Class 6 Social Science MCQ Chapter 16 মৌৰ্য সাম্ৰাজ্য

Class 6 Social Science MCQ Chapter 16 মৌৰ্য সাম্ৰাজ্য Solutions, Class 6 Social Science Objective Type Question Answer, Class 6 Social Science MCQ Chapter 16 মৌৰ্য সাম্ৰাজ্য Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.

Class 6 Social Science MCQ Chapter 16 মৌৰ্য সাম্ৰাজ্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Notes for All Subject, You can practice these here.

Chapter – 16

SOCIAL SCIENCE

MULTIPLE CHOICE QUESTION ANSWER

(১) মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কেতিয়া হৈছিল?

(ক) ৩২৪ খ্ৰী: পূ: ত

(খ) ৩৪২ খ্ৰী: পূ: ত

(গ) ৪৫৬ খ্ৰী: পূ: ত 

(ঘ) এটাও নহয় 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰ:- (ক) ৩২৪ খ্ৰী: পূ: ত

(২) ভাৰতৰ প্ৰথম ঐতিহাসিক সাম্ৰাজ্য কোনটো আছিল?

(ক) মগধ সাম্ৰাজ্য

(খ) মৌৰ্য সাম্ৰাজ্য

(গ) অশোক সাম্ৰাজ্য

(ঘ) গুপ্ত সাম্ৰাজ্য 

উত্তৰ:- (খ) মৌৰ্য সাম্ৰাজ্য।

(৩) মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল?

(ক) চন্দ্ৰগুপ্ত মৌৰ্য

(খ) মহামতি অশোক

(গ) কৌটিল্য

(ঘ) বুদ্ধদেৱ 

উত্তৰ:- (ক) চন্দ্ৰগুপ্ত মৌৰ্য।

(৪) অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল?

(ক) মেগাস্থিনিচ

(খ) বুদ্ধদেৱ

(গ) কৌটিল্য

(ঘ) মহাবীৰ

উত্তৰ:- (গ) কৌটিল্য।

(৫) চন্দ্ৰগুপ্তৰ মাতৃৰ নাম কি আছিল?

(ক) মুৰা

(খ) মায়াদেৱী

(গ) মহাময়া

(ঘ) অশোক 

উত্তৰ:- (ক) মুৰা।

(৬) চন্দ্ৰগুপ্ত মৌৰ্যক সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা কাৰ্য্যত কোনজন ব্ৰাহ্মণ পণ্ডিতে সহায় কৰিছিল?

(ক) অশোক 

(খ) মহাবীৰ

(গ) চাণক্য

(ঘ) কৌটিল্য

উত্তৰ:- (গ) চাণক্য।

(৭) চাণক্যৰ আন এটা নাম কি আছিল?

(ক) অশোক

(খ) কৌটিল্য

(গ) চন্দ্ৰগুপ্ত

(ঘ) মহাবীৰ

উত্তৰ:- (খ) কৌটিল্য।

(৮) চন্দ্ৰগুপ্ত মৌৰ্যয়ে ৰাজধানী পাটলিপুত্ৰ নগৰখন কাইজনীয়া সদস্যৰ এখন পৌৰসভাৰ সহায়ত পৰিচালনা কৰিছিল?

(ক) ৩০ জনীয়া 

(খ) ২০ জনীয়া

(গ) ৩২ জনীয়া

(ঘ) ২২ জনীয়া

উত্তৰ:- (ক) ৩০ জনীয়া।

(৯) ভাৰতৰ ইতহাসত পৌৰসভা গঠন কৰা প্ৰথমগৰাকী শাসক কোন আছিল?

(ক) মহামতি অশোক

(খ) কৌটিল্য

(গ) চন্দ্ৰগুপ্ত মৌৰ্য

(ঘ) গৌতম বুদ্ধ

উত্তৰ:- (গ) চন্দ্ৰগুপ্ত মৌৰ্য।

(১০) কাৰ দিনত তক্ষশীলাৰ পৰা পাটলিপুত্ৰলৈ এটি ডাঙৰ আলিবাট বন্ধোৱা হৈছিল?

(ক) চন্দ্ৰগুপ্ত মৌৰ্য

(খ) মহামতি অশোক

(গ) কৌটিল্য 

(ঘ) এটাও নহয় 

উত্তৰ:- (ক) চন্দ্ৰগুপ্ত মৌৰ্য

(১১) অশোক স্তম্ভ কোনে নিৰ্মাণ কৰিছিল?

(ক) চন্দ্ৰগুপ্ত মৌৰ্য

(খ) মহামতি অশোক

(খ) কৌটিল্য ব্ৰাহ্মণ

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) মহামতি অশোক।

(১২) চন্দ্ৰগুপ্ত মৌৰ্যৰ পাছত মৌৰ্য বংশৰ উল্লেযোগ্য সম্ৰাট কোন আছিল?

(ক) কৌটিল্য

(খ) মহামতি অশোক

(গ) গৌতম বুদ্ধ

(ঘ) পণ্ডিত

উত্তৰ:- (খ) মহামতি অশোক।

(১৩) অশোকে প্ৰায় কিমান বছৰ কাল ৰাজত্ব কৰিছিল?

(ক) ৪৩ বছৰ কাল

(খ) ৩৪ বছৰ কাল

(গ) ৪০ বছৰ কাল

(ঘ) ৫০ বছৰ কাল 

উত্তৰ:- (ক) ৪৩ বছৰ কাল।

(১৪) কোনখন যুদ্ধৰ পাছত সম্ৰাট অশোকে যুদ্ধ জয়ৰ পৰিৱৰ্তে মানুহৰ অন্তৰ জয় কৰিবলৈ প্ৰতিজ্ঞা কৰে?

(ক) কলিংগ যুদ্ধ

(খ) হৰিহৰ যুদ্ধ 

(গ) ক আৰু খ দুটা

(ঘ) এটাও নহয় 

উত্তৰ :- (ক) কলিংগ যুদ্ধ।

(১৫) সম্ৰাট অশোকৰ গুৰু কোন আছিল ?

(ক) চন্দ্ৰগুপ্ত

(খ) উপগুপ্ত

(গ) কৌটিল্য

(ঘ) এটাও নহয় 

উত্তৰ :- (খ) উপগুপ্ত।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top