⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 12 Biology MCQ Chapter 15 জৈৱ বৈচিত্র্যতা আৰু সংৰক্ষণ

Class 12 Biology MCQ Chapter 15 জৈৱ বৈচিত্র্যতা আৰু সংৰক্ষণ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology MCQ Chapter 15 জৈৱ বৈচিত্র্যতা আৰু সংৰক্ষণ and select need one. AHSEC Class 12 Biology Objective Type Solutions in Assamese As Per AHSEC New Book Syllabus Download PDF. AHSEC Biology MCQ Class 12.

Class 12 Biology MCQ Chapter 15 জৈৱ বৈচিত্র্যতা আৰু সংৰক্ষণ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Biology Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 15

MCQ

১। জৈৱ বৈচিত্র্য উক্তিটো জনপ্ৰিয় কৰিছে—

(ক) এডৱাৰ্ড উইলচন।

(খ) ডাৰউইন।

(গ) লেমার্ক।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) এডৱাৰ্ড উইলচন।

২। ৰাউলফিয়া ভমিটৰিয়া কিহৰ এটা উদাহৰণ—

(ক) বেক্টেৰিয়া।

(খ) ভাইৰাছ।

(গ) ঔষধি উদ্ভিদ।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) ঔষধি উদ্ভিদ।

৩। আই ইউ চি এন্ (IUCN 2004) ৰ মতে এতিয়ালৈকে বর্ণনা কৰা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা __________ তকৈ কিছু বেছি।

(ক) 1.5 নিযুত।

(খ) 50 নিযুত।

(গ) 100 নিযুত।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) 1.5 নিযুত।

৪। ভাৰতবৰ্ষৰ পৃথিৱীৰ মাটিকালিৰ মাত্র ___________ শতাংশ।

(ক) 1

(খ) 2.4

(গ) 5.6

(ঘ) 8.1

উত্তৰঃ (খ) 2.4

৫। ভাৰতবৰ্ষ পৃথিৱীৰ __________ খন বৃহৎ জৈৱ বৈচিত্র্যপূৰ্ণ দেশৰ ভিতৰত পৰে।

(ক) 5

(খ) 7

(গ) 12

(ঘ) 20

উত্তৰঃ (গ) 12

৬। প্রজাতি স্থানৰ সম্পর্ক কোনে আগবঢ়াইছিল?

(ক) আলেকজেণ্ডাৰ ভন হামবল্ট।

(খ) ডাৰউইন।

(গ) এডৱাৰ্ড উইলচন।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) আলেকজেণ্ডাৰ ভন হামবল্ট।

৭। আই ইউ চি এন ৰেড লিষ্ট (2004) ৰ মতে যোৱা 500 বছৰত ___________ বিধ প্রজাতি বিলুপ্ত হৈছে।

(ক) 553

(খ) 289

(গ) 784

(ঘ) 1256

উত্তৰঃ (গ) 784

৮। ৰেড ডাটা বুকত—

(ক) এণ্ডিমিক উদ্ভিদ লিপিবদ্ধ কৰা হয়।

(খ) বিলুপ্ত উদ্ভিদ লিপিবদ্ধ কৰা হয়।

(গ) ফট ‘পিৰিওডিজম প্ৰদৰ্শন কৰা উদ্ভিদ লিপিবদ্ধ কৰা হয়।

(ঘ) যিবোৰ উদ্ভিদ বিপন্ন হোৱাৰ শেষ সীমাত উপনীত হৈছে সেইবোৰ লিপিবদ্ধ কৰা হয়।

উত্তৰঃ (ঘ) যিবোৰ উদ্ভিদ বিপন্ন হোৱাৰ শেষ সীমাত উপনীত হৈছে সেইবোৰ লিপিবদ্ধ কৰা হয়।

৯। ভাৰতবৰ্ষত বায়ʼস্ফিয়াৰ সংৰক্ষিত প্ৰকল্প আৰম্ভ কৰিছিল—

(ক) 1987 চনত।

(খ) 1985 চনত।

(গ) 1986 চনত।

(ঘ) 1984 চনত।

উত্তৰঃ (গ) 1986 চনত।

১০। বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰকল্পটো তলৰ কোনটো প্ৰাণীৰ বাবে—

(ক) হাতী।

(খ) হৰিণ।

(গ) বাঘ।

(ঘ) ময়ুৰ।

উত্তৰঃ (গ) বাঘ।

১১। MABP মানে হ’ল—

(ক) স্তন্যপায়ী আৰু জীৱ বিজ্ঞান আঁচনি।

(খ) মানুহ আৰু জীৱ বিজ্ঞান আঁচনি।

(গ) মানুহ আৰু জীৱ মণ্ডল আঁচনি।

(ঘ) স্তন্যপায়ী আৰু জীৱ মণ্ডল আঁচনি।

উত্তৰঃ (গ) মানুহ আৰু জীৱ মণ্ডল আঁচনি।

১২। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান—

(ক) কেৰেলাত।

(খ) বেংগলত।

(গ) অসমত।

(ঘ) কর্ণাটকত।

উত্তৰঃ (গ) অসমত।

১৩। প্রথম ৰাষ্ট্ৰীয় উদ্যান হ’ল—

(ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

(খ) কৰবেট ৰাষ্ট্ৰীয় উদ্যান।

(গ) পেৰিয়াৰ অভয়াৰণ্য।

(ঘ) অন্নামালায়।

উত্তৰঃ (খ) কৰবেট ৰাষ্ট্ৰীয় উদ্যান।

১৪। WWF-N ৰ প্ৰতীক হ’ল—

(ক) বাঘ।

(খ) প’লাৰ ভালুক।

(গ) ৰঙা পাণ্ডা।

(ঘ) বৃহৎ পাণ্ডা।

উত্তৰঃ (ঘ) বৃহৎ পাণ্ডা।

১৫। তলৰ কোনটো সংগঠনে ৰেড ডাটা বুকৰ লগত জড়িত—

(ক) WWF.

(খ) IBWL.

(গ) IUCN.

(ঘ) CITES.

উত্তৰঃ (গ) IUCN.

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top