adplus-dvertising

Class 12 Biology MCQ Chapter 14 পৰিস্থিতিতন্ত্ৰ

Class 12 Biology MCQ Chapter 14 পৰিস্থিতিতন্ত্ৰ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology MCQ Chapter 14 পৰিস্থিতিতন্ত্ৰ and select need one. AHSEC Class 12 Biology Objective Type Solutions in Assamese As Per AHSEC New Book Syllabus Download PDF. AHSEC Biology MCQ Class 12.

Class 12 Biology MCQ Chapter 14 পৰিস্থিতিতন্ত্ৰ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Biology Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 14

MCQ

১। সমগ্ৰ জীৱমণ্ডলক _________ প্ৰধান ভাগত ভগোৱা হৈছে।

(ক) এক।

(খ) দুই।

(গ) তিনি।

(ঘ) চাৰি।

উত্তৰঃ (খ) দুই।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। তলৰ কোনটো স্থলজ পৰিস্থিতিতন্ত্র নহয়—

(ক) অৰণ্য।

(খ) ঘাঁহনি।

(গ) মৰুভূমি।

(ঘ) পুখুৰী।

উত্তৰঃ (ঘ) পুখুৰী।

৩। বিভিন্ন স্তৰত থকা বিভিন্ন প্ৰজাতিৰ লম্বভাৱে থকা বিতৰণক কোৱা হয়—

(ক) স্তৰণ।

(খ) খাদ্যজাল।

(গ) খাদ্যশৃংখল।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) স্তৰণ।

৪। সালোক সংশ্লেষণত উদ্ভিদে নির্দিষ্ট সময়ত যি পৰিমাণৰ জৈৱ আয়তন বা জৈৱ পদার্থ এককভাৱে উৎপন্ন কৰে সেয়াই হ’ল—

(ক) প্রাথমিক উৎপাদন।

(খ) গৌণ উৎপাদন।

(গ) প্রাথমিক উৎপাদকতা।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) প্রাথমিক উৎপাদন।

৫। উপভোক্তাসমূহত নতুনকৈ হোৱা জৈৱ পদাৰ্থৰ উৎপাদনৰ হাৰক __________ বোলা হয়।

(ক) প্রাথমিক উৎপাদন।

(খ) গৌণ উৎপাদকতা।

(গ) প্রাথমিক উৎপাদকতা।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) গৌণ উৎপাদকতা।

৬। বিয়োজকে জটিল জৈৱ পদার্থ ভাঙি কাৰ্বন-ডাই-অক্সাইড, পানী আৰু পোষক দ্ৰব্যৰ দৰে অজৈৱ পদার্থলৈ পৰিৱৰ্তন কৰে, এই প্রক্রিয়াক কোৱা হয়—

(ক) অপচয়।

(খ) পাচন।

(গ) বিয়োজন।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) বিয়োজন।

৭। __________ য়ে অপৰদ সমূহক সৰু সৰু কণালৈ ভাঙে।

(ক) ভাইৰাছ।

(খ) উদ্ভিদ।

(গ) অপৰদভোজী প্রাণী।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) অপৰদভোজী প্রাণী।

৮। বেক্টেৰিয়া আৰু ভেঁকুৰে উৎসেচকৰ সহায়ত অপৰদক সৰল অজৈৱ পদার্থলৈ ভাঙে। ইয়াক বোলা হয়—

(ক) অপচয়।

(খ) পাচন।

(গ) বিয়োজন।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) অপচয়।

৯। অপৰদ খাদ্যশৃংখল কিহৰ পৰা আৰম্ভ হয়—

(ক) উদ্ভিদ।

(খ) বাধ।

(গ) মৃত জৈৱ পদার্থ।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) মৃত জৈৱ পদার্থ।

১০। পুষ্টিৰ বা খাদ্যৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰি জীৱই খাদ্যশৃংখলৰ বিশেষ স্থানত থাকে আৰু ইয়েই হ’ল—

(ক) ট্র’ফিক স্তৰ।

(খ) খাদ্যশৃংখল।

(গ) খাদ্যজাল।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) ট্র’ফিক স্তৰ।

১১। খাদ্য শৃংখলৰ শক্তি স্থানান্তৰণৰ 10 শতাংশ সূত্র আগবঢ়াইছিল—

(ক) ওৱাইজমেন।

(খ) ষ্টেনলি।

(গ) ট্রেন্সলে।

(ঘ) লিগুমেন।

উত্তৰঃ (ঘ) লিগুমেন।

১২। এটা প্ৰজাতিৰ নিচী হ’ল—

(ক) বাসস্থান আৰু বিশিষ্ট কার্যসমূহ।

(খ) জীয়াই থকা বাসস্থান।

(গ) বিশিষ্ট কার্যসমূহ।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) বিশিষ্ট কার্যসমূহ।

১৩। খাদ্য শৃংখল হ’ল—

(ক) খাদ্য উৎসৰ চাৰিওফালে প্ৰাণী সমূহে আগুৰি থাকে।

(খ) খাদ্যৰ কাৰণে গঠন কৰা শিকলিত মানুহৰ সংখ্যা।

(গ) উৎপাদকৰ পৰা উপভোক্তালৈ শক্তিৰ স্থানান্তৰণ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) উৎপাদকৰ পৰা উপভোক্তালৈ শক্তিৰ স্থানান্তৰণ।

১৪। পৰিৱেশতন্ত্ৰত কিষ্টোন প্রজাতি হ’ল—

(ক) বৃহৎ পৰিমাণৰ জীৱভৰ উৎপন্ন কৰে।

(খ) সঘনে পোৱা নাযায়।

(গ) সর্ব্বোচ্চ পৰিমাণত পোৱা যায়।

(ঘ) পৰিৱেশতন্ত্ৰক সুৰক্ষা প্ৰদান কৰে।

উত্তৰঃ (ঘ) পৰিৱেশতন্ত্ৰক সুৰক্ষা প্ৰদান কৰে।

১৫। তলৰ কোনটো পৰিৱেশতন্ত্ৰত সর্বোচ্চ পৰিমাণৰ মুঠ প্রাথমিক উৎপাদন হয়—

(ক) বিষুৱীয় চিৰসেউজ বনাঞ্চল।

(খ) মেংগ্র’ভছ।

(গ) ঘাঁহনি পৰিৱেশ তন্ত্র।

(ঘ) প্রবাল পোকৰ পৰিৱেশ তন্ত্র।

উত্তৰঃ (গ) ঘাঁহনি পৰিৱেশ তন্ত্র।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top