Class 12 Biology MCQ Chapter 16 অসমৰ জীৱ সম্পদ

Class 12 Biology MCQ Chapter 16 অসমৰ জীৱ সম্পদ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology MCQ Chapter 16 অসমৰ জীৱ সম্পদ and select need one. AHSEC Class 12 Biology Objective Type Solutions in Assamese As Per AHSEC New Book Syllabus Download PDF. AHSEC Biology MCQ Class 12.

Class 12 Biology MCQ Chapter 16 অসমৰ জীৱ সম্পদ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Biology Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 16

MCQ

১। কোনবিধ ঔষধি গছ হাঁপানি ৰোগত ব্যৱহাৰ কৰা হয়—

(ক) বেলাডোনা।

(খ) ৰাওলফিয়া।

(গ) কুঁহিয়াৰ।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) বেলাডোনা।

২। কাঠ কেই প্ৰকাৰৰ?

(ক) এক।

(খ) দুই।

(গ) তিনি।

(ঘ) চাৰি।

উত্তৰঃ (গ) তিনি।

৩। চেগুণৰ বৈজ্ঞানিক নাম কি?

(ক) টেক্টোনা গ্ৰেনদিচ্।

(খ) দালবেৰজিয়া শিশু।

(গ) চিনকোনা অফিচিনেলিচ।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) টেক্টোনা গ্ৰেনদিচ্।

৪। নিমৰ বৈজ্ঞানিক নাম কি?

(ক) দালবেৰ্জিয়া শিশু।

(খ) এজাডিৰোক্তা ইণ্ডিকা।

(গ) চিনকোনা অফিচিনেলিচ্।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) এজাডিৰোক্তা ইণ্ডিকা।

৫। শালগছৰ বৈজ্ঞানিক নাম কি?

(ক) চোৰিয়া ৰোবাষ্টা।

(খ) টেক্টোনা গ্ৰেনডিচ্।

(গ) এজাডিৰেক্তা ইণ্ডিকা।

(ঘ) এটাও নহয়।

উত্তৰঃ (ঘ) এটাও নহয়।

৬। এৰি পলুৰ বাবে মুখ্য খাদ্য উদ্ভিদ কি?

(ক) এৰা গছ।

(খ) নিম।

(গ) কুঁহিয়াৰ।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) এৰা গছ।

৭। মুগা পলুৰ মুখ্য খাদ্য উদ্ভিদ হ’ল—

(ক) এৰা গছ।

(খ) চোম আৰু সোৱালু।

(গ) নিম।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) চোম আৰু সোৱালু।

৮। তলৰ কোনবিধ ৰেচম পলুৰ বেমাৰ নহয়?

(ক) পেব্রিন।

(খ) ফ্লেচাৰী।

(গ) গ্ৰেছাৰী।

(ঘ) এটাও নহয়।

উত্তৰঃ (ঘ) এটাও নহয়।

৯। অসমত পোৱা এৰী ৰেচমৰ বৈজ্ঞানিক নাম হ’ল—

(ক) বম্বিক্স ম’ৰি।

(খ) ফাইল’ছেমিয়া বিচিনি।

(গ) এন্থেবিয়া আছামা।

(ঘ) এন্থেৰিয়া মাইলিটা।

উত্তৰঃ (খ) ফাইল’ছেমিয়া বিচিনি।

১০। তলৰ কোনটোৰ পৰা ৰেজাৰপাইন আহৰণ কৰা হয়—

(ক) চিন ক’না।

(খ) সর্পগন্ধা।

(গ) বেলড’না।

(ঘ) এক ‘নাইট।

উত্তৰঃ (খ) সর্পগন্ধা।

১১। সর্পগন্ধা তলৰ কোনটো গোত্ৰৰ অন্তৰ্ভুক্ত—

(ক) ৰুবিয়েচি।

(খ) এপ’চায়নেছি।

(গ) ল’জেনিয়েচি।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) এপ’চায়নেছি।

১২। তলৰ কোনটোৰ পৰা কুইনাইন আহৰণ কৰা হয়—

(ক) চিনক’না।

(খ) সর্পগন্ধা।

(গ) বেলাড’না।

(ঘ) এক’নাইট।

উত্তৰঃ (ক) চিনক’না।

১৩। ৰেজাৰপাইন আহৰণ কৰিবলৈ সর্পগন্ধা উদ্ভিদৰ কোন অংশ ব্যৱহাৰ কৰা হয়—

(ক) মূল।

(খ) পাত।

(গ) বাকলি।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) মূল।

১৪। ৰেচম তলত উল্লেখ কৰা কোনবিধ প্ৰ’টিন পোৱা যায়—

(ক) ফাইব্ৰ’ইন আৰু ছেৰিছিন।

(খ) কেৰাটিন আৰু তত্ত্বময় প্ৰ’টিন।

(গ) গ্ল’বিন আৰু এলবুমিন।

(ঘ) (ক) আৰু (গ) দুয়োটাই।

উত্তৰঃ (ক) ফাইব্ৰ’ইন আৰু ছেৰিছিন।

১৫। ৰাওলফিয়া কি জাতীয় উদ্ভিদ?

(ক) বৃক্ষজাতীয়।

(খ) গুল্মজাতীয়।

(গ) লতাজাতীয়।

(ঘ) ঘাঁসজাতীয়।

উত্তৰঃ (খ) গুল্মজাতীয়।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top