Class 7 Assamese MCQ Chapter 3 ঐতিহ্যৰ পম খেদি

SCERT Class 7 Assamese MCQ Chapter 3 ঐতিহ্যৰ পম খেদি Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese MCQ Chapter 3 ঐতিহ্যৰ পম খেদি Solutions and select need one. SEBA Class 7 Assamese MCQ Notes Download PDF. SEBA Class 7 Assamese Multiple Choice Question Answer.

Class 7 Assamese MCQ Chapter 3 ঐতিহ্যৰ পম খেদি

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 7 Assamese MCQ Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese Objective Type Notes for All Chapters, You can practice these here.

ঐতিহ্যৰ পম খেদি

Chapter: 3

MCQ

১। ছাত্ৰ-ছাত্ৰীসকলে আজিকালি বিদ্যালয়ৰ ক’ত অধিক সময় পাৰ কৰিছে?

(i) খেলপথাৰত।

(ii) পুথিভঁৰালত।

(iii) বিজ্ঞানাগাৰত।

(iv) শ্ৰেণীকোঠাত।

উত্তৰঃ (ii) পুথিভঁৰালত।

২। এটা জাতিৰ সভ্যতাৰ দাপোণ স্বৰূপ কি?

(i) শিক্ষা।

(ii) বিজ্ঞান।

(iii) ঐতিহ্য।

(iv) সাহিত্য।

উত্তৰঃ (iii) ঐতিহ্য।

৩। আলোচনা-চক্ৰখনৰ মূল বিষয়বস্তু কি আছিল?

(i) অসমৰ নদ-নদী।

(ii) অসমৰ প্ৰাকৃতিক সৌন্দৰ্য।

(iii) অসমৰ বুৰঞ্জী।

(iv) অসমৰ ঐতিহ্যমণ্ডিত ঠাইসমূহৰ পৰিচয়।

উত্তৰঃ (iv) অসমৰ ঐতিহ্যমণ্ডিত ঠাইসমূহৰ পৰিচয়।

৪। অতীতৰ সৈতে বৰ্তমানৰ সংযোগ কোনে স্থাপন কৰে?

(i) শিক্ষাই।

(ii) প্ৰযুক্তিয়ে।

(iii) ঐতিহ্যই।

(iv) বিজ্ঞানে।

উত্তৰঃ (iii) ঐতিহ্যই।

৫। সমাজ আৰু সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হিচাপে কাক বিবেচনা কৰা হয়?

(i) বিজ্ঞানক।

(ii) ইতিহাসক।

(iii) ঐতিহ্যক।

(iv) ভূগোলক।

উত্তৰঃ (iii) ঐতিহ্যক।

৬। শ্ৰেণীকোঠাত প্ৰৱেশ কৰা বাইদেউগৰাকীৰ নাম কি আছিল?

(i) অজন্তা বৰুৱা।

(ii) দীপশিখা শইকীয়া।

(iii) ৰুক্মিণী দাস।

(iv) অহল্যা গোস্বামী।

উত্তৰঃ (ii) দীপশিখা শইকীয়া।

৭। আলোচনা-চক্ৰখনত অংশগ্ৰহণ কৰা বিদ্যালয়খনৰ নাম কি?

(i) আনন্দৰাম উচ্চ বুনিয়াদী বিদ্যালয়।

(ii) কামৰূপ একাডেমী।

(iii) গুৱাহাটী উচ্চ বিদ্যালয়।

(iv) শংকৰদেৱ বিদ্যা নিকেতন।

উত্তৰঃ (i) আনন্দৰাম উচ্চ বুনিয়াদী বিদ্যালয়।

৮। অজন্তাই কোনখন ঠাইৰ বিষয়ে আলোচনা কৰিবলৈ বাছি লৈছিল?

(i) গোৱালপাৰা।

(ii) শিৱসাগৰ।

(iii) উত্তৰ গুৱাহাটী।

(iv) তেজপুৰ।

উত্তৰঃ (iii) উত্তৰ গুৱাহাটী।

৯। একাদশ শতিকাত কামৰূপত ৰাজত্ব কৰা পাল বংশৰ ৰজাজনৰ নাম কি আছিল?

(i) ধৰ্মপাল।

(ii) ৰত্নপাল।

(iii) ভাস্কৰবৰ্মন।

(iv) নৰনাৰায়ণ।

উত্তৰঃ (ii) ৰত্নপাল।

১০। ৰত্নপালৰ তামৰ ফলিত উত্তৰ গুৱাহাটীক কি নামৰে জনা গৈছিল বুলি উল্লেখ আছে?

(i) প্ৰাগজ্যোতিষপুৰ।

(ii) শোণিতপুৰ।

(iii) কামৰূপ নগৰ।

(iv) দুৰ্জয়া নগৰ।

উত্তৰঃ (iv) দুৰ্জয়া নগৰ।

১১। দুৰ্জয়া নগৰখনৰ তিনিটা দিশত কি আছিল?

(i) নদী।

(ii) পাহাৰ।

(iii) মৰুভূমি।

(iv) সাগৰ।

উত্তৰঃ (ii) পাহাৰ।

১২। পাল বংশৰ ৰজা ধৰ্মপালে কোন শতিকাত ৰাজত্ব কৰিছিল?

(i) নৱম-দশম শতিকাত।

(ii) একাদশ-দ্বাদশ শতিকাত।

(iii) ত্ৰয়োদশ শতিকাত।

(iv) চতুৰ্দশ শতিকাত।

উত্তৰঃ (ii) একাদশ-দ্বাদশ শতিকাত।

১৩। ‘পুষ্পভদ্ৰা’ নামৰ বিখ্যাত তামৰ ফলিখন কোনজন ৰজাৰ আছিল?

(i) ৰত্নপালৰ।

(ii) ধৰ্মপালৰ।

(iii) শিৱ সিংহৰ।

(iv) পৃথুৰ।

উত্তৰঃ (ii) ধৰ্মপালৰ।

১৪। পুষ্পভদ্ৰা তামৰ ফলিত ৰাজধানীখনৰ নাম কি বুলি উল্লেখ আছে?

(i) কমতাপুৰ।

(ii) ৰংপুৰ।

(iii) কামৰূপ নগৰ।

(iv) দুৰ্জয়া নগৰ।

উত্তৰঃ (iii) কামৰূপ নগৰ।

১৫। কানাই বৰশী বোৱা শিলালিপি ক’ত অৱস্থিত?

(i) নীলাচল পাহাৰত।

(ii) মণিকৰ্ণেশ্বৰ পাহাৰত।

(iii) চিত্ৰাচল পাহাৰত।

(iv) শ্ৰীসূৰ্য পাহাৰত।

উত্তৰঃ (ii) মণিকৰ্ণেশ্বৰ পাহাৰত।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top