SCERT Class 7 Assamese MCQ Chapter 4 কৃষক Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese MCQ Chapter 4 কৃষক Solutions and select need one. SEBA Class 7 Assamese MCQ Notes Download PDF. SEBA Class 7 Assamese Multiple Choice Question Answer.
Class 7 Assamese MCQ Chapter 4 কৃষক
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 7 Assamese MCQ Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese Objective Type Notes for All Chapters, You can practice these here.
কৃষক
Chapter: 4
| MCQ |
১। ‘কৃষক’ কবিতাটিৰ কবি কোন?
(i) তুলসীচন্দ্ৰ বৰুৱা।
(ii) নৱকান্ত বৰুৱা।
(iii) ভবেন্দ্ৰনাথ শইকীয়া।
(iv) তীৰ্থনাথ শৰ্মা।
উত্তৰঃ (i) তুলসীচন্দ্ৰ বৰুৱা।
২। কবি তুলসীচন্দ্ৰ বৰুৱাৰ জন্ম ক’ত হৈছিল?
(i) গুৱাহাটীত।
(ii) যোৰহাটত।
(iii) শিৱসাগৰত।
(iv) ডিব্ৰুগড়ত।
উত্তৰঃ (ii) যোৰহাটত।
৩। তুলসীচন্দ্ৰ বৰুৱাই সংকলন কৰা খণ্ড বাক্য আৰু ফকৰা-যোজনা সন্নিৱিষ্ট গ্ৰন্থখনৰ নাম কি?
(i) শব্দকোষ।
(ii) হেমকোষ।
(iii) চন্দ্ৰকান্ত অভিধান।
(iv) বটুকোষ।
উত্তৰঃ (iv) বটুকোষ।
৪। কিমান খ্ৰীষ্টাব্দত তুলসীচন্দ্ৰ বৰুৱাই ‘সাহিত্য ৰত্ন’ উপাধি লাভ কৰিছিল?
(i) ১৯১৯ খ্ৰীষ্টাব্দত।
(ii) ১৯২৯ খ্ৰীষ্টাব্দত।
(iii) ১৯৩৯ খ্ৰীষ্টাব্দত।
(iv) ১৯৪৯ খ্ৰীষ্টাব্দত।
উত্তৰঃ (ii) ১৯২৯ খ্ৰীষ্টাব্দত।
৫। তুলসীচন্দ্ৰ বৰুৱাক ‘সাহিত্য ৰত্ন’ উপাধি কোনে প্ৰদান কৰিছিল?
(i) অসম সাহিত্য সভাই।
(ii) কামৰূপ সঞ্জীৱনী সভাই।
(iii) অসম চৰকাৰে।
(iv) ভাৰত চৰকাৰে।
উত্তৰঃ (ii) কামৰূপ সঞ্জীৱনী সভাই।
৬। কবিয়ে কৃষকক কাৰ লগত তুলনা কৰিছে?
(i) মাতৃৰ।
(ii) ভাতৃৰ।
(iii) পিতৃৰ।
(iv) শিক্ষকৰ।
উত্তৰঃ (iii) পিতৃৰ।
৭। সমাজক কোনে জীয়াই ৰাখিছে বুলি কবিয়ে উল্লেখ কৰিছে?
(i) ব্যৱসায়ীয়ে।
(ii) শিক্ষকে।
(iii) চিকিৎসকে।
(iv) কৃষকে।
উত্তৰঃ (iv) কৃষকে।
৮। কৃষকৰ উৎপাদিত সামগ্ৰীৰে কোনে লক্ষ্মীক বান্ধিছে?
(i) কৃষকে নিজে।
(ii) সদাগৰে।
(iii) চৰকাৰে।
(iv) দেশবাসীয়ে।
উত্তৰঃ (ii) সদাগৰে।
৯। কৃষকে খেতি নকৰি বহি থাকিলে দেশত কি হ’ব?
(i) উন্নতি হ’ব।
(ii) হাহাকাৰ লাগিব।
(iii) শান্তি হ’ব।
(iv) একো নহয়।
উত্তৰঃ (ii) হাহাকাৰ লাগিব।
১০। ‘উন্নতি’ শব্দৰ অৰ্থ কি?
(i) অৱনতি।
(ii) উন্নয়ন।
(iii) উৎপাদন।
(iv) ক্ৰয়-বিক্ৰয়।
উত্তৰঃ (ii) উন্নয়ন।
১১। ‘সদাগৰে’ শব্দৰ সমাৰ্থক শব্দ কি?
(i) সাউদে।
(ii) মানুহে।
(iii) মাতৃভূমি।
(iv) ঘটি।
উত্তৰঃ (i) সাউদে।
১২। যি ক্ৰিয়াপদত বাক্যৰ অৰ্থ সম্পূৰ্ণ হয়, তাক কি বোলে?
(i) অসমাপিকা ক্ৰিয়া।
(ii) সমাপিকা ক্ৰিয়া।
(iii) সৰ্মক ক্ৰিয়া।
(iv) অকৰ্মক ক্ৰিয়া।
উত্তৰঃ (ii) সমাপিকা ক্ৰিয়া।
১৩। যি ক্ৰিয়াপদে বাক্যৰ অৰ্থ সম্পূৰ্ণ নকৰে, তাক কি বোলে?
(i) অসমাপিকা ক্ৰিয়া।
(ii) সমাপিকা ক্ৰিয়া।
(iii) দ্বিকৰ্মক ক্ৰিয়া।
(iv) প্ৰেৰণাৰ্থক ক্ৰিয়া।
উত্তৰঃ (i) অসমাপিকা ক্ৰিয়া।
১৪। কৃষকৰ অবিহনে জগতখন কিহৰ দৰে হ’ব বুলি কবিতাটোত কোৱা হৈছে?
(i) মৰুভূমি।
(ii) শ্মশান।
(iii) স্বৰ্গ।
(iv) নৰক।
উত্তৰঃ (ii) শ্মশান।
১৫। “নাও চলোৱা সঁজুলি”ক বুজাবলৈ তলৰ কোনটো শব্দ ব্যৱহাৰ কৰা হয়?
(i) নাঙল।
(ii) জাপি।
(iii) ব’ঠা।
(iv) মৈ।
উত্তৰঃ (iii) ব’ঠা।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

