Class 6 Science Chapter 11 পোহৰ, ছাঁ আৰু প্ৰতিফলন

Class 6 Science Chapter 11 পোহৰ, ছাঁ আৰু প্ৰতিফলন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6th Science Unit 11 পোহৰ, ছাঁ আৰু প্ৰতিফলন and select needs one.

Join Telegram channel

SEBA Class 6 Science Chapter 11 পোহৰ, ছাঁ আৰু প্ৰতিফলন

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Science Chapter 11 পোহৰ, ছাঁ আৰু প্ৰতিফলন Solutions for All Subject, You can practice these here…

পোহৰ , ছাঁ আৰু প্ৰতিফলন

পাঠ: ১১

পাঠভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১) অস্বচ্ছ বস্তুৰ বিষয়ে বুজি পাবলৈ তলৰ কাঁচবোৰ পুনৰ সজাই এটা বাক্য বনোৱা ।

OWS ,AKE ,OPAQ,UEO,BJEC,TSM,SHAD

উত্তৰঃ –  OPAQ,UEO,BJEC,TSM,AKE,SHAD,OWS

প্ৰশ্ন : –  ২)  তলত দিয়া বস্তু বা সঁজুলিবোৰ অস্বচ্ছ , স্বচ্ছ বা ঈষৎ স্বচ্ছ আৰু উজ্জ্বল বা অনুজ্জ্বল এইদৰে শ্ৰেণীবিভাগ কৰা :

বায়ু , শিলগুটি , এচটা এলুমিনীয়াম , এখন দাপোন , এখন কাঠৰ বৰ্ড , এখিলা পলিথিন , এখন চিডি , এখন সমতল দাপোন , কুঁৱলী , ৰঙাকৈ গৰম কৰা এটুকুৰা লো , এটা ছাটি , ধোঁৱা , এটা জ্বলি থকা প্ৰতিপ্রভা টিউব লাইট , এখন বেৰ , এখিলা কাৰ্বন পেপাৰ , গেছ বাৰ্ণৰৰ শিখা , এখন কাৰ্ড বৰ্ড , এটা জ্বলি থকা টৰ্চ , এটা চেলফোন তাৰৰ জালি , কেৰাচীনৰ ষ্টভ , সূৰ্য , জোনাকী পৰুৱা , চন্দ্ৰ ।

উত্তৰঃ – ক) স্বচ্ছ : বায়ু , এচটা কাংচ , এটা চেল’ফোন ।

খ)ঈষৎ স্বচ্ছ : এখিলা পলিথিন , কুঁৱলী , ধোঁৱা , তাৰ ।

গ) অস্বচ্ছ : শিলগুটি , এচটা এলুমিনীয়াম , কাঠৰ বৰ্ড , এখন চিডি , ছাটি , দেৱালা ।

ঘ) উজ্জ্বল বস্তু : ৰঙাকৈ গৰম কৰা এটুকুৰা লো , পাতল ফ্লৰ’চেণ্ট টিউব , গেছৰ বাৰ্ণাৰ , জ্বলাই ৰখা টৰ্চ , কেৰাচিনৰ ষ্টোভ , সূৰ্য , জোনাকী পৰুৱা , চন্দ্ৰ ।

প্ৰশ্ন : –  ৩) এনে এটা আকৃতিৰ বস্তু তৈয়াৰ কৰাৰ কথা ভাবিব পাৰিনে যিটো এটা দিশত ৰাখিলে ঘূৰণীয়া ছাঁৰ সৃষ্টি কৰে আৰু আন এটা দিশত ৰাখিলে আয়তাকাৰ ছাঁৰ সৃষ্টি কৰে ?

উত্তৰঃ – পাৰি । উদাহৰণ স্বৰূপে এটা চিলিণ্ডাৰ , এখন বৃত্তাকাৰ থাল ৰাখিলে এনে ঘটনা সংঘটিত হব ।

প্ৰশ্ন : –  ৪) এটা সম্পূৰ্ণ আন্ধাৰ কোঠাত যদি তুমি তোমাৰ সন্মুখত দাপোনখন ধৰা তেতিয়া তোমাৰ প্ৰতিবিম্ব দেখা পাবানে ?

উত্তৰঃ – পোহৰ নথকাৰ বাবে কোনো প্ৰতিবিম্ব গঠন নহয় ।

Sl. No.Contents
Chapter 1খাদ্য: আমি ক’ৰ পৰা পাওঁ
Chapter 2খাদ্যৰ উপাদান
Chapter 3আঁহৰ পৰা কাপোৰলৈ
Chapter 4পদাৰ্থবোৰক বিভিন্ন ভাগত ভগোৱা
Chapter 5দ্ৰৱ্যৰ পৃথকীকৰণ
Chapter 6আমাৰ চৌপাশৰ পৰিবৰ্তনবোৰ
Chapter 7উদ্ভিদৰ বিষয়ে জানো আহা
Chapter 8দেহৰ চলন
Chapter 9জীৱ আৰু ইয়াৰ চৌপাশৰ বাতাবৰণ
Chapter 10গতি আৰু দূৰত্বৰ জোখ – মাপ
Chapter 11পোহৰ, ছাঁ আৰু প্ৰতিফলন
Chapter 12বিদ্যুৎ আৰু বৰ্তনী
Chapter 13চুম্বকৰ লগত খেলো আহাঁ
Chapter 14পানী
Chapter 15আমাৰ চৌপাশৰ বায়ু
Chapter 16আৱৰ্জনা নিষ্কাষন

1 thought on “Class 6 Science Chapter 11 পোহৰ, ছাঁ আৰু প্ৰতিফলন”

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising