Class 7 Assamese MCQ Chapter 6 তেজৰে কমলাপতি (পুৱা গোৱা বৰগীত)

SCERT Class 7 Assamese MCQ Chapter 6 তেজৰে কমলাপতি (পুৱা গোৱা বৰগীত) Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese MCQ Chapter 6 তেজৰে কমলাপতি (পুৱা গোৱা বৰগীত) Solutions and select need one. SEBA Class 7 Assamese MCQ Notes Download PDF. SEBA Class 7 Assamese Multiple Choice Question Answer.

Class 7 Assamese MCQ Chapter 6 তেজৰে কমলাপতি (পুৱা গোৱা বৰগীত)

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 7 Assamese MCQ Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese Objective Type Notes for All Chapters, You can practice these here.

তেজৰে কমলাপতি (পুৱা গোৱা বৰগীত)

Chapter: 6

MCQ

১। ‘তেজৰে কমলাপতি’ নামৰ বৰগীতটিৰ ৰচক কোন?

(i) শ্ৰীমন্ত শংকৰদেৱ।

(ii) শ্ৰীশ্ৰী মাধৱদেৱ।

(iii) নৱকান্ত বৰুৱা।

(iv) মহম্মদ চোলেমান খাঁ।

উত্তৰঃ (ii) শ্ৰীশ্ৰী মাধৱদেৱ।

২। শ্ৰীশ্ৰী মাধৱদেৱৰ জন্ম ক’ত হৈছিল?

(i) মাজুলীত।

(ii) বৰপেটাত।

(iii) লখিমপুৰ জিলাৰ লেটেকুপুখুৰীত।

(iv) গুৱাহাটীত।

উত্তৰঃ (iii) লখিমপুৰ জিলাৰ লেটেকুপুখুৰীত।

৩। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ পিতৃৰ নাম কি আছিল?

(i) কুসুম্বৰ ভূঞা।

(ii) ৰামগিৰি।

(iii) হৰিগিৰি।

(iv) গোৱিন্দগিৰি ভূঞা।

উত্তৰঃ (iv) গোৱিন্দগিৰি ভূঞা।

৪। শ্ৰীশ্ৰী মাধৱদেৱৰ মাতৃৰ নাম কি আছিল?

(i) মনোৰমা।

(ii) যশোদা।

(iii) দেৱকী।

(iv) সত্যৱতী।

উত্তৰঃ (i) মনোৰমা।

৫। বৰগীতটিত মাতৃ যশোদাই পুৱা কাক টোপনিৰ পৰা জগাইছে?

(i) নন্দক।

(ii) বলৰামক।

(iii) শিশু কৃষ্ণক।

(iv) সুদামাক।

উত্তৰঃ (iii) শিশু কৃষ্ণক।

৬। কবিতাটোত ‘কমলাপতি’ বুলি কাক কোৱা হৈছে?

(i) ব্ৰহ্মাক।

(ii) শিৱক।

(iii) ইন্দ্ৰক।

(iv) লক্ষ্মীপতিক (ভগৱানক)।

উত্তৰঃ (iv) লক্ষ্মীপতিক (ভগৱানক)।

৭। ‘তিমিৰ ফেৰিয়া বাজ…’ – কি ওলোৱাৰ কথা কোৱা হৈছে?

(i) চন্দ্ৰ।

(ii) তৰা।

(iii) সূৰ্যৰ পোহৰ।

(iv) ডাৱৰ।

উত্তৰঃ (iii) সূৰ্যৰ পোহৰ।

৮। ‘শতপত্ৰ’ শব্দৰ অৰ্থ কি?

(i) গোলাপ ফুল।

(ii) পদুম ফুল।

(iii) নাৰ্জী ফুল।

(iv) শেৱালি ফুল।

উত্তৰঃ (ii) পদুম ফুল।

৯। বিকশিত শতপত্ৰত কোনে উমলিছে?

(i) পখিলা।

(ii) মাখি।

(iii) চৰাই।

(iv) ভ্ৰমৰ।

উত্তৰঃ (iv) ভ্ৰমৰ।

১০। ব্ৰজৰ বোৱাৰীসকলে পুৱা কি কৰিছে?

(i) পানী তুলিছে।

(ii) দধি মথিছে।

(iii) ভাত ৰান্ধিছে।

(iv) কাপোৰ ধুইছে।

উত্তৰঃ (ii) দধি মথিছে।

১১। ‘বাথান’ শব্দৰ অৰ্থ কি?

(i) গৰু আৰু ম’হৰ খুঁটি।

(ii) ঘৰ।

(iii) খেলপথাৰ।

(iv) নদীৰ পাৰ।

উত্তৰঃ (i) গৰু আৰু ম’হৰ খুঁটি।

১২। পুৱাই বাথানলৈ কোন গ’ল?

(i) শ্ৰীকৃষ্ণ।

(ii) নন্দ।

(iii) বলৰাম।

(iv) সুদাম।

উত্তৰঃ (ii) নন্দ।

১৩। ‘ত্ৰিজগত পতি’ বুলি কাক বুজোৱা হৈছে?

(i) শ্ৰীকৃষ্ণক।

(ii) নন্দক।

(iii) মাধৱদেৱক।

(iv) ইন্দ্ৰক।

উত্তৰঃ (i) শ্ৰীকৃষ্ণক।

১৪। শিশু কৃষ্ণই গৰু চৰাবলৈ যাওঁতে লগত কি বাদ্যযন্ত্ৰ লৈ গৈছিল?

(i) ধনু আৰু কাঁড়।

(ii) তৰোৱাল।

(iii) শিঙা আৰু বেণু।

(iv) ডম্বৰু।

উত্তৰঃ (iii) শিঙা আৰু বেণু।

১৫। পাঠটোত ‘সুৰভী’ শব্দৰ অৰ্থ কি বুলি দিয়া হৈছে?

(i) চেঁচা বতাহ।

(ii) এপাহ ফুল।

(iii) কামধেনু।

(iv) নদী।

উত্তৰঃ (iii) কামধেনু।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top