Class 7 Assamese MCQ Chapter 14 উত্তৰণৰ যাত্ৰা

SCERT Class 7 Assamese MCQ Chapter 14 উত্তৰণৰ যাত্ৰা Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese MCQ Chapter 14 উত্তৰণৰ যাত্ৰা Solutions and select need one. SEBA Class 7 Assamese MCQ Notes Download PDF. SEBA Class 7 Assamese Multiple Choice Question Answer.

Class 7 Assamese MCQ Chapter 14 উত্তৰণৰ যাত্ৰা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 7 Assamese MCQ Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese Objective Type Notes for All Chapters, You can practice these here.

উত্তৰণৰ যাত্ৰা

Chapter: 14

MCQ

১। ‘উত্তৰণৰ যাত্ৰা’ পাঠটিৰ মূল চৰিত্ৰটোৰ নাম কি?

(i) হেনৰী।

(ii) ৰালফ ব্ৰ’ন।

(iii) ফ্ৰেংক।

(iv) ইড।

উত্তৰঃ (ii) ৰালফ ব্ৰ’ন।

২। ১৯৪৭ খ্ৰীষ্টাব্দৰ গ্ৰীষ্মকালত ব্ৰ’নে খেলি থাকোঁতে তেওঁৰ বয়স কিমান আছিল?

(i) পাঁচ বছৰ।

(ii) ছবছৰ।

(iii) সাত বছৰ।

(iv) আঠ বছৰ।

উত্তৰঃ (ii) ছবছৰ।

৩। ব্ৰ’ন আৰু তেওঁৰ লগৰীয়াবোৰে মাটিত কি চলাই খেলি আছিল?

(i) চাইকেল।

(ii) পুতলা গাড়ী।

(iii) পুতলা উৰাজাহাজ।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) পুতলা গাড়ী।

৪। খেলি থাকোঁতে আনৰ দৰে জঁপিয়াই ফুৰিবলৈ গৈ ব্ৰ’নে কেনে অনুভৱ কৰিছিল?

(i) আনন্দ পাইছিল।

(ii) ভয় খাইছিল।

(iii) কষ্ট পাইছিল।

(iv) একো অনুভৱ কৰা নাছিল।

উত্তৰঃ (iii) কষ্ট পাইছিল।

৫। ডাক্তৰে পৰীক্ষা কৰি ব্ৰ’নৰ কি অসুবিধাহোৱা বুলি মাক-দেউতাকক কৈছিল?

(i) কথা কোৱাত।

(ii) খোজ কঢ়া আৰু ঘূৰি ফুৰাত।

(iii) শুবলৈ।

(iv) খাবলৈ।

উত্তৰঃ (ii) খোজ কঢ়া আৰু ঘূৰি ফুৰাত।

৬। ডাক্তৰে দিয়া ঔষধৰ বাকচটো ঘৰলৈ উভতি আহোঁতে কাৰ হাতৰ পৰা পৰি গৈছিল?

(i) মাকৰ হাতৰ পৰা।

(ii) দেউতাকৰ হাতৰ পৰা।

(iii) ব্ৰ’নৰ হাতৰ পৰা।

(iv) হেনৰীৰ হাতৰ পৰা।

উত্তৰঃ (iii) ব্ৰ’নৰ হাতৰ পৰা।

৭। ঔষধকেইটা বুটলি দি কোনে ব্ৰ’নক তেওঁৰ গুৰুতৰ অসুখৰ কথা কৈছিল?

(i) মাকে।

(ii) দেউতাকে।

(iii) ডাক্তৰে।

(iv) হেনৰীয়ে।

উত্তৰঃ (iv) হেনৰীয়ে।

৮। ডাক্তৰৰ মতে ব্ৰ’ন কোনটো ৰোগত আক্ৰান্ত হৈছিল?

(i) কলেৰা।

(ii) মেলেৰিয়া।

(iii) মাংসপেশীৰ দুৰ্বিকাশ।

(iv) টাইফয়েড।

উত্তৰঃ (iii) মাংসপেশীৰ দুৰ্বিকাশ।

৯। মাংসপেশীৰ দুৰ্বিকাশ ৰোগত আক্ৰান্ত হ’লে শৰীৰত কি প্ৰভাৱ পৰে?

(i) দৃষ্টিশক্তি কমি যায়।

(ii) পেশীসমূহ দুৰ্বল হৈ পৰে।

(iii) চুলি সৰে।

(iv) জ্বৰ উঠে।

উত্তৰঃ (ii) পেশীসমূহ দুৰ্বল হৈ পৰে।

১০। ডাক্তৰৰ মতে ব্ৰ’নে জীৱনৰ কোনটো অৱস্থা নাপাবগৈ বুলি কৈছিল?

(i) কিশোৰ অৱস্থা।

(ii) যুৱ অৱস্থা।

(iii) বৃদ্ধ অৱস্থা।

(iv) শৈশৱ অৱস্থা।

উত্তৰঃ (i) কিশোৰ অৱস্থা।

১১। ব্ৰ’নৰ মাক-দেউতাকে তেওঁৰ ৰোগৰ কথা শুনি কি পণ লৈছিল?

(i) তাক অনাথ আশ্ৰমত দিয়াৰ।

(ii) নিজৰ ল’ৰাটোক আৰোগ্য কৰাৰ।

(iii) বেলেগ দেশলৈ যোৱাৰ।

(iv) ডাক্তৰৰ ওচৰলৈ নোযোৱাৰ।

উত্তৰঃ (ii) নিজৰ ল’ৰাটোক আৰোগ্য কৰাৰ।

১২। ব্ৰ’নৰ ভৰি দুখনে কাম নকৰা হোৱাত কোনে বোকোচাত উঠাই ঘূৰাই লৈ ফুৰিছিল?

(i) মাকে।

(ii) দেউতাকে।

(iii) হেনৰীয়ে।

(iv) ককায়েকে।

উত্তৰঃ (ii) দেউতাকে।

১৩। ব্ৰ’নৰ দেউতাকৰ কেনেকুৱা দুৰ্ঘটনা হৈছিল?

(i) ৰে’ল দুৰ্ঘটনা।

(ii) চাইকেল দুৰ্ঘটনা।

(iii) গাড়ী দুৰ্ঘটনা।

(iv) উৰাজাহাজ দুৰ্ঘটনা।

উত্তৰঃ (iii) গাড়ী দুৰ্ঘটনা।

১৪। দুৰ্ঘটনাত দেউতাকৰ শৰীৰৰ কোনটো অংশত যথেষ্ট আঘাত পাইছিল?

(i) হাতত।

(ii) ভৰিত।

(iii) ডিঙিত।

(iv) কঁকালত।

উত্তৰঃ (iii) ডিঙিত।

১৫। ডাঙৰ হৈ ব্ৰ’নে বিশেষভাৱে সক্ষম লোকসকলৰ কিহৰ ক্ষেত্ৰত হোৱা অসুবিধা বেছিকৈ বুজি উঠিছিল?

(i) শিক্ষাৰ ক্ষেত্ৰত।

(ii) যাতায়াতৰ ক্ষেত্ৰত।

(iii) খেলা-ধূলাৰ ক্ষেত্ৰত।

(iv) চাকৰিৰ ক্ষেত্ৰত।

উত্তৰঃ (ii) যাতায়াতৰ ক্ষেত্ৰত।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top