⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 9 Elective History MCQ Chapter 6 উত্তৰ-পূব ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক উত্থান

Class 9 Elective History MCQ Chapter 6 উত্তৰ-পূব ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক উত্থান Solutions, Class 9 Elective History Important Notes, Class 9 Elective History MCQ Chapter 6 উত্তৰ-পূব ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক উত্থান Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 9 Elective History MCQ and select needs one.

Class 9 Elective History MCQ Chapter 6 উত্তৰ-পূব ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক উত্থান

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 9 Elective History Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 9 Elective History MCQ Notes for All Subject, You can practice these here.

Chapter – 6

MULTIPLE CHOICE QUESTION ANSWER

শুদ্ব উত্তৰটো বাছি উলিওৱা:

১। নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আছিল-

(ক) সুৰন্দ্ৰৰ সিংহ।

(খ) শংকৰদেৱ।

(গ) ৰামচন্দ্ৰ নাৰায়ণ।

(ঘ) বিবেকানন্দ।

উত্তৰঃ (খ) শংকৰদেৱ।

২। মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাতা আছিল-

(ক) চিমচন।

(খ) জে ডব্লিউ কুইণ্টন।

(গ) অনিৰুদ্ধদেৱ।

(ঘ) জেনেৰেল কলেট।

উত্তৰঃ (গ) অনিৰুদ্ধদেৱ।

৩। মণিপুৰী গণ-অভ্যুত্থানৰ মহানায়ক আছিল-

(ক) মহাৰাজ চন্দ্ৰকীৰ্তি।

(খ) মহাৰাজ কুলচন্দ্ৰ।

(গ) জেনেৰেল ঠেঙাল।

(ঘ) সেনাপতি টিকেন্দ্ৰজিত।

উত্তৰঃ (ঘ) সেনাপতি টিকেন্দ্ৰজিত।

৪। টিকেন্দ্ৰজিতৰ জন্ম হৈছিল-

(ক) ১৮৯৫ খ্ৰী:ত।

(খ) ১৮৫৯ খ্ৰী:ত।

(গ) ১৯৫৯ খ্ৰী:ত।

(ঘ) ১৮৬০ খ্ৰী:ত।

উত্তৰঃ (খ) ১৮৫৯ খ্ৰী:ত।

৫। মণিপুৰ বিদ্ৰোহ দমনত নেতৃত্ব দিছিল-

(ক) জেনেৰেল কলেট।

(খ) জে ডব্লিউ কুইণ্টন।

(গ) চিমচন।

(ঘ) কাচিনব।

উত্তৰঃ (ক) জেনেৰেল কলেট।

৬। কোনে কুকিসকলৰ বিদ্ৰোহ দমন কৰিছিল-

(ক) সুৰচন্দ্ৰ সিংহ।

(খ) আংশু চেনাই।

(গ) সেনাপতি টিকেন্দ্ৰজিৎ।

(ঘ) জেনেৰেল ঠেঙাল।

 উত্তৰঃ (গ) সেনাপতি টিকেন্দ্ৰজিৎ।

৭। মি: কুইণ্টনে মণিপুৰলৈ যাত্ৰা কৰিছিল-

(ক) ৭ মাৰ্চ ১৯৮১ খ্ৰী:ত।

(খ) ৭ মাৰ্চ ১৮৯১ খ্ৰী:ত।

(গ) ৭ মাৰ্চ ১৮৯২ খ্ৰী:ত।

(ঘ) ৭ মাৰ্চ ১৮৯০ খ্ৰী:ত।

উত্তৰঃ (খ) ৭ মাৰ্চ ১৮৯১ খ্ৰী:ত।

৮। ব্ৰিটিছসকলে টিকেন্দ্ৰজিতৰ মুৰৰ দাম ঘোষণা কৰিছিল-

(ক) ৫০০ টকা।

(খ) ৫০০০ টকা।

(গ) ৫০,০০০ টকা।

(ঘ) ৫০০,০০০ টকা।

উত্তৰঃ (খ) ৫০০০ টকা।

৯। ‘কইৰেং’ মানে কাক বুজায়?

(ক) হস্তী চিকাৰী।

(খ) হৰিণা চিকাৰী।

(গ) ব্যঘ্ৰ চিকাৰী।

(ঘ) গঁড় চিকাৰী।

উত্তৰঃ (গ) ব্যঘ্ৰ চিকাৰী।

১০। বিশেষ আদালতে মণিপুৰী গণ-বিদ্ৰোহৰ প্ৰধান অপৰাধী হিচাপে কাক দোষী সাব্যস্ত কৰিছিল-

(ক) আংশু চেনাইক।

(খ) জেনেৰেল ঠেঙাৰ।

(গ) টিকেন্দ্ৰজিতক।

(ঘ) কুলচন্দ্ৰক।

উত্তৰঃ (গ) টিকেন্দ্ৰজিতক।

১১। মণিপুৰত নিযুক্ত ব্ৰিটিছ প’লটিকেল এজেন্ট আছিল-

(ক) গ্ৰীমউড।

(খ) জে ডব্লিউ কুইণ্টন।

(গ) কেপ্তেইন ব্ৰেকেনবাৰী।

(ঘ) কেপ্তেইন লুগাৰ্ড।

উত্তৰঃ (ক) গ্ৰীমউড।

১২। খাচীসকলে কেতিয়া সংস্পশলৈ আহিছিল?

(ক) ১৭৬৭-১৭৫৪ খ্ৰী:ত।

(খ) ১৮২৪-১৮২৬ খ্ৰী:ত।

(গ) ১৯৭৮-১৯৫৪ খ্ৰী:ত।

(ঘ) ১৮৬৪-১৮৯৩ খ্ৰী:ত।

উত্তৰঃ (খ) ১৮২৪-১৮২৬ খ্ৰী:ত।

১৩। জে. ডব্লিউ কুইণ্টনৰ ফৌজত কিমান সেনা আছিল?

(ক) ৪০০ গৰাকী।

(খ) ৬০০ গৰাকী।

(গ) ৯০০ গৰাকী।

(ঘ) ৩০০ গৰাকী।

উত্তৰঃ (খ) ৬০০ গৰাকী।

১৪। মণিপুৰত নিযুক্ত ব্ৰিটিছ প’লটিকেল এজেন্ট কোন আছিল?

(ক) মহাৰাজ চন্দ্ৰকীৰ্তি।

(খ) মহাৰাজ কুলচন্দ্ৰ।

(গ) গ্ৰীমউড।

(ঘ) জেনেৰেল কলেট।

উত্তৰঃ (গ) গ্ৰীমউড।

১৫। ব্ৰিটিছসকলে ইম্ফল কেতিয়া দখল কৰিছিল?

(ক) ২৭ এপ্ৰিল, ১৮৯১ খ্ৰী:ত।

(খ) ২৫ মাৰ্চ, ১৯৬৭ খ্ৰী:ত।

(গ) ২৬ জানুৱাৰী, ১৮৬৭ খ্ৰী:ত।

(ঘ) ৪ ফেব্ৰুৱাৰী, ১৮৭১ খ্ৰী:ত।

উত্তৰঃ (ক) ২৭ এপ্ৰিল, ১৮৯১ খ্ৰী:ত।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top