Class 9 Elective History MCQ Chapter 2 ফৰাছী বিপ্লৱ

Class 9 Elective History MCQ Chapter 2 ফৰাছী বিপ্লৱ Solutions, Class 9 Elective History Important Notes, Class 9 Elective History MCQ Chapter 2 ফৰাছী বিপ্লৱ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 9 Elective History MCQ Chapter 2 ফৰাছী বিপ্লৱ and select needs one.

Class 9 Elective History MCQ Chapter 2 ফৰাছী বিপ্লৱ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 9 Elective History Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 9 Elective History MCQ Notes for All Subject, You can practice these here.

ফৰাছী বিপ্লৱ

Chapter – 2

MULTIPLE CHOICE QUESTION ANSWER

শুদ্ব উত্তৰটো বাছি উলিওৱা:

(১) ৰজা ষোড়শ লুইয়ে কেতিয়া জেনেৰেল অধিৱেশনখন মুকলি কৰে?

(ক) জুন মাহত।

(খ) মে মাহত।

(গ) জানুৱাৰী মাহত।

(ঘ) অক্টোবৰ মাহত।

উত্তৰঃ (খ) মে মাহত।

(২) তলৰ কোনজন বিশেষাধিকাৰ প্ৰাপ্ত শ্রেণীৰ অন্তৰ্ভুক্ত আছিল?

(ক) উকিল।

(খ) ডাক্তৰ।

(গ) ব্যৱসায়ী।

(ঘ) জমিদাৰ।

উত্তৰঃ (ঘ) জমিদাৰ।

(৩) ‘ময়েই ৰাষ্ট্ৰ’ বুলি কোনে ঘোষণা কৰিছিল?

(ক) ত্ৰয়োদশ লুইয়ে।

(খ) চতুৰ্দশ লুইয়ে।

(গ) পঞ্চদশ লুইয়ে।

(ঘ) ষোড়শ লুইয়ে।

উত্তৰঃ (খ) চতুৰ্দশ লুইয়ে।

(৪) জাঁ জেক ৰুছয়ে ৰচনা কৰা বিখ্যাত গ্ৰন্থ খনৰ নাম কি?

(ক) ‘দ্য ৱেলথ অব্ নেশ্বনছ’।

(খ) ‘ছচিয়েল কন্ট্ৰেক্ট্ৰ’।

(গ) ‘পেৰিছ কমিউন’।

(ঘ) ‘লিজন অব্ অনাৰ’।

উত্তৰঃ (খ) ‘ছচিয়েল কন্ট্ৰেক্ট্ৰ’।

(৫) বিপ্লৱৰ পূৰ্বে ফ্ৰান্সৰ খেতিয়কসকলে কিমানবিধ কৰ দিব লাগিছিল?

(ক) এবিধ।

(খ) দুবিধ।

(গ) তিনিবিধ।

(ঘ) চাৰিবিধ।

উত্তৰঃ (গ) তিনিবিধ।

(৬) নেপোলিয়ন বোনাপাৰ্টৰ পিতৃৰ নাম কি?

(ক) মেৰী।

(খ) কাৰ্ল বোনাপাৰ্ট।

(গ) ৰুছো।

(ঘ) ভল্টেয়াৰ।

উত্তৰঃ (খ) কাৰ্ল বোনাপাৰ্ট।

(৭)  ফ্ৰান্সক কেতিয়া এখন গণৰাজ্য বুলি ঘোষণা কৰা হৈছিল?

(ক) ২৫ ডিচেম্বৰ।

(খ) ১৩ মাৰ্চ।

(গ) ২২ ছেপ্টেম্বৰ।

(ঘ) ১৭ নৱেম্বৰ।

উত্তৰঃ (গ) ২২ ছেপ্টেম্বৰ।

(৮) বিধান সভা অধিৱেশন কেতিয়াৰ পৰা আৰম্ভ কৰা হয়?

(ক) ৬ অক্টোবৰ।

(খ) ৯ অক্টোবৰ।

(গ) ১ অক্টোবৰ।

(ঘ) ৪ অক্টোবৰ।

উত্তৰঃ (গ) ১ অক্টোবৰ।

(৯) ভিয়েনা কোন দেশৰ ৰাজধানী?

(ক) ৰুচীয়াৰ।

(খ) প্ৰচীয়াৰ।

(গ) অষ্ট্ৰেলিয়াৰ।

(ঘ) অষ্টীয়াৰ।

উত্তৰঃ (ঘ) অষ্টীয়াৰ।

(১০) ফ্ৰান্সৰ জাতীয় দিৱসৰ তাৰিখটো লিখা।

(ক) ২৬ জানুৱাৰী।

(খ) ২৬ জুলাই।

(গ) ১৪ জানুৱাৰী।

(ঘ) ১৪ জুলাই।

উত্তৰঃ (ঘ) ১৪ জুলাই।

(১১) টাইথ নামৰ কৰ কাক দিব লাগিছিল?

(ক) ৰজাক।

(খ) ধর্মগুৰুক।

(গ) মাটিৰ মালিকক।

(ঘ) সেনাপতিক।

উত্তৰঃ (খ) ধর্মগুৰুক।

(১২) কোন দিনা জাতীয় সভাৰ অধিৱেশন সামৰণি পৰিল?

(ক) ২০ জুন।

(খ) ৩০ ছেপ্টেম্বৰ।

(গ) ১২ জুন।

(ঘ) ৪ আগষ্ট।

 উত্তৰঃ (খ) ৩০ ছেপ্টেম্বৰ।

(১৩) ৰজা ষোড়শ লুইৰ শিৰচ্ছেদ কেতিয়া কৰা হৈছিল?

(ক) ১৭৯০ চনত।

(খ) ১৭৯১ চনত।

(গ) ১৭৯২ চনত।

(ঘ) ১৭৯৩ চনত।

উত্তৰঃ (ঘ) ১৭৯৩ চনত।

(১৪) পেৰিছবাসীয়ে ফ্ৰান্সৰ ৰাজপৰিয়ালক ক’ত বন্দী কৰি থৈছিল?

(ক) বেষ্টিল দুৰ্গত।

(খ) টুইলাৰী প্ৰাসাদত।

(গ) ৰাইন নদীৰ পাৰত।

(ঘ) ভাৰ্ছাইৰ সভাগৃহত।

উত্তৰঃ (খ) টুইলাৰী প্ৰাসাদত।

(১৫) ষ্টেটছ জেনেৰেল অধিৱেশন কেতিয়া আৰম্ভ কৰা হয়?

(ক) ১৭৮৯ চনৰ মে মাহৰ ৫ তাৰিখে।

(খ) ১৮৭৯ চনৰ জুন মাহৰ ৭ তাৰিখে।

(গ) ১৯৫৬ চনৰ ডিচেম্বৰ মাহৰ ৫ তাৰিখে।

(ঘ) ১৭৯৮ চনৰ জানুৱাৰী মাহৰ ২ তাৰিখে।

উত্তৰঃ (ক) ১৭৮৯ চনৰ মে মাহৰ ৫ তাৰিখে।

(১৬) নেকাৰ কোন আছিল?

(ক) কৃষিমন্ত্ৰী।

(খ) সাংবাদিক।

(গ) বিত্তমন্ত্ৰী।

(ঘ) জমিদাৰ।

উত্তৰঃ (গ) বিত্তমন্ত্ৰী।

(১৭) ষোড়শ লুইৰ পত্নীৰ নাম কি আছিল?

(ক) ডায়েনা।

(খ) মেৰী।

(গ) এলিজাবেথ।

(ঘ) ভেলেন্টিনা।

উত্তৰঃ (খ) মেৰী।

(১৮) নেপোলিয়ন বলপূৰ্বক ক্ষমতা দখল কাৰ্যৰ ঘটনা কি নামে জনাজাত?

(ক) ১৫ ব্ৰুমেয়াৰ।

(খ) ১৮ ব্ৰুমেয়াৰ।

(গ) ১৩ ব্ৰুমেয়াৰ।

(ঘ) ২৪ ব্ৰুমেয়াৰ।

উত্তৰঃ (খ) ১৮ ব্ৰুমেয়াৰ।

(১৯) বিপ্লৱৰ পূৰ্বে ফ্ৰান্সত বিশেষাধিকাৰহীন লোকৰ সংখ্যা কিমান আছিল?

(ক) ১%

(খ) ৫০%

(গ) ১০০%

(ঘ) ৯৯%

উত্তৰঃ (ঘ) ৯৯%

(২০) ষোড়শ লুই কিমান চনত ফ্ৰান্সৰ ৰজা হয়?

(ক) ১৪৭৭ চনত।

(খ) ১৭৪৭ চনত।

(গ) ১৭৭৪ চনত।

(ঘ) ১৭৭৭ চনত।

উত্তৰঃ (গ) ১৭৭৪ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top