Class 7 Assamese MCQ Chapter 5 ভলুকা আৰু ভতুৱা

SCERT Class 7 Assamese MCQ Chapter 5 ভলুকা আৰু ভতুৱা Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese MCQ Chapter 5 ভলুকা আৰু ভতুৱা Solutions and select need one. SEBA Class 7 Assamese MCQ Notes Download PDF. SEBA Class 7 Assamese Multiple Choice Question Answer.

Class 7 Assamese MCQ Chapter 5 ভলুকা আৰু ভতুৱা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 7 Assamese MCQ Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese Objective Type Notes for All Chapters, You can practice these here.

ভলুকা আৰু ভতুৱা

Chapter: 5

MCQ

১। কাৰ সতৰ্কবাণী পাই কৰ্তৃপক্ষ বিপদৰ মোকাবিলা কৰিবলৈ আগতীয়াকৈ সাজু হৈ আছিল?

(i) চৰকাৰৰ।

(ii) আৰক্ষীৰ।

(iii) বতৰ বিজ্ঞান কেন্দ্ৰৰ।

(iv) গাঁৱৰ মানুহৰ।

উত্তৰঃ (iii) বতৰ বিজ্ঞান কেন্দ্ৰৰ।

২। গুৱাহাটীত কোন দিনা ধাৰাসাৰ বৰষুণ হৈছিল?

(i) সোমবাৰ।

(ii) বুধবাৰ।

(iii) শুকুৰবাৰ।

(iv) শনিবাৰ।

উত্তৰঃ (iii) শুকুৰবাৰ।

৩। গুৱাহাটীত সাধাৰণতে কেনেকুৱা বানপানীৰ সৃষ্টি হয়?

(i) পাহাৰীয়া বানপানী।

(ii) কৃত্ৰিম বানপানী।

(iii) সাগৰীয় বানপানী।

(iv) প্ৰাকৃতিক বানপানী।

উত্তৰঃ (ii) কৃত্ৰিম বানপানী।

৪। গুৱাহাটীত কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ প্ৰধান কাৰণ কি?

(i) ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি পোৱা।

(ii) মানুহে যেনিয়ে-তেনিয়ে জাবৰ-জোঁথৰ পেলোৱা।

(iii) গছ-গছনি কাটোতা বৃদ্ধি পোৱা।

(iv) অতিপাত বৰষুণ হোৱা।

উত্তৰঃ (ii) মানুহে যেনিয়ে-তেনিয়ে জাবৰ-জোঁথৰ পেলোৱা।

৫। চৰকাৰৰ নিৰ্দেশত বানপানীৰ সময়ত কোনে উদ্ধাৰ অভিযান চলাইছিল?

(i) এছ. ডি. আৰ. এফ.।

(ii) এন. ডি. আৰ. এফ.।

(iii) অসম আৰক্ষী।

(iv) ভাৰতীয় সেনা।

উত্তৰঃ (i) এছ. ডি. আৰ. এফ.।

৬। উপমা কোন শ্ৰেণীৰ ছাত্ৰী আছিল?

(i) ষষ্ঠ শ্ৰেণীৰ।

(ii) সপ্তম শ্ৰেণীৰ।

(iii) অষ্টম শ্ৰেণীৰ।

(iv) নৱম শ্ৰেণীৰ।

উত্তৰঃ (ii) সপ্তম শ্ৰেণীৰ।

৭। উপমাৰ ভায়েকৰ নাম কি?

(i) ৰতন।

(ii) ৰূপক।

(iii) ৰাহুল।

(iv) ৰঞ্জিত।

উত্তৰঃ (ii) ৰূপক।

৮। ভলুকা আৰু ভতুৱা আচলতে কি আছিল?

(i) দুজন মানুহ।

(ii) দুটা মেকুৰী।

(iii) দুটা ধেকুৰা কুকুৰ।

(iv) দুটা গৰু।

উত্তৰঃ (iii) দুটা ধেকুৰা কুকুৰ।

৯। ভলুকা গাঁৱৰ ক’ত থাকিছিল?

(i) নাটশালাৰ চোতালত।

(ii) ধোবাৰ ঘৰত।

(iii) আইতাকৰ ঘৰত।

(iv) ঘাইপথত।

উত্তৰঃ (ii) ধোবাৰ ঘৰত।

১০। ভতুৱা গাঁৱৰ ক’ত থাকিছিল?

(i) ধোবাৰ ঘৰত।

(ii) উপমাৰ ঘৰত।

(iii) গাঁৱৰ নাটশালাৰ চোতালত।

(iv) পাহাৰত।

উত্তৰঃ (iii) গাঁৱৰ নাটশালাৰ চোতালত।

১১। ভলুকা আৰু ভতুৱাৰ মাজত কেনেকুৱা সম্বন্ধ আছিল?

(i) বন্ধুত্বপূৰ্ণ।

(ii) অহি-নকুল।

(iii) ভাতৃত্ববোধ।

(iv) মৰমীয়াল।

উত্তৰঃ (ii) অহি-নকুল।

১২। বানপানীৰ সময়ত গাঁৱৰ বেছিভাগ মানুহে ক’ত আশ্ৰয় লৈছিল?

(i) গছৰ ওপৰত।

(ii) ঘাইপথৰ ওপৰত।

(iii) পাহাৰত।

(iv) চহৰত।

উত্তৰঃ (ii) ঘাইপথৰ ওপৰত।

১৩। আইতাকে ল’ৰা-ছোৱালীহঁতক কিহৰ বিষয়ে সাধু কৈছিল?

(i) ৰজা-ৰাণীৰ।

(ii) ভূতৰ।

(iii) বানপানীৰ সময়ৰ সঁচা ঘটনাৰ।

(iv) পৰীৰ।

উত্তৰঃ (iii) বানপানীৰ সময়ৰ সঁচা ঘটনাৰ।

১৪। ৰাতি হঠাতে জালত পৰা মাছৰ দৰে কোন বন্দী হৈ গৈছিল?

(i) ৰূপক।

(ii) ভলুকা আৰু ভতুৱা।

(iii) উপমা।

(iv) ৰতন।

উত্তৰঃ (ii) ভলুকা আৰু ভতুৱা।

১৫। আইতাকে সাধু কৈ থাকোঁতে হঠাতে কি প্ৰাকৃতিক দুৰ্যোগ আহিছিল?

(i) বানপানী।

(ii) ঘূৰ্ণীবতাহ।

(iii) ভূমিকম্প।

(iv) ভূমিস্খলন।

উত্তৰঃ (iii) ভূমিকম্প।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top