Class 7 Assamese MCQ Chapter 8 ৰূপান্তৰ

SCERT Class 7 Assamese MCQ Chapter 8 ৰূপান্তৰ Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese MCQ Chapter 8 ৰূপান্তৰ Solutions and select need one. SEBA Class 7 Assamese MCQ Notes Download PDF. SEBA Class 7 Assamese Multiple Choice Question Answer.

Class 7 Assamese MCQ Chapter 8 ৰূপান্তৰ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 7 Assamese MCQ Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese Objective Type Notes for All Chapters, You can practice these here.

ৰূপান্তৰ

Chapter: 8

MCQ

১। ‘ৰূপান্তৰ’ নামৰ নাটিকাখনৰ আৰম্ভণিতে থকা উদ্ধৃতিটো কাৰ?

(i) লক্ষ্মীনাথ বেজবৰুৱাৰ।

(ii) জ্যোতিপ্ৰসাদ আগৰৱালাৰ।

(iii) বিষ্ণুপ্ৰসাদ ৰাভাৰ।

(iv) ভূপেন হাজৰিকাৰ।

উত্তৰঃ (ii) জ্যোতিপ্ৰসাদ আগৰৱালাৰ।

২। “ৰূপান্তৰেহে জগত ধুনীয়া কৰে” – কথাষাৰ কোনে কৈছিল?

(i) ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই।

(ii) কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই।

(iii) সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই।

(iv) সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই।

উত্তৰঃ (i) ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই।

৩। নাটিকাখনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বয়স কিমান?

(i) প্ৰায় ৩৫ বছৰ।

(ii) প্ৰায় ৪০ বছৰ।

(iii) প্ৰায় ৪৫ বছৰ।

(iv) প্ৰায় ৫০ বছৰ।

উত্তৰঃ (iii) প্ৰায় ৪৫ বছৰ।

৪। প্ৰিয় বৰদলৈৰ পেচা কি আছিল?

(i) চিকিৎসক।

(ii) সহঃ শিক্ষক।

(iii) প্ৰধান শিক্ষক।

(iv) ব্যৱসায়ী।

উত্তৰঃ (ii) সহঃ শিক্ষক।

৫। জয়া শইকীয়া কোন আছিল?

(i) প্ৰধান শিক্ষয়িত্ৰী।

(ii) চিকিৎসক।

(iii) সাগৰিকাৰ মাক।

(iv) সহঃ শিক্ষয়িত্ৰী।

উত্তৰঃ (iv) সহঃ শিক্ষয়িত্ৰী।

৬। নাটিকাখনত উল্লেখ থকা সাগৰিকাৰ বয়স কিমান?

(i) ১০-১১ বছৰ।

(ii) ১২-১৩ বছৰ।

(iii) ১৪-১৫ বছৰ।

(iv) ১৫-১৬ বছৰ।

উত্তৰঃ (ii) ১২-১৩ বছৰ।

৭। অনুপমা মেচৰ পেচা কি আছিল?

(i) শিক্ষয়িত্ৰী।

(ii) লেখিকা।

(iii) চিকিৎসক।

(iv) সমাজকৰ্মী।

উত্তৰঃ (iii) চিকিৎসক।

৮। হাচ্নাহানা আৰু মন বাহাদুৰ কোন?

(i) সাগৰিকাৰ ককায়েক-ভায়েক।

(ii) সাগৰিকাৰ সহপাঠী।

(iii) সাগৰিকাৰ চুবুৰীয়া।

(iv) সাগৰিকাৰ শিক্ষক।

উত্তৰঃ (ii) সাগৰিকাৰ সহপাঠী।

৯। নাটিকাখনৰ প্ৰথম দৃশ্যটো ক’ত আৰম্ভ হৈছিল?

(i) সাগৰিকাৰ ঘৰত।

(ii) বিদ্যালয়ৰ খেলপথাৰত।

(iii) সপ্তম শ্ৰেণীৰ শ্ৰেণীকোঠাত।

(iv) অষ্টম শ্ৰেণীৰ শ্ৰেণীকোঠাত।

উত্তৰঃ (iii) সপ্তম শ্ৰেণীৰ শ্ৰেণীকোঠাত।

১০। বিদ্যালয়ৰ ল’ৰা-ছোৱালীবোৰ শ্ৰেণীকোঠাৰ পৰা কি গাবলৈ ওলাই গৈছিল?

(i) জ্যোতি সংগীত।

(ii) বিষ্ণু ৰাভা গীত।

(iii) ৰাষ্ট্ৰীয় সংগীত।

(iv) বৰগীত।

উত্তৰঃ (iii) ৰাষ্ট্ৰীয় সংগীত।

১১। শ্ৰেণীকোঠাত বেঞ্চত বহি কোনে কান্দি আছিল?

(i) হাচ্নাহানাই।

(ii) সাগৰিকাই।

(iii) জয়া শইকীয়াই।

(iv) অনুপমাই।

উত্তৰঃ (ii) সাগৰিকাই।

১২। সাগৰিকাক কোনে চেনিটেৰী নেপকিন আনি দিছিল?

(i) প্ৰধান শিক্ষয়িত্ৰীয়ে।

(ii) জয়া শইকীয়াই।

(iii) হাচ্নাহানাই।

(iv) সাগৰিকাৰ মাকে।

উত্তৰঃ (ii) জয়া শইকীয়াই।

১৩। সাগৰিকাক কাৰ পৰামৰ্শ ল’বলৈ প্ৰধান শিক্ষয়িত্ৰীয়ে কৈছিল?

(i) শিক্ষকৰ।

(ii) চিকিৎসকৰ।

(iii) মাক-দেউতাকৰ।

(iv) গাঁৱৰ বুঢ়া মানুহৰ।

উত্তৰঃ (ii) চিকিৎসকৰ।

১৪। দ্বিতীয় দৃশ্যটোৰ সময় কি আছিল?

(i) ৰাতিপুৱা।

(ii) দুপৰীয়া।

(iii) আবেলি।

(iv) গধূলি।

উত্তৰঃ (iii) আবেলি।

১৫। সাগৰিকাহঁতৰ ঘৰলৈ খবৰ ল’বলৈ কোন কোন গৈছিল?

(i) হাচ্নাহানা আৰু মন বাহাদুৰ।

(ii) প্ৰধান শিক্ষয়িত্ৰী আৰু জয়া শইকীয়া।

(iii) প্ৰিয় বৰদলৈ আৰু অনুপমা মেচ।

(iv) জয়া শইকীয়া আৰু অনুপমা মেচ।

উত্তৰঃ (ii) প্ৰধান শিক্ষয়িত্ৰী আৰু জয়া শইকীয়া।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top