⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 9 Elective History MCQ Chapter 3 শিল্প বিপ্লৱ

Class 9 Elective History MCQ Chapter 3 শিল্প বিপ্লৱ Solutions, Class 9 Elective History Important Notes, Class 9 Elective History MCQ Chapter 3 শিল্প বিপ্লৱ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 9 Elective History MCQ Chapter 3 শিল্প বিপ্লৱ and select needs one.

Class 9 Elective History MCQ Chapter 3 শিল্প বিপ্লৱ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 9 Elective History Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 9 Elective History MCQ Notes for All Subject, You can practice these here.

শিল্প বিপ্লৱ

Chapter – 3

MULTIPLE CHOICE QUESTION ANSWER

শুদ্ব উত্তৰটো বাছি উলিওৱা:

১। উদ্যোগ-বিপ্লৱৰ ফলত মানুহবোৰ-

(ক) গাঁওমুখী হৈছিল।

(খ) বিদেশমুখী হৈছিল।

(গ) স্বদেশমুখী হৈছিল।

(ঘ) চহৰমুখী হৈছিল।

উত্তৰঃ (ঘ) চহৰমুখী হৈছিল।

২। শিল্প-বিপ্লৱ কাৰ পৰাজয়ৰ এটা কাৰণ বুলি কোৱা হয়?

(ক) হিটলাৰৰ।

(খ) নেপ’লিয়নৰ।

(গ) আলোকজেণ্ডাৰৰ।

(ঘ) ৱাছিংটন।

উত্তৰঃ (খ) নেপ’লিয়নৰ।

৩। ইংলেণ্ডৰ শিল্প-বিপ্লৱৰ ফলত ভাৰতবৰ্ষৰ-

(ক) লাভ হৈছিল।

(খ) শিল্পৰ উন্নতি হৈছিল।

(গ) চাহ শিল্পৰ অৱনতি ঘটিছিল।

(ঘ) কুটীৰ বস্ত্ৰ-শিল্পৰ অৱনতি ঘটিছিল।

উত্তৰঃ (ঘ) কুটীৰ বস্ত্ৰ-শিল্পৰ অৱনতি ঘটিছিল।

৪। শিল্প-বিপ্লৱৰ ফলত সমাজত সৃষ্টি হৈছিল-

(ক) দুই শ্রেণীৰ মানুহ।

(খ) দুটা দল।

(গ) তিনি শ্ৰেণীৰ মানুহ।

(ঘ) তিনিটা দল।

উত্তৰঃ (ক) দুই শ্রেণীৰ মানুহ।

৫। ইংলেণ্ডত বনুৱা দলৰ সৃষ্টি হৈছিল বনুৱাৰ-

(ক) জীৱনবীমা কৰিবলৈ।

(খ) জীৱন সুৰক্ষিত কৰিবলৈ।

(গ) স্বাৰ্থৰক্ষা কৰিবলৈ।

(ঘ) মালিক শ্ৰেণীক যুদ্ধত পৰাজিত কৰিবলৈ।

উত্তৰঃ (গ) স্বাৰ্থৰক্ষা কৰিবলৈ।

৬। কুটীৰ শিল্পজাত ভাৰতীয় বস্ত্ৰ ইংলেণ্ডৰ কল-কাৰখানাত উৎপাদিত বস্ত্ৰৰ লগত-

(ক) একে আছিল।

(খ) ফেৰ মাৰিছিল।

(গ) ফেৰ মাৰিব নোৱাৰিছিল।

(ঘ) বেলেগ আছিল।

উত্তৰঃ (গ) ফেৰ মাৰিব নোৱাৰিছিল।

৭। ভাপ ইঞ্জিন প্ৰথমে কি অনা-নিয়া কৰিবলৈ ব্যৱহাৰ কৰ হৈছিল?

(ক) কাঠ।

(খ) কয়লা।

(গ) মানুহ।

(ঘ) বস্ত্ৰ।

উত্তৰঃ (খ) কয়লা।

৮। জাৰ্মানীত নানা ধৰণৰ উদ্যোগ স্থাপন হয়-

(ক) ১৯ শতিকাৰ আদিভাগত।

(খ) ১৯ শতিকাৰ শেষভাগত।

(গ) ১৯ শতিকাৰ মাজভাগত।

(ঘ) ১৯ শতিকাৰ শেষ দুটা দশকত।

উত্তৰঃ (ক) ১৯ শতিকাৰ আদিভাগত।

৯। যাতায়তৰ উন্নতিয়ে উদ্যোগীকৰণত-

(ক) বাঁধা দিয়ে।

(খ) হেঙাৰ সৃষ্টি কৰে।

(গ) কোনো প্ৰভাৱ নেপেলায়।

(ঘ) সহায় কৰে।

উত্তৰঃ (ঘ) সহায় কৰে।

১০। ফ্ৰান্সত দেৰিকৈ শিল্প-বিপ্লৱ আৰম্ভ হোৱাৰ কাৰণ-

(ক) ৰাজনৈতিক অস্থিৰতা।

(খ) জ্ঞানৰ অভাৱ।

(গ) শিক্ষাৰ অভাৱ।

(ঘ) ধনৰ অভাৱ।

উত্তৰঃ (ক) ৰাজনৈতিক অস্থিৰতা।

১১। নিৰাপদ চাকি ব্যৱহাৰ কৰা হয়-

(ক) জুই জ্বলাবলৈ।

(খ) পঢ়িবলৈ।

(গ) কয়লাখনিত।

(ঘ) পথৰ দাঁতিত।

উত্তৰঃ (গ) কয়লাখনিত।

১২। শিল্প-বিপ্লৱ আৰম্ভ হয়-

(ক) হঠাতে।

(খ) অকস্মাতে।

(গ) লাহে-ধীৰে।

(ঘ) তীব্ৰ বেগে।

উত্তৰঃ (গ) লাহে-ধীৰে।

১৩। প্ৰথম জলপথবোৰ ব্যৱহাৰ কৰা হৈছিল-

(ক) যুদ্ধৰ বাবে।

(খ) সাম্ৰাজ্য বিস্তাৰৰ বাবে।

(গ) অভিযানৰ বাবে।

(ঘ) গধুৰ বস্ত্ৰ মানুহে অনা-নিয়াৰ বাবে।

উত্তৰঃ (ঘ) গধুৰ বস্ত্ৰ মানুহে অনা-নিয়াৰ বাবে।

১৪। কপাহী কাপোৰৰ পাছত ইংলেণ্ডত ঊণৰ কাপোৰো যান্ত্ৰিক উপায়েৰে উৎপন্ন কৰাৰ ব্যৱস্থা কৰা হৈছিল, কিয়নো-

(ক) ইংলেণ্ড অতি ঠাণ্ডা দেশ।

(খ) উপনিৱেশ বিলাকৰপৰা বহুত ভেড়াৰ নোম আহিছিল।

(গ) উপনিৱেশত ঊণৰ কাপোৰ লগা হৈছিল।

(ঘ) কপাহী কাপোৰত লাভ কম হৈছিল।

উত্তৰঃ (খ) উপনিৱেশ বিলাকৰপৰা বহুত ভেড়াৰ নোম আহিছিল।

১৫। ইংলেণ্ডত উৎপাদিত সামগ্ৰীৰ বজাৰখন আছিল-

(ক) ইংৰাজৰ উপনিৱেশ।

(খ) ইউৰোপ।

(গ) আফ্ৰিকা।

(ঘ) এছিয়া।

উত্তৰঃ (ক) ইংৰাজৰ উপনিৱেশ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top