Class 7 Assamese MCQ Chapter 7 সোণোৱালী অতীত

SCERT Class 7 Assamese MCQ Chapter 7 সোণোৱালী অতীত Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese MCQ Chapter 7 সোণোৱালী অতীত Solutions and select need one. SEBA Class 7 Assamese MCQ Notes Download PDF. SEBA Class 7 Assamese Multiple Choice Question Answer.

Class 7 Assamese MCQ Chapter 7 সোণোৱালী অতীত

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 7 Assamese MCQ Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese Objective Type Notes for All Chapters, You can practice these here.

সোণোৱালী অতীত

Chapter: 7

MCQ

১। চেনেহীহঁতে কোন সময়ত দাক্ষিণাত্য ভ্ৰমণ কৰিবলৈ গৈছিল?

(i) গৰমৰ বন্ধত।

(ii) বিহুৰ বন্ধত।

(iii) পূজাৰ বন্ধত।

(iv) শীতকালৰ বন্ধত।

উত্তৰঃ (iii) পূজাৰ বন্ধত।

২। মাকৰ মতে প্ৰাচীন ভাৰতীয় প্ৰযুক্তিৰ উত্তম নিদৰ্শন কোনটো মন্দিৰ?

(i) কামাখ্যা মন্দিৰ।

(ii) চিদাম্বৰম মন্দিৰ।

(iii) মীনাক্ষী মন্দিৰ।

(iv) সূৰ্য মন্দিৰ।

উত্তৰঃ (ii) চিদাম্বৰম মন্দিৰ।

৩। চিদাম্বৰম মন্দিৰ কোন ৰাজ্যত অৱস্থিত?

(i) অন্ধ্ৰপ্ৰদেশত।

(ii) কেৰালাত।

(iii) কৰ্ণাটকত।

(iv) তামিলনাডুত।

উত্তৰঃ (iv) তামিলনাডুত।

৪। চেনেহীহঁতে শুকুৰবাৰে পুৱাতে ডিফুৰ পৰা আহি কোনটো ষ্টেচন পাইছিলহি?

(i) গুৱাহাটী।

(ii) লামডিং।

(iii) কামাখ্যা।

(iv) তাম্বৰম।

উত্তৰঃ (iii) কামাখ্যা।

৫। তামিলনাডুৰ তাম্বৰম অভিমুখী ৰে’লগাড়ীখনৰ নাম কি আছিল?

(i) নগাঁও এক্সপ্ৰেছ।

(ii) কামৰূপ এক্সপ্ৰেছ।

(iii) ব্ৰহ্মপুত্ৰ মেইল।

(iv) ৰাজধানী এক্সপ্ৰেছ।

উত্তৰঃ (i) নগাঁও এক্সপ্ৰেছ।

৬। চেনেহীৰ দেউতাকে ৰে’লত পঢ়া ‘কাৱেৰীৰ পাৰে পাৰে’ কিতাপখনৰ লেখক কোন?

(i) লক্ষ্মীনাথ বেজবৰুৱা।

(ii) হেমন্ত কুমাৰ শৰ্মা।

(iii) ভবেন্দ্ৰ নাথ শইকীয়া।

(iv) হোমেন বৰগোহাঞি।

উত্তৰঃ (ii) হেমন্ত কুমাৰ শৰ্মা।

৭। ৰে’লগাড়ীৰ ভিতৰত ফেৰিৱালাজনে কি বিক্ৰী কৰিছিল?

(i) চাহ।

(ii) ফলমূল।

(iii) চানা।

(iv) বিস্কুট।

উত্তৰঃ (iii) চানা।

৮। চেনেহীহঁতে কিমান বজাত তাম্বৰম ষ্টেচনত উপস্থিত হৈছিলগৈ?

(i) ১৪:৫৫ বজাত।

(ii) ২০:৩০ বজাত।

(iii) ২১:৩০ বজাত।

(iv) ২২:০০ বজাত।

উত্তৰঃ (iii) ২১:৩০ বজাত।

৯। তাম্বৰমৰ পৰা চিদাম্বৰম ৰে’লৱে ষ্টেচনলৈ তেওঁলোকে কোনখন এক্সপ্ৰেছেৰে গৈছিল?

(i) নগাঁও এক্সপ্ৰেছ।

(ii) মাদ্ৰাই এক্সপ্ৰেছ।

(iii) চেন্নাই এক্সপ্ৰেছ।

(iv) কন্যাকুমাৰী এক্সপ্ৰেছ।

উত্তৰঃ (ii) মাদ্ৰাই এক্সপ্ৰেছ।

১০। চেনেহীহঁতে পিছদিনা পুৱা কোনটো মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল?

(i) কামাখ্যা মন্দিৰ।

(ii) থিল্লাই নটৰাজ মন্দিৰ।

(iii) মহাবলীপুৰম।

(iv) বৃহদীশ্বৰ মন্দিৰ।

উত্তৰঃ (ii) থিল্লাই নটৰাজ মন্দিৰ।

১১। থিল্লাই নটৰাজ মন্দিৰৰ প্ৰৱেশদ্বাৰত থকা ওখ চূড়াটোক কি বোলা হয়?

(i) মণ্ডপ।

(ii) শিখৰ।

(iii) গোপুৰম।

(iv) গৰ্ভগৃহ।

উত্তৰঃ (iii) গোপুৰম।

১২। চিদাম্বৰম মন্দিৰৰ গোপুৰমটোৰ উচ্চতা কিমান?

(i) ত্ৰিশ মিটাৰ।

(ii) চল্লিশ মিটাৰ।

(iii) বিয়াল্লিছ মিটাৰ।

(iv) পঞ্চাছ মিটাৰ।

উত্তৰঃ (iii) বিয়াল্লিছ মিটাৰ।

১৩। চেনেহীহঁতক মন্দিৰটোৰ বিষয়ে বুজাই দিয়া গাইডজনে কোনটো ভাষাত কথা পাতিছিল?

(i) ইংৰাজী।

(ii) হিন্দী।

(iii) তামিল।

(iv) অসমীয়া।

উত্তৰঃ (iv) অসমীয়া।

১৪। অসমীয়াতে কথা পতা গাইডজনৰ নাম কি আছিল?

(i) ৰামাস্বামী।

(ii) টিকুমলাই কুল থুংগন সুন্দৰম আয়াৰ।

(iii) কৃষ্ণমূৰ্তি।

(iv) ভেংকটেশ্বৰ।

উত্তৰঃ (ii) টিকুমলাই কুল থুংগন সুন্দৰম আয়াৰ।

১৫। ‘থিল্লাই’ শব্দৰ অৰ্থ কি?

(i) এবিধ ফুল।

(ii) এবিধ ফল।

(iii) আৰ্দ্ৰ ঠাইত গজা এবিধ গছ।

(iv) এখন নদী।

উত্তৰঃ (iii) আৰ্দ্ৰ ঠাইত গজা এবিধ গছ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top