Class 9 Elective History MCQ Chapter 1 আমেৰিকাৰ স্বাধীনতা যুদ্ধ

Class 9 Elective History MCQ Chapter 1 আমেৰিকাৰ স্বাধীনতা যুদ্ধ Solutions, Class 9 Elective History Important Notes, Class 9 Elective History MCQ Chapter 1 আমেৰিকাৰ স্বাধীনতা যুদ্ধ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 9 Elective History MCQ and select needs one.

Class 9 Elective History MCQ Chapter 1 আমেৰিকাৰ স্বাধীনতা যুদ্ধ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 9 Elective History Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 9 Elective History MCQ Notes for All Subject, You can practice these here.

আমেৰিকাৰ স্বাধীনতা যুদ্ধ

Chapter – 1

MULTIPLE CHOICE QUESTION ANSWER

শুদ্ব উত্তৰটো বাছি উলিওৱা:

১। আমেৰিকা যুক্তৰাষ্ট্ৰ কোনে আৱিষ্কাৰ কৰিছিল?

(ক) ক’লম্বাছে।

(খ) জৰ্জ ৱাছিংটন।

(গ) তৃতীয় জৰ্জে।

(ঘ) নৰ্থৰ।

উত্তৰঃ (ক) ক’লম্বাছে।

২। কোনে আমেৰিকাক চীন বা ভাৰতবৰ্ষৰ বিপৰীতে ‘নতুন পৃথিৱী’ বুলি অভিহিত কৰিছিল?

(ক) ক’লম্বাছে।

(খ) এমেৰিগ’ই।

(গ) ৱাছিংটনে।

(ঘ) তৃতীয় জৰ্জে।

উত্তৰঃ (খ) এমেৰিগ’ই।

৩। ছাৰ ৱাল্টৰ ৰেলেই কিমান খ্ৰীষ্টাদ্বত উত্তৰ আমেৰিকাত উপনিৱেশ স্থাপন কৰিছিল?

(ক) ১৫৮৩ খ্ৰীষ্টাদ্বত।

(খ) ১৫৮৫ খ্ৰীষ্টাদ্বত।

(গ) ১৬২০ খ্ৰীষ্টাদ্বত।

(ঘ) ১৬২৮ খ্ৰীষ্টাদ্বত।

উত্তৰঃ (খ) ১৫৮৫ খ্ৰীষ্টাদ্বত।

৪। ইংৰাজসকলে আমেৰিকাৰ কোন উপকূলত ১৩খন উপনিৱেশ স্থাপন কৰিছিল?

(ক) পূৱ।

(খ) পশ্চিম।

(গ) উত্তৰ।

(ঘ) দক্ষিণ।

উত্তৰঃ (ক) পূৱ।

৫। আমেৰিকাত স্থাপিত হোৱা ইংৰাজ উপনিৱেশবাসীসকলৰ অধিকাংশ কি ধৰ্মৰ অনুগত আছিল?

(ক) হিন্দু।

(খ) পিউৰিটান।

(গ) ইছলাম।

(ঘ) বৌদ্ধ।

উত্তৰঃ (খ) পিউৰিটান।

৬। ১৪৯২ খ্ৰীষ্টাদ্বত ক’লম্বাচে কিমানজন নাৱিকক লৈ পাল’ছ বন্দৰৰপৰা আটলাণ্টিক মহাসাগৰেদি যাত্রা আৰম্ভ কৰে?

(ক) ৪৫ জন।

(খ) ৭৮ জন।

(গ) ৯৮ জন।

(ঘ) ৮৭ জন।

উত্তৰঃ (ঘ) ৮৭ জন।

৭। আমেৰিকাত বাণিজ্য সম্প্ৰসাৰণ কৰিবলৈ ভাৰ্জিনিয়া আৰু প্লিমাউথ কোম্পানীয়ে কোন ৰজাৰপৰা চাৰ্টাৰ লাভ কৰিছিল?

(ক) প্ৰথম জেমছৰ।

(খ) তৃতীয় জেমছৰ।

(গ) প্ৰথম জৰ্জৰ।

(ঘ) তৃতীয় জৰ্জৰ।

উত্তৰঃ (ক) প্ৰথম জেমছৰ।

৮। ৰজা তৃতীয় জৰ্জৰ দিনত বাণিজ্যক আইনসমূহ কি কৰিবলৈ জৰুৰী নিৰ্দেশ দিয়া হৈছিল?

(ক) শিঠিল।

(খ) পালন।

(গ) বাতিল।

(ঘ) স্থগিত।

উত্তৰঃ (খ) পালন।

৯। ব্ৰিটিছ সংসদে ১৭৬৪ চনত কি আইন গৃহীত কৰিছিল?

(ক) চাহ আইন।

(খ) গাখীৰ আইন।

(গ) চেনি আইন।

(ঘ) বিস্কুট আইন।

উত্তৰঃ (গ) চেনি আইন।

১০। বষ্টন টি পাৰ্টিৰ ঘটনা কেতিয়া ঘটিছিল?

(ক) ১৭৭০ চনত।

(খ) ১৭৭১ চনত।

(গ) ১৭৭২ চনত।

(ঘ) ১৭৭৩ চনত।

উত্তৰঃ (ঘ) ১৭৭৩ চনত।

১১। আমেৰিকাৰ স্বাধীনতাৰ ঘোষণা পত্ৰখন কেতিয়া আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হৈছিল?

(ক) ১৭৭৪ চনৰ ৬ জুলাইত।

(খ) ১৭৭৬ চনৰ ৪ জুলাইত।

(গ) ১৭৭৮ চনৰ ২ জুলাইত।

(ঘ) ১৭৮০ চনৰ ১ জুলাইত।

উত্তৰঃ (ঘ) ১৭৮০ চনৰ ১ জুলাইত।

১২। ইংলেণ্ডৰ অৰ্থমন্ত্ৰী লৰ্ড নর্থে কোনবিধ সামগ্ৰীৰ ওপৰত টাউনচেণ্ডে লগোৱা কৰ বাহাল ৰাখিছিল?

(ক) চেনি।

(খ) চাহ।

(গ) কাগজ।

(ঘ) গ্লাছ।

উত্তৰঃ (খ) চাহ।

১৩। ১৭৭৪ চনৰ প্ৰথম আন্তৰ্জাতিক মহাদেশীয় কংগ্ৰেছত কেইখন উপনিৱেশৰ প্ৰতিনিধিয়ে যোগদান কৰিছিল?

(ক) ৭খন।

(খ) ৯ খন।

(গ) ১২ খন।

(ঘ) ১৩ খন।

উত্তৰঃ (গ) ১২ খন।

১৪। আমেৰিকাত প্ৰথমে কেতিয়া ইংৰাজ লোকৰ বসতি আৰম্ভ হৈছিল?

(ক) ১৪৯২ চনত।

(খ) ১৫০৩ চনত।

(গ) ১৬০৭ চনত।

(ঘ) ১৭৭৬ চনত।

উত্তৰঃ (গ) ১৬০৭ চনত।

১৫। ১৬৫১, ১৬৬০ আৰু ১৬৮৯ চনত ব্ৰিটিছ চৰকাৰে গ্ৰহণ কৰা, উপনিৱেশবাসীৰ স্বাৰ্থৰ পৰিপন্থী আইন কি আছিল?

(ক) নিৰ্ধাৰিত দ্ৰব্য আইন।

(খ) চেনি আইন।

(গ) ষ্টাম্প আইন।

(ঘ) নৌ আইন।

উত্তৰঃ (ঘ) নৌ আইন।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top