল আৰ্মিৰ পদাতিক বাহিনীৰ বেছিভাগ লোক আছিল-

(ক) বৈশ্য।

(খ) শূদ্ৰ।

(গ) ব্ৰাহ্মণ।

(ঘ) ক্ষত্ৰিয়।

উত্তৰঃ (গ) ব্ৰাহ্মণ।

৮। ১৮৫৭ চনৰ বিদ্ৰোহৰ আন এটা কাৰণ হ’ল-

(ক) ৰাজনৈতিক।

(খ) অৰ্থনৈতিক।

(গ) সামাজিক।

(ঘ) ঐতিহাসিক।

উত্তৰঃ (খ) অৰ্থনৈতিক।

৯। ‘চাৰিং ৰজা’ কোন?

(ক) মণিৰাম দেৱান।

(খ) পিয়লি বৰুৱা।

(গ) কন্দৰ্পেশ্বৰ সিংহ।

(ঘ) পুৰন্দৰ সিংহ।

উত্তৰঃ (গ) কন্দৰ্পেশ্বৰ সিংহ।

১০। সাতাৱন চন বিদ্ৰোহৰ প্ৰথম ছহিদজন হ’ল-

(ক) মণিৰাম দেৱান।

(খ) মংগল পাণ্ডে।

(গ) পিয়লি বৰুৱা।

(ঘ) পুৰন্দৰ সিংহ।

উত্তৰঃ (খ) মংগল পাণ্ডে।

১১। মীৰাটৰপৰা দিল্লীৰ দূৰত্ব হৈছে-

(ক) ৪৫ কি:মি।

(খ) ৬৫ কি:মি।

(গ) ৬৮ কি:মি।

(ঘ) ৫৮ কি:মি।

উত্তৰঃ (খ) ৬৫ কি:মি।

১২। মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?

(ক) ঔৰংজেৱে।

(খ) বাবৰে।

(গ) আকবৰে।

(ঘ) নানা চাহেবে।

উত্তৰঃ (খ) বাবৰে।

১৩। হিন্দুস্তানৰ প্ৰকৃত সম্ৰাট হ’ল-

(ক) মংগল পাণ্ডে।

(খ) দ্বিতীয় বাহাদুৰ ছাহ।

(গ) হযৰত মহলে।

(ঘ) লক্ষ্মীবায়।

উত্তৰঃ (খ) দ্বিতীয় বাহাদুৰ ছাহ।

১৪। বাহাদুৰ ছাহক কেতিয়া হিন্দুস্তানৰ সম্ৰাট বুলি ঘোষণা কৰা হৈছিল?

(ক) ১১ মে’ৰ মাজনিশা।

(খ) ৫ আগষ্ট’ৰ মাজনিশা।

(গ) ১৩ জুন’ৰ মাজনিশা।

(ঘ) ২৮ এপ্ৰিল’ৰ মাজনিশা।

উত্তৰঃ (ক) ১১ মে’ৰ মাজনিশা।

১৫। ভাৰতত বৰ্ণবৈষম্য অপসাৰণ আইন কেতিয়া জাৰি কৰা হৈছিল?

(ক) ১৮১০ চনত।

(খ) ১৮২৫ চনত।

(গ) ১৮৩৫ চনত।

(ঘ) ১৮৫০ চনত।

উত্তৰঃ (ঘ) ১৮৫০ চনত।

১৬। মংগল পাণ্ডে যিটো ৰেজিমেণ্টত চিপাহী আছিল, সেই ৰেজিমেণ্টটো আছিল-

(ক) ৩২ নম্বৰ।

(খ) ৩৪ নম্বৰ।

(গ) ৩৬ নম্বৰ।

(ঘ) ৩৮ নম্বৰ।

উত্তৰঃ (খ) ৩৪ নম্বৰ।

১৭। মণিৰাম দেৱানৰ পৰিয়ালৰ সদস্য সংখ্যা আছিল-

(ক) ১৮৫ জন।

(খ) ৮৫ জন।

(গ) ১০০ জন।

(ঘ) ২০০ জন।

উত্তৰঃ (ক) ১৮৫ জন।

১৮। ১৮৫৭ চনৰ ১১ মে’ত বিদ্ৰোহীসকলে কি ঠাই অধিকাৰ কৰিছিল?

(ক) দিল্লী।

(খ) মীৰাট।

(গ) চুৰাট।

(ঘ) ঝান্সী।

উত্তৰঃ (ক) দিল্লী।

১৯। বিদ্ৰোহী চিপাহীসকলে কাক ভাৰতৰ সম্ৰাট বুলি ঘোষণা কৰিছিল?

(ক) বাবৰক।

(খ) হুমায়ুনক।

(গ) ছাহজাহানক।

(ঘ) বাহাদুৰ ছাহক।

উত্তৰঃ (ঘ) বাহাদুৰ ছাহক।

২০। ভাৰতৰ প্ৰথম ভাইচৰয় কোন?

(ক) লৰ্ড ডেলহাউছি।

(খ) লৰ্ড বেন্টিংক।

(গ) লৰ্ড কাৰ্জন।

(ঘ) লৰ্ড কেনিং

উত্তৰঃ (ঘ) লৰ্ড কেনিং।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top