⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 6 Social Science MCQ Chapter 15 নতুন ভাৱৰ উত্থান

Class 6 Social Science MCQ Chapter 15 নতুন ভাৱৰ উত্থান Solutions, Class 6 Social Science Objective Type Question Answer, Class 6 Social Science MCQ Chapter 15 নতুন ভাৱৰ উত্থান Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.

Class 6 Social Science MCQ Chapter 15 নতুন ভাৱৰ উত্থান

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Notes for All Subject, You can practice these here.

Chapter – 15

SOCIAL SCIENCE

MULTIPLE CHOICE QUESTION ANSWER

(১) বৰ্দ্ধমান ‌‌মহাবীৰ আৰু গৌতম বুদ্ধৰ জন্ম কোনটো কুলত হৈছিল?

(ক) ব্ৰাহ্মণ কুলত

(খ) ক্ষত্ৰিয় কুলত 

(গ) বস্য কুলত

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) ক্ষত্ৰিয় কুলত।

(২) জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল?

(ক) বৰ্দ্ধমান মহাবীৰ

(খ) গৌতম বুদ্ধ

(গ) সিদাৰ্থ

(ঘ) মহাবীৰ 

উত্তৰ:- (ক) ব‌ৰ্দ্ধমান মহাবীৰ।

(৩) মহাবীৰৰ অনুগামী সকলক কি বুলা হয়?

(ক) মহাবীৰ অনুগামী

(খ) জৈন ধৰ্মী

(গ) মহাবীৰ ধৰ্মী

(ঘ) বুদ্ধ ধৰ্মী

উত্তৰ:- (খ) জৈন ধৰ্মী।

(৪) মহাবীৰ জন্ম কোন ঠাইত হৈছিল?

(ক) কুন্দপুৰ

(খ) সাৰনাথ

(গ) গয়া

(ঘ) কাশী 

উত্তৰ:- (ক) কুন্দপুৰ।

(৫) মহাবীৰে কিমান বছৰ বয়সত ঘৰৰ পৰা ওলাই গৈ সন্ন্যাসী হৈছিল?

(ক) ২৪ বছৰত

(খ) ২০ বছৰত

(গ) ৩০ বছৰত

(ঘ) ২৬ বছৰ

উত্তৰ:- (গ) ৩০ বছৰত।

(৬) মহাবীৰে কিমান বছৰ কাল কঠোৰ তপস্যাত নিমগ্ন হৈছিল?

(ক) ১০ বছৰ কাল

(খ) ১১ বছৰ কাল

(গ) ১২ বছৰ কাল

(ঘ) ১৫ বছৰ কাল

উত্তৰ:- (গ) ১২ বছৰ কাল।

(৭) মহাবীৰৰ তপস্যা অন্ত পৰা পাছত তেওঁক কি জ্ঞান লাভ হৈছিল?

(ক) কৈৱল্য বা আত্ম জ্ঞান

(খ) ধনৰ জ্ঞান

(খ) শান্তি জ্ঞান

(ঘ) সাধাৰণ জ্ঞান

উত্তৰ:- (ক) কৈৱল্য বা আত্ম জ্ঞান।

(৮) ইন্দ্ৰিয় জয় কৰাৰ বাবে মহাবীৰে কি উপাধি পাইছিল?

(ক) মহাবীৰ

(খ) জিন

(গ) বুদ্ধিমান

(ঘ) বীৰ 

উত্তৰ:- (খ) জিন।

(৯) জৈন ধৰ্মৰ মূল উপদেশবোৰ কেইটা নীতি শিক্ষাৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হৈছিল?

(ক) চাৰিটা

(খ) দুটা

(গ) পাঁচটা

(ঘ) ছয়টা 

উত্তৰ :- (গ) পাঁচটা।

(১০) জৈন ধৰ্মৰ মতে মানৱ জীৱনৰ মূল নীতি কি আছিল?

(ক) জ্ঞান 

(খ) অহিংসা

(গ) ধৰ্ম

(ঘ) কৰ্ম

উত্তৰ:- (খ) অহিংসা।

(১১) মহাবীৰৰ বাণীসমূহ পৰৱৰ্তী কালত কেইটা খণ্ডত সংগৃহীত কৰা হৈছিল?

(ক) চৈধ্যটা খণ্ডত

(খ) দহটা খণ্ডত

(গ) সাতটা খণ্ডত

(ঘ) বাৰটা খণ্ডত 

উত্তৰ:- (ক) চৈধ্যটা খণ্ডত।

(১২) মহাবীৰৰ বাণীসমূহৰ চৈধ্যটা খণ্ডক কি বোলা হয়?

(ক) পূৰ্ব

(খ) পৰ্ব

(গ) খণ্ড

(ঘ) চৈধ্য খণ্ড

উত্তৰ:- (ক) পূৰ্ব।

(১৩) জৈন ধৰ্মৰ শাখা দুটা হ’ল —

(ক) দিব্য জ্ঞান আৰু ইন্দ্ৰিয় জ্ঞান

(খ) দিগম্বৰ আৰু শ্বেতাম্বৰ

(গ) দিগম্বৰ আৰু দিব্য

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) দিগম্বৰ আৰু শ্বেতাম্বৰ।

(১৪) গৌতম বুদ্ধৰ জন্ম কোন ঠাইত হৈছিল?

(ক) কপিলাবস্তু 

(খ) বোধগয়া

(গ) কুন্দপুৰ

(ঘ) বিন্দ্ৰাবন 

উত্তৰ:- (ক) কপিলাবস্তু।

(১৫) বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল?

(ক) মহাবীৰ

(খ) গৌতম বুদ্ধ

(গ) অশোক

(ঘ) এটাও নহয় 

উত্তৰ:- (গ) গৌতম বুদ্ধ।

(১৬) গৌতম বুদ্ধৰ ল’ৰালিকালৰ নাম কি আছিল?

(ক) সিদ্ধাৰ্থ

(খ) বুদ্ধ

(গ) গৌতম

(ঘ) এটাও নহয় 

উত্তৰ:- (ক) সিদ্ধাৰ্থ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top