Class 6 Science Chapter 13 মহাকাশৰ বিচিত্র কথা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Science Chapter 13 মহাকাশৰ বিচিত্র কথা Question Answer and select need one. Class 6 Science Solutions in Assamese Medium Download PDF. SCERT Class 6 General Science New Textbook Solutions Assamese Medium.
Class 6 Science Chapter 13 মহাকাশৰ বিচিত্র কথা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Science Textual Question Answer in Assamese are part of All Subject Solutions. Here we have given Class 6 Science Question and Answer, SEBA Science New Texbook Solutions for All Chapters, You can practice these here.
মহাকাশৰ বিচিত্র কথা
Chapter: 13
অনুশীলনী
(1-5) লৈ শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
1. তলৰ কোনটো তাৰকাপুঞ্জৰ উদাহৰণ?
(a) উল্কা।
(b) ধূমকেতু
(c) সপ্তর্ষিমণ্ডল।
(d) গ্রহাণুপুঞ্জ।
উত্তৰঃ (c) সপ্তর্ষিমণ্ডল।
2. তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য নহয়?
(a) উপগ্রহ।
(b) তাৰকাপুঞ্জ।
(c) ধূমকেতু।
(d) গ্রহাণু।
উত্তৰঃ (b) তাৰকাপুঞ্জ।
3. তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য?
(a) লুব্ধক।
(b) কালপুৰুষ।
(c) কেনিছ মেজৰ।
(d) গ্রহাণুপুঞ্জ।
উত্তৰঃ (d) গ্রহাণুপুঞ্জ।
4. তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়?
(a) নেপচুন।
(b) প্লুটো।
(c) শনি।
(d) বুধ।
উত্তৰঃ (b) প্লুটো।
5. তলৰ কোনটো পৃথিৱীৰ পৰা দ্বিতীয় স্থানত থকা তৰা বা নক্ষত্র?
(a) সপ্তর্ষিমণ্ডল।
(b) সূর্য।
(c) প্রক্সিমা ছেন্টাউৰি।
(d) ধ্রুৱ তৰা।
উত্তৰঃ (c) প্রক্সিমা ছেন্টাউৰি।
6. I স্তম্ভৰ পদসমূহৰ সৈতে II স্তম্ভৰ পদৰ সম্পৰ্ক স্থাপন কৰা।
| I | II |
| (i) ৰঙাগ্ৰহ | (a) শুক্র |
| (ii) আঙঠি থকা গ্রহ | (b) মঙ্গল |
| (iii) তাৰকাপুঞ্জ | (c) শনি |
| (iv) গ্রহ যাক সাধাৰণতে সন্ধ্যা তৰা বুলি কোৱা হয়। | (d) কালপুৰুষ |
উত্তৰঃ
| I | II |
| (i) ৰঙাগ্ৰহ | (b) মঙ্গল |
| (ii) আঙঠি থকা গ্রহ | (c) শনি |
| (iii) তাৰকাপুঞ্জ | (d) কালপুৰুষ |
| (iv) গ্রহ যাক সাধাৰণতে সন্ধ্যা তৰা বুলি কোৱা হয়। | (a) শুক্র |
7. খালী ঠাই পূৰ কৰা।
(i) গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুক __________ বোলে।
উত্তৰঃ গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুক উপগ্রহ বোলে।
(ii) মঙ্গল আৰু ___________ৰ কক্ষপথৰ মাজত গ্রহাণুপুঞ্জসমূহ পোৱা যায়।
উত্তৰঃ মঙ্গল আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত গ্রহাণুপুঞ্জসমূহ পোৱা যায়।
(iii) লুব্ধক নামৰ তৰাটো __________ তাৰকাপুঞ্জত থাকে।
উত্তৰঃ লুব্ধক নামৰ তৰাটো কেনিছ মেজৰ তাৰকাপুঞ্জত থাকে।
(iv) সূৰ্যৰ পৰা দূৰত্বৰ উৰ্ধক্ৰমত আঠোটা গ্রহ হৈছেঃ __________শুক্র, পৃথিৱী, মঙ্গল, __________ শনি, ইউৰেনাছ আৰু নেপচুন।
উত্তৰঃ সূৰ্যৰ পৰা দূৰত্বৰ উৰ্ধক্ৰমত আঠোটা গ্রহ হৈছেঃ বুধ, শুক্র, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন।
8. তলৰ বাক্যসমূহ সত্য (স) বা অসত্য (অ) হিচাপে চিহ্নিত কৰা।
(i) প্লুটো হৈছে আমাৰ সৌৰজগতৰ নৱম গ্রহ।
উত্তৰঃ অসত্য।
(ii) ধ্রুৱতৰা সৌৰজগতৰ সদস্য।
উত্তৰঃ অসত্য।
(iii) ধূমকেতুৰ নেজ নাথাকে।
উত্তৰঃ অসত্য।
(iv) বিশ্বব্রহ্মাণ্ডত নিযুত নিযুত তৰা থাকে।
উত্তৰঃ সত্য।
(v) ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্রহ।
উত্তৰঃ অসত্য।
(vi) কালপুৰুষ হৈছে বিশ্বব্রহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল তৰা।
উত্তৰঃ অসত্য।
9. চিত্র 13.16ত তৰাৰে সৈতে ৰাতিৰ আকাশৰ এটা অংশ দেখুওৱা হৈছে। ভালদৰে চাই সপ্তর্ষিমণ্ডল আৰু লঘু সপ্তর্ষিমণ্ডলৰ চানেকি গঠন কৰা তৰাৰ থুপসমূহ চিনাক্ত কৰা। এই চানেকিবোৰ পাবৰ বাবে ৰেখা অংকন কৰি তৰাবোৰ সংযোগ কৰা আৰু লেবেল লগোৱা। ধ্রুৱতৰাটো চিনাক্ত কৰা আৰু লেবেল লগোৱা। চিত্র 13.6 ৰ সহায় লোৱা।
উত্তৰঃ
10. চিত্র 13.17 ত ৰাতিৰ আকাশৰ এক অংশ দেখুওৱা হৈছে। কালপুৰুষৰ কাৰণে ৰেখা অংকন কৰি তৰাবোৰ সংযোগ কৰা আৰু লুব্ধক নামৰ তৰাবোৰ লেবেল লগোৱা। চিত্র 13.5ৰ সহায় লোৱা।
উত্তৰঃ
11. এটা পৰিষ্কাৰ নিশা, 2 ৰ পৰা 3 ঘন্টাৰ মূৰে মূৰে 3-4 বাৰমান সপ্তর্ষিমণ্ডলটো নিৰীক্ষণ কৰিবলৈ চেষ্টা কৰা। প্রত্যেকবাৰতে ধ্ৰুৱতৰাটোৰ অৱস্থান নির্ণয় কৰিবলৈ চেষ্টা কৰা। সপ্তর্ষিমণ্ডলক গতি কৰি থকা যেন লাগিছেনে? সময় উল্লেখ কৰি প্ৰতিবাৰৰে এটা অমসৃণ নক্সা অংকন কৰা।
উত্তৰঃ
12. ৰাতিৰ আকাশৰ কথা ভাৱি এটা কবিতা আৰু এটা গল্প লিখা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

