⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 6 Social Science MCQ Chapter 16 মৌৰ্য সাম্ৰাজ্য

Class 6 Social Science MCQ Chapter 16 মৌৰ্য সাম্ৰাজ্য Solutions, Class 6 Social Science Objective Type Question Answer, Class 6 Social Science MCQ Chapter 16 মৌৰ্য সাম্ৰাজ্য Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.

Class 6 Social Science MCQ Chapter 16 মৌৰ্য সাম্ৰাজ্য

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Notes for All Subject, You can practice these here.

Chapter – 16

SOCIAL SCIENCE

MULTIPLE CHOICE QUESTION ANSWER

(১) মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কেতিয়া হৈছিল?

(ক) ৩২৪ খ্ৰী: পূ: ত

(খ) ৩৪২ খ্ৰী: পূ: ত

(গ) ৪৫৬ খ্ৰী: পূ: ত 

(ঘ) এটাও নহয় 

উত্তৰ:- (ক) ৩২৪ খ্ৰী: পূ: ত

(২) ভাৰতৰ প্ৰথম ঐতিহাসিক সাম্ৰাজ্য কোনটো আছিল?

(ক) মগধ সাম্ৰাজ্য

(খ) মৌৰ্য সাম্ৰাজ্য

(গ) অশোক সাম্ৰাজ্য

(ঘ) গুপ্ত সাম্ৰাজ্য 

উত্তৰ:- (খ) মৌৰ্য সাম্ৰাজ্য।

(৩) মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল?

(ক) চন্দ্ৰগুপ্ত মৌৰ্য

(খ) মহামতি অশোক

(গ) কৌটিল্য

(ঘ) বুদ্ধদেৱ 

উত্তৰ:- (ক) চন্দ্ৰগুপ্ত মৌৰ্য।

(৪) অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল?

(ক) মেগাস্থিনিচ

(খ) বুদ্ধদেৱ

(গ) কৌটিল্য

(ঘ) মহাবীৰ

উত্তৰ:- (গ) কৌটিল্য।

(৫) চন্দ্ৰগুপ্তৰ মাতৃৰ নাম কি আছিল?

(ক) মুৰা

(খ) মায়াদেৱী

(গ) মহাময়া

(ঘ) অশোক 

উত্তৰ:- (ক) মুৰা।

(৬) চন্দ্ৰগুপ্ত মৌৰ্যক সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা কাৰ্য্যত কোনজন ব্ৰাহ্মণ পণ্ডিতে সহায় কৰিছিল?

(ক) অশোক 

(খ) মহাবীৰ

(গ) চাণক্য

(ঘ) কৌটিল্য

উত্তৰ:- (গ) চাণক্য।

(৭) চাণক্যৰ আন এটা নাম কি আছিল?

(ক) অশোক

(খ) কৌটিল্য

(গ) চন্দ্ৰগুপ্ত

(ঘ) মহাবীৰ

উত্তৰ:- (খ) কৌটিল্য।

(৮) চন্দ্ৰগুপ্ত মৌৰ্যয়ে ৰাজধানী পাটলিপুত্ৰ নগৰখন কাইজনীয়া সদস্যৰ এখন পৌৰসভাৰ সহায়ত পৰিচালনা কৰিছিল?

(ক) ৩০ জনীয়া 

(খ) ২০ জনীয়া

(গ) ৩২ জনীয়া

(ঘ) ২২ জনীয়া

উত্তৰ:- (ক) ৩০ জনীয়া।

(৯) ভাৰতৰ ইতহাসত পৌৰসভা গঠন কৰা প্ৰথমগৰাকী শাসক কোন আছিল?

(ক) মহামতি অশোক

(খ) কৌটিল্য

(গ) চন্দ্ৰগুপ্ত মৌৰ্য

(ঘ) গৌতম বুদ্ধ

উত্তৰ:- (গ) চন্দ্ৰগুপ্ত মৌৰ্য।

(১০) কাৰ দিনত তক্ষশীলাৰ পৰা পাটলিপুত্ৰলৈ এটি ডাঙৰ আলিবাট বন্ধোৱা হৈছিল?

(ক) চন্দ্ৰগুপ্ত মৌৰ্য

(খ) মহামতি অশোক

(গ) কৌটিল্য 

(ঘ) এটাও নহয় 

উত্তৰ:- (ক) চন্দ্ৰগুপ্ত মৌৰ্য

(১১) অশোক স্তম্ভ কোনে নিৰ্মাণ কৰিছিল?

(ক) চন্দ্ৰগুপ্ত মৌৰ্য

(খ) মহামতি অশোক

(খ) কৌটিল্য ব্ৰাহ্মণ

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) মহামতি অশোক।

(১২) চন্দ্ৰগুপ্ত মৌৰ্যৰ পাছত মৌৰ্য বংশৰ উল্লেযোগ্য সম্ৰাট কোন আছিল?

(ক) কৌটিল্য

(খ) মহামতি অশোক

(গ) গৌতম বুদ্ধ

(ঘ) পণ্ডিত

উত্তৰ:- (খ) মহামতি অশোক।

(১৩) অশোকে প্ৰায় কিমান বছৰ কাল ৰাজত্ব কৰিছিল?

(ক) ৪৩ বছৰ কাল

(খ) ৩৪ বছৰ কাল

(গ) ৪০ বছৰ কাল

(ঘ) ৫০ বছৰ কাল 

উত্তৰ:- (ক) ৪৩ বছৰ কাল।

(১৪) কোনখন যুদ্ধৰ পাছত সম্ৰাট অশোকে যুদ্ধ জয়ৰ পৰিৱৰ্তে মানুহৰ অন্তৰ জয় কৰিবলৈ প্ৰতিজ্ঞা কৰে?

(ক) কলিংগ যুদ্ধ

(খ) হৰিহৰ যুদ্ধ 

(গ) ক আৰু খ দুটা

(ঘ) এটাও নহয় 

উত্তৰ :- (ক) কলিংগ যুদ্ধ।

(১৫) সম্ৰাট অশোকৰ গুৰু কোন আছিল ?

(ক) চন্দ্ৰগুপ্ত

(খ) উপগুপ্ত

(গ) কৌটিল্য

(ঘ) এটাও নহয় 

উত্তৰ :- (খ) উপগুপ্ত।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top