Class 6 Science Chapter 5 আমাৰ চৌপাশৰ বস্তুবোৰ

Class 6 Science Chapter 5 আমাৰ চৌপাশৰ বস্তুবোৰ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Science Chapter 5 আমাৰ চৌপাশৰ বস্তুবোৰ Question Answer and select need one. Class 6 Science Solutions in Assamese Medium Download PDF. SCERT Class 6 General Science New Textbook Solutions Assamese Medium.

Class 6 Science Chapter 5 আমাৰ চৌপাশৰ বস্তুবোৰ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Science Textual Question Answer in Assamese are part of All Subject Solutions. Here we have given Class 6 Science Question and Answer, SEBA Science New Texbook Solutions for All Chapters, You can practice these here.

Chapter: 5

অনুশীলনী

1. শুদ্ধ উত্তৰৰ গোলটো সম্পূর্ণ পূৰ কৰা।

(i) দ্রব্যই যি পৰিমাণৰ ঠাই আগুৰি থাকে তাক কি বুলি কোৱা হয়?

(a) পদার্থ।

(b) ভৰ।

(c) আয়তন।

(d) কালি।

উত্তৰঃ (c) আয়তন।

(ii) তলৰ কোনবিধ স্বচ্ছ?

(a) কাঠ।

(b) কাচঁ।

(c) লো।

(d) কাগজ।

উত্তৰঃ (b) কাচঁ।

(ii) তলৰ কোনবিধ অর্ধস্বচ্ছ।

(a) কাচৰ গিলাচ।

(b) দাপোণ।

(c) তেলসনা কাগজ।

(d) ষ্টিলৰ গিলাচ।

উত্তৰঃ (c) তেলসনা কাগজ।

(iv) তলৰ গোটটোৰ পৰা অমিলটো বাছি উলিওৱা।

(a) সোণ।

(b) এলুমিনিয়াম।

(c) তাম।

(d) বাঁহ।

উত্তৰঃ (d) বাঁহ।

2. তলৰ কোনবোৰ বস্তু পানীত দ্রৱণীয় আৰু কোনবোৰ পানীত অদ্রৱণীয় লিখা।

(a) চেনি।

(b) নাৰিকলৰ তেল।

(c) বালি।

(b) নাৰিকলৰ তেল।

(d) মৌ।

(e) চকৰ গুড়ি।

(f) পিঠাগুড়ি।

(g) নিমখ।

উত্তৰঃ পানীত দ্রৱণীয়: 

(a) চেনি।

(e) চকৰ গুড়ি।

(f) পিঠাগুড়ি।

(g) নিমখ।

পানীত অদ্রৱণীয়:

(b) নাৰিকলৰ তেল।

(d) মৌ।

(c) বালি।

3. পদার্থ কি? উদাহৰণসহ ব্যাখ্যা কৰা।

উত্তৰঃ যিয়ে ঠাই আগুৰে আৰু যাৰ ভৰ আছে সেয়াই হ’ল পদার্থ বা যাৰ ভৰ আৰু আয়তন আছে সেয়াই পদার্থ। উদাহৰণস্বৰূপে- পানী, বালি আদি।

4. কি দুটা ধৰ্মৰ সহায়ত আমি ক’ব পাৰো যে শিল এবিধ পদার্থ?

উত্তৰঃ শিলৰ ভৰ আৰু আয়তনৰ ধৰ্মৰ সহায়ত আমি ক’ব পাৰো যে শিল এবিধ পদার্থ।

5. চাৰিবিধ দ্ৰব্যৰ নাম লিখা যাৰ সহায়ত গিলাচ তৈয়াৰ কৰিব পাৰি।

উত্তৰঃ গিলাচ তৈয়াৰ কৰিব পৰা চাৰিবিধ দ্ৰব্যৰ নাম হ’ল- কাচঁ,তীখা, পিতল আৰু প্লাষ্টিক।

6. জ্যোতি কি?

উত্তৰঃ জ্যোতি হৈছে পোহৰৰ শক্তি।

7. তলৰ বাক্যবোৰ শুদ্ধনে অশুদ্ধ লিখা।

(a) কাঠ স্বচ্ছ কিন্তু কাচ অস্বচ্ছ।

উত্তৰঃ অশুদ্ধ।

(চ) কাঠৰ গুড়ি পানীত দ্রৱীভূত হয়।

উত্তৰঃ অশুদ্ধ।

(c) পানীত নিমখ দ্রৱীভূত হয়।

উত্তৰঃ শুদ্ধ।

(d) কাঠৰ টুকুৰা পানীত ওপঙে।

উত্তৰঃ শুদ্ধ।

(e) নাৰিকলৰ তেল পানীত দ্রৱীভূত হয়।

উত্তৰঃ অশুদ্ধ।

(f) গ্লিছাৰিন পানীত দ্রৱীভূত হয়।

উত্তৰঃ শুদ্ধ।

(g) তাম আৰু লো জ্যোতিমান দ্রব্য।

উত্তৰঃ শুদ্ধ।

(h) বায়ু স্বচ্ছ।

উত্তৰঃ অশুদ্ধ।

8. তলত দিয়া বস্তুবোৰৰ লগত দ্রব্যবোৰৰ মিলোৱা, যিবোৰৰ পৰা বস্তুটো তৈয়াৰ কৰা হয়?

বস্তুদ্রব্য
টোকা বহীকপাহ
গজালকাঠ
চকীকাচ
গিলাচকাগজ
সূতালো

উত্তৰঃ

বস্তুদ্রব্য
টোকা বহীকাগজ
গজাললো
চকীকাঠ
গিলাচকাচ
সূতাকপাহ

9. প্লাষ্টিকেৰে তৈয়াৰী পাঁচবিধ বস্তুৰ নাম লিখা।

উত্তৰঃ প্লাষ্টিকেৰে তৈয়াৰী পাঁচবিধ বস্তুৰ নাম হ’ল- বটল, গিলাচ, টেবুল, পুতলা, থাল।

10. খালী ঠাই পূৰ কৰা-

(i) একেটা বস্তু বিভিন্ন __________ৰে গঠিত হ’ব পাৰে।

উত্তৰঃ একেটা বস্তু বিভিন্ন দ্রব্যৰে গঠিত হ’ব পাৰে।

(ii) বস্তুবোৰক ভাগ কৰা পদ্ধতিটোক _________ বুলি কোৱা হয়।

উত্তৰঃ বস্তুবোৰক ভাগ কৰা পদ্ধতিটোক শ্ৰেণীবিভাজন বুলি কোৱা হয়।

(iii) বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণেই হ’ল বস্তুটোৰ __________।

উত্তৰঃ বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণেই হ’ল বস্তুটোৰ ভৰ।

(iv) বস্তু এটাই যিমান ঠাই আগুৰে সেয়ে বস্তুটোৰ _________।

উত্তৰঃ বস্তু এটাই যিমান ঠাই আগুৰে সেয়ে বস্তুটোৰ আয়তন।

11. বস্তু বা দ্রব্যৰ ধৰ্মৰ ভিত্তি কৰি মিলোৱা। মনত ৰাখিবা কিছুমান বস্তু বা পদাৰ্থৰ একাধিক ধর্ম থাকিব পাৰে।

উত্তৰঃ 

বস্তু বা পদার্থধর্ম
তীখাৰে নিৰ্মিত কাঁহীপানীত দ্ৰৱণীয়
কাচৰ বটলঅস্বচ্ছ
কাঠৰ টুকুৰাস্বচ্ছ
নিমখজ্যোতিমান

12. তোমাক যদি এখন মজবুত, পাতল আৰু দীর্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবলৈ কোৱা হয়, তেন্তে তুমি কোনবিধ দ্রব্য নিৰ্বাচন কৰিবা আৰু দ্ৰব্যৰ কোনবোৰ ধৰ্মক অগ্রাধিকাৰ দিবা?

উত্তৰঃ মই এখন মজবুত, পাতল আৰু দীর্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰাৰ বাবে কিছুমান ধাতু লম (যেনে- লোহা বা ষ্টীল) বা দৃঢ় কাঠ।

মই যিবোৰ ধৰ্মক অগ্ৰাধিকাৰ দিম সেইবোৰ হৈছে-

মজবুত:

(i) দীঘলীয়া সময় ধৰি স্থায়ী থাকিব পৰা ক্ষমতা (দীর্ঘস্থায়িতা)।

(ii) ভাৰ সহ্য কৰিব পৰা ক্ষমতা।

(iii) বেয়া বতৰ আৰু দূষিত পানীৰ পৰা ৰক্ষা পাব পৰা ক্ষমতা (আর্দ্ৰতা প্ৰতিৰোধক্ষমতা)।

13. কিছুমান দ্রব্য গোটাই লোৱা যেনে, বালি, নিমখ, নেমু ৰস, ইত্যাদি। এতিয়া এটা গিলাচত পানীলৈ এটা এটাকৈ মিহলাই চোৱা, কোনবোৰ বস্তু পানীত মিহলি হয় এখন তালিকা বনাই লিপিৱদ্ধ কৰা।

উত্তৰঃ 

দ্রব্যপানীত মিহলি হয়/নহয়
বালিনহয়
নিমখহয়
নেমু ৰসহয়

14.

ওপৰৰ ছবি দুটা তলৰ তুলাচনীখনৰ সঠিক স্থানত অংকন কৰা।

উত্তৰঃ 

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top