Class 7 Assamese MCQ Chapter 13 খেলোঁ আহা

SCERT Class 7 Assamese MCQ Chapter 13 খেলোঁ আহা Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese MCQ Chapter 13 খেলোঁ আহা Solutions and select need one. SEBA Class 7 Assamese MCQ Notes Download PDF. SEBA Class 7 Assamese Multiple Choice Question Answer.

Class 7 Assamese MCQ Chapter 13 খেলোঁ আহা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 7 Assamese MCQ Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese Objective Type Notes for All Chapters, You can practice these here.

খেলোঁ আহা

Chapter: 13

MCQ

১। শৰীৰ সবল কৰিবৰ বাবে আমি কি কৰিব লাগে?

(i) শুব লাগে।

(ii) খেলিব লাগে।

(iii) বহি থাকিব লাগে।

(iv) ফুৰিব লাগে।

উত্তৰঃ (ii) খেলিব লাগে।

২। ‘খেলোঁ আহা’ গীতটিৰ ৰচক কোন?

(i) ড° ভূপেন হাজৰিকা।

(ii) ড° নিৰ্মলপ্ৰভা বৰদলৈ।

(iii) জোন বৰুৱা।

(iv) ড° সংগীতা কাকতি।

উত্তৰঃ (ii) ড° নিৰ্মলপ্ৰভা বৰদলৈ।

৩। ড° নিৰ্মলপ্ৰভা বৰদলৈক কি নামেৰে জনা যায়?

(i) সেউজী বাইদেউ।

(ii) ৰঙা বাইদেউ।

(iii) নীলা বাইদেউ।

(iv) বগা বাইদেউ।

উত্তৰঃ (iii) নীলা বাইদেউ।

৪। ড° নিৰ্মলপ্ৰভা বৰদলৈ কোনখন সভাৰ প্ৰাক্তন সভাপতি আছিল?

(i) অসম বিজ্ঞান সমিতি।

(ii) অসম সাহিত্য সভা।

(iii) বড়ো সাহিত্য সভা।

(iv) অসম ছাত্ৰ সন্থা।

উত্তৰঃ (ii) অসম সাহিত্য সভা।

৫। কিমান চনত ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

(i) ১৯৮০ চনত।

(ii) ১৯৮২ চনত।

(iii) ১৯৮৩ চনত।

(iv) ১৯৮৫ চনত।

উত্তৰঃ (iii) ১৯৮৩ চনত।

৬। কোনখন কবিতাপুথিৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

(i) সুদীৰ্ঘ দিন আৰু ঋতু।

(ii) দিনৰ পাছত দিন।

(iii) মোৰ কবিতা।

(iv) বসন্তৰ গান।

উত্তৰঃ (i) সুদীৰ্ঘ দিন আৰু ঋতু।

৭। ‘খেলোঁ আহা’ গীতটি কিমান সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উপলক্ষে ৰচনা কৰা হৈছিল?

(i) ৩০ সংখ্যক।

(ii) ৩১ সংখ্যক।

(iii) ৩২ সংখ্যক।

(iv) ৩৩ সংখ্যক।

উত্তৰঃ (iv) ৩৩ সংখ্যক।

৮। গীতটিত কোনে সুৰ দিছিল?

(i) ৰাজীৱ কলিতা।

(ii) ড° ভূপেন হাজৰিকা।

(iii) জয়ন্ত হাজৰিকা।

(iv) ড° সংগীতা কাকতি।

উত্তৰঃ (i) ৰাজীৱ কলিতা।

৯। গীতটিত কোনে কণ্ঠদান কৰিছিল?

(i) তৰালি শৰ্মা।

(ii) ড° সংগীতা কাকতি।

(iii) ড° নিৰ্মলপ্ৰভা বৰদলৈ।

(iv) দীপালী বৰঠাকুৰ।

উত্তৰঃ (ii) ড° সংগীতা কাকতি।

১০। খেলে আমাক কিহৰ শিক্ষা দিয়ে?

(i) বুদ্ধি আৰু মিলা-প্ৰীতি।

(ii) কাজিয়া কৰা।

(iii) ভয় কৰা।

(iv) দুখ কৰা।

উত্তৰঃ (i) বুদ্ধি আৰু মিলা-প্ৰীতি।

১১। খেলৰ কিমান শক্তি আছে চাবলৈ গীতটিত হৃদয় কেনেকুৱা কৰিবলৈ কোৱা হৈছে?

(i) কঠোৰ কৰিবলৈ।

(ii) সৰু কৰিবলৈ।

(iii) উদাৰ কৰিবলৈ।

(iv) বন্ধ কৰিবলৈ।

উত্তৰঃ (iii) উদাৰ কৰিবলৈ।

১২। তলৰ কোনবিধ খেল মুকলি পথাৰত খেলা খেল নহয়?

(i) ফুটবল।

(ii) নাও খেল।

(iii) দৌৰ।

(iv) বক্সিং।

উত্তৰঃ (iv) বক্সিং।

১৩। মুকলি পথাৰত খেলা খেলবোৰক কি বুলি কোৱা হয়?

(i) আন্তঃক্ৰীড়া।

(ii) বহিঃক্ৰীড়া।

(iii) ঘৰুৱা খেল।

(iv) সৰু খেল।

উত্তৰঃ (ii) বহিঃক্ৰীড়া।

১৪। ঘৰৰ ভিতৰত খেলা খেলবোৰক কি বুলি কোৱা হয়?

(i) বহিঃক্ৰীড়া।

(ii) ডাঙৰ খেল।

(iii) আন্তঃক্ৰীড়া।

(iv) মুকলি খেল।

উত্তৰঃ (iii) আন্তঃক্ৰীড়া।

১৫। ১৫ বছৰ অনুৰ্ধ ফুটবল খেল প্ৰতিযোগিতাত কোনখন বিদ্যালয় বিজয়ী হৈছিল?

(i) মৌগাঁও উচ্চ মাধ্যমিক বিদ্যালয়।

(ii) বৰমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়।

(iii) গুৱাহাটী উচ্চ বিদ্যালয়।

(iv) নগাঁও উচ্চ বিদ্যালয়।

উত্তৰঃ (ii) বৰমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top