Class 6 Science Chapter 1 খাদ্য: আমি ক’ৰ পৰা পাওঁ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board As Per New Syllabus Class 6 Science Notes and select needs one.
SEBA Class 6 Science Chapter 1 খাদ্য: আমি ক’ৰ পৰা পাওঁ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 6 Science Solutions for All Subject, You can practice these here.
খাদ্য: আমি ক’ৰ পৰা পাওঁ
Chapter: 1
| পাঠভিত্তিক প্ৰশ্নোত্তৰ |
প্ৰশ্ন : – ১) সকলো জীৱৰ বাবেই একে ধৰণৰ খাদ্যৰ প্ৰয়োজন বুলি তুমি ভাবানে ?
উত্তৰঃ – জীৱৰ বাবে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খাদ্যৰ প্ৰয়োজন ।
প্ৰশ্ন : – ২) আমি খোৱা পাঁচবিধ উদ্ভিদ আৰু সিহঁতৰ অংশবোৰৰ নাম উল্লেখ কৰা ।
উত্তৰঃ – পাঁচবিধ উদ্ভিদ আৰু সিহঁতৰ অংশবোৰ হ’ল ―
১) শস্য : বীজ
২) ঘেঁহু : বীজ
৩) তেলজাতীয় উদ্ভিদ : বীজ আৰু কাণ্ড
৪) বেঙেনা জাতীয় উদ্ভিদ : ফল
৫) আলু জিতীয় উদ্ভিদ : শিপা
প্ৰশ্ন : – ৩) ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা :
| ‘ক’ অংশ | ‘খ’ অংশ |
| ১) গাখীৰ , দৈ , পনীৰ , ঘিউ | ক) আন প্ৰাণী ভক্ষণ কৰে |
| ২) পালেং শাক , ফুলকবি , গাজৰ আদি | খ) উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰী খায় |
| ৩) বাঘ আৰু সিংহই | গ) শাক পাচলি |
| ৪) তৃণজাতীয় প্ৰাণীয়ে | ঘ) সকলোবোৰ উদ্ভিদজাত সামগ্ৰী |
উত্তৰঃ – ১) গাখীৰ , দৈ , পনীৰ , ঘিউ – ঘ) সকলোবোৰ উদ্ভিদজাত সামগ্ৰী।
২) পালেং শাক , ফুলকবি , গাজৰ আদি – গ) শাক পাচলি।
৩) বাঘ আৰু সিংহই ― ক) আন প্ৰাণী ভক্ষণ কৰে।
৪) তৃণজাতীয় প্ৰাণীয়ে ― খ) উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰী খায় ।
প্ৰশ্ন : – ৪) তলত দিয়া শব্দসমূহৰ খালী ঠাইবোৰ পূৰ কৰা :
তৃণভোজী , উদ্ভিদ , গাখীৰ , কুঁহিয়াৰ , মাংসভোজী।
ক) বাঘ এবিধ ― কাৰণ ই মাংস খায়।
উত্তৰঃ – ক) বাঘ এবিধ মাংসভোজী কাৰণ ই মাংস খায়।
খ) হৰিণাই কেৱল উদ্ভিদজাত সামগ্ৰী ভক্ষণ কৰে আৰু সেয়ে ইয়াক ― বোলা হয়।
উত্তৰঃ – খ) হৰিণাই কেৱল উদ্ভিদজাত সামগ্ৰী ভক্ষণ কৰে আৰু সেয়ে ইয়াক তৃণভোজী বোলা হয়।
গ) ভাটোৱে কেৱল ― সামগ্ৰী ভক্ষণ কৰে ।
উত্তৰঃ – গ) ভাটোৱে কেৱল উদ্ভিদ সামগ্ৰী ভক্ষণ কৰে ।
ঘ) ― এবিধ পানীয় যাক গৰু , মহ আৰু ছাগলীয়ে উৎপাদন কৰে আৰু ই প্ৰাণীজাত সামগ্ৰী ।
উত্তৰঃ – ঘ) গাখীৰ এবিধ পানীয় যাক গৰু , মহ আৰু ছাগলীয়ে উৎপাদন কৰে আৰু ই প্ৰাণীজাত সামগ্ৰী ।
ঙ) আমি চেনি পাওঁ ― পৰা।
উত্তৰঃ – ঙ) আমি চেনি পাওঁ কুঁহিয়াৰ পৰা।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

