Class 9 Elective History MCQ Chapter 4 ৰুছ বিপ্লৱ

Class 9 Elective History MCQ Chapter 4 ৰুছ বিপ্লৱ Solutions, Class 9 Elective History Important Notes, Class 9 Elective History MCQ Chapter 4 ৰুছ বিপ্লৱ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 9 Elective History MCQ Chapter 4 ৰুছ বিপ্লৱ and select needs one.

Class 9 Elective History MCQ Chapter 4 ৰুছ বিপ্লৱ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 9 Elective History Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 9 Elective History MCQ Notes for All Subject, You can practice these here.

Chapter – 4

MULTIPLE CHOICE QUESTION ANSWER

শুদ্ব উত্তৰটো বাছি উলিওৱা:

১। ইউনিয়ন অব্ পাব্লিক শুড কিমান চনত গঠিত হৈছিল?

(ক) ১৯১৮ চনত।

(খ) ১৮১৮ চনত।

(গ) ১৮৭৬ চনত।

(ঘ) ১৮৫৬ চনত।

উত্তৰঃ (খ) ১৮১৮ চনত।

২। ‘ডুমা’ কেতিয়া আহ্বান কৰা হয়?

(ক) ১৯০৫ চনৰ ৩ মাৰ্চ তাৰিখে।

(খ) ১৮০৬ চনৰ ৭ জুন তাৰিখে।

(গ) ১৯৫৮ চনৰ ১৪ মাৰ্চ তাৰিখে।

(ঘ) ১৯৪৮ চনৰ ২৪ জানুৱাৰী তাৰিখে।

উত্তৰঃ (ক) ১৯০৫ চনৰ ৩ মাৰ্চ তাৰিখে।

৩। কাৰ দিনত ভূমিদাস প্ৰথা বিলুপ্ত কৰা হৈছিল?

(ক) প্ৰথম নিকোলাছৰ।

(খ) প্ৰথম আলকজেণ্ডাৰৰ।

(গ) দ্বিতীয় নিকোলাছৰ।

(ঘ) দ্বিতীয় আলোকজেণ্ডাৰৰ।

উত্তৰঃ (ঘ) দ্বিতীয় আলোকজেণ্ডাৰৰ।

৪। কাৰ্লমাৰ্ক্সৰ কেতিয়া মৃত্যু হৈছিল?

(ক) ১৮৬৫ চনত।

(খ) ১৮৮৩ চনত।

(গ) ১৯৩৪ চনত।

(ঘ) ১৯৫৭ চনত।

উত্তৰঃ (খ) ১৮৮৩ চনত।

৫। বিপ্লৱৰ আগতে ৰাছিয়াৰ কলকাৰখানাত এজন শ্ৰমিকে দৈনিক কিমান সময় কাম কৰিব লাগিছিল?

(ক) ৩-৪ ঘণ্টা।

(খ) ৫-৬ ঘণ্টা।

(গ) ৮-৯ ঘণ্টা।

(ঘ) ১৪-১৫ ঘণ্টা।

উত্তৰঃ (ঘ) ১৪-১৫ ঘণ্টা।

৬। ‘মাডাৰ’ গ্ৰন্থৰ ৰচক কোন?

(ক) টলষ্টয়।

(খ) গৰ্কী।

(গ) তুৰ্গেনেভ।

(ঘ) পুস্কিন।

উত্তৰঃ (খ) গৰ্কী।

৭। সাম্যবাদী আন্দোলন কেতিয়া আৰম্ভ কৰা হৈছিল?

(ক) ১৯৪৮ চনত।

(খ) ১৮৫৭ চনত।

(গ) ১৮৪৮ চনত।

(ঘ) ১৯৭৮ চনত।

উত্তৰঃ (গ) ১৮৪৮ চনত।

৮। অস্থায়ী চৰকাৰৰ প্ৰধান মন্ত্ৰীজনৰ নাম হ’ল-

(ক) লেনিন।

(খ) আলকজেণ্ডাৰ।

(গ) প্ৰিন্স জৰ্জ ল্বব।

(ঘ) ষ্টেলিন।

উত্তৰঃ (গ) প্ৰিন্স জৰ্জ ল্বব।

৯। প্ৰথম বিশ্বযুদ্ধ কেতিয়া আৰম্ভ কৰা হৈছিল?

(ক) ১৯১৪ চনত।

(খ) ১৮৭৯ চনত।

(গ) ১৯২৫ চনত।

(ঘ) ১৯১৯ চনত।

উত্তৰঃ (ক) ১৯১৪ চনত।

১০। দ্বিতীয় নিকোলাছক কেতিয়া পদত্যাগ কৰিবলৈ বাধ্য কৰা হৈছিল?

(ক) ১৯১৭ চনৰ ১৫ মাৰ্চত।

(খ) ১৯১৯ চনৰ ১৯ মাৰ্চত।

(গ) ১৮৪৯ চনৰ ১৪ জুনত।

(ঘ) ১৯৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত।

উত্তৰঃ (ক) ১৯১৭ চনৰ ১৫ মাৰ্চত।

১১। কেৰেনস্কিৰ চৰকাৰৰ কেতিয়া পতন হয়?

(ক) ১৩ মাৰ্চ, ১৯১৫ চনত।

(খ) ৬ নৱেম্বৰ, ১৯১৭ চনত।

(গ) ৪ জুন, ১৯৪৮ চনত।

(ঘ) ১৬ জুলাই, ১৯১৮ চনত।

উত্তৰঃ (খ) ৬ নৱেম্বৰ, ১৯১৭ চনত।

১২। ‘ৰক্তাক্ত দেওৱাৰ’ৰ তাৰিখটো কি?

(ক) ৩ জানুৱাৰী।

(খ) ৩ মাৰ্চ।

(গ) ৯ জানুৱাৰী।

(ঘ) ৯ মাৰ্চ।

উত্তৰঃ (গ) ৯ জানুৱাৰী।

১৩। কাৰ্লমাৰ্ক্স ক’ৰ লোক আছিল?

(ক) ভাৰতৰ।

(খ) ৰাছিয়াৰ।

(গ) জাৰ্মানীৰ।

(ঘ) জাপানৰ।

উত্তৰঃ (গ) জাৰ্মানীৰ।

১৪। ৰুছিয়াৰ নতুন নামকৰণ কেতিয়া কৰা হয়?

(ক) ১৯২২ চনত।

(খ) ১৯৫৫ চনত।

(গ) ১৯২৫ চনত।

(ঘ) ১৯১৭ চনত।

উত্তৰঃ (ক) ১৯২২ চনত।

১৫। ১৯১৭ চনৰ বিপ্লৱৰ সময়ত ৰাছিয়াৰ জাৰ কোন আছিল?

(ক) প্ৰথম নিকোলাছ।

(খ) দ্বিতীয় নিকোলাছ।

(গ) প্ৰথম আলকজেণ্ডাৰ।

(ঘ) দ্বিতীয় আলকজেণ্ডাৰ।

উত্তৰঃ (খ) দ্বিতীয় নিকোলাছ।

১৬। ১৯১৭ চনৰ ৮ মাৰ্চ কি দিৱসৰ দিনা ৰাছিয়াত প্ৰচণ্ড বিক্ষোভ চলিছিল?

(ক) শিশু দিৱস।

(খ) শিক্ষক দিৱস।

(গ) স্বাধীনতা দিৱস।

(ঘ) মহিলা দিৱস।

উত্তৰঃ (ঘ) মহিলা দিৱস।

১৭। ‘বেগাৰি’ কি?

(ক) ভূমি কৰ।

(খ) মঠত কৰি দিয়া শ্ৰম।

(গ) ৰাজকৰ।

(ঘ) জমিদাৰক কৰি দিয়া বিনামূলীয়া শ্ৰম।

উত্তৰঃ (ঘ) জমিদাৰক কৰি দিয়া বিনামূলীয়া শ্ৰম।

১৮। বলছেভিক চৰকাৰৰ বৈদেশিক মন্ত্ৰী কোন আছিল?

(ক) লেনিন।

(খ) কাৰনেস্কি।

(গ) ট্ৰ’টস্কী।

(ঘ) ষ্টেলিন।

উত্তৰঃ (গ) ট্ৰ’টস্কী।

১৯। ‘ইস্ত্ৰা’ শব্দৰ অৰ্থ কি?

(ক) ফিৰিঙতি।

(খ) জ্বালামুখী।

(গ) জুই।

(ঘ) অঙঠা।

উত্তৰঃ (ক) ফিৰিঙতি।

২০। ৰাছিয়াত প্ৰাচীন কালৰেপৰা চলি অহা সমূহীয়া কৃষিভূমিৰ ব্যৱস্থাটোক কি বোলা হৈছিল?

(ক) কৃষকৰ সংগঠন।

(খ) কৃষকৰ কমিউন।

(গ) কমিউনিজিম।

(ঘ) মার্কীজিম।

উত্তৰঃ (খ) কৃষকৰ কমিউন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top