⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 12 Biology MCQ Chapter 13 জীৱ আৰু আবাদী

Class 12 Biology MCQ Chapter 13 জীৱ আৰু আবাদী Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology MCQ Chapter 13 জীৱ আৰু আবাদী and select need one. AHSEC Class 12 Biology Objective Type Solutions in Assamese As Per AHSEC New Book Syllabus Download PDF. AHSEC Biology MCQ Class 12.

Class 12 Biology MCQ Chapter 13 জীৱ আৰু আবাদী

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Biology Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 13

MCQ

১। বাস্তব্যবিদ্যা মূলত ________ প্ৰকাৰৰ জৈৱিক সংগঠনৰ সৈতে জড়িত।

(ক) এক।

(খ) দুই।

(গ) তিনি।

(ঘ) চাৰি।

উত্তৰঃ (ঘ) চাৰি।

২। তলৰ কোনটো জৈৱিক সংগঠনৰ বাস্তব্যবিদ্যাৰ সৈতে জড়িত নহয়?

(ক) জীৱ।

(খ) আৱাদী।

(গ) বায়’ম।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) বায়’ম।

৩। তলৰ কোনটো ভাৰতৰ গৰিষ্ঠ বায়াম নহয়?

(ক) বিষুৱীয় বর্ষাৰণ্য।

(খ) পৰ্ণপাতী অৰণ্য।

(গ) সাগৰৰ উপকূল।

(ঘ) এটাও নহয়।

উত্তৰঃ (ঘ) এটাও নহয়।

৪। ভিন ভিন আৱাসস্থলৰ ভৌতিক আৰু ৰাসায়নিক অৱস্থাৰ তাৰতম্য ঘটোৱা মূল উপাদান কোনটো নহয়?

(ক) উত্তাপ।

(খ) উদ্ভিদ।

(গ) পানী।

(ঘ) পোহৰ।

উত্তৰঃ (খ) উদ্ভিদ।

৫। কিছুমান জীৱই বিস্তৃত পৰিসৰত তাপৰ তাৰতম্য সহ্য কৰি পাৰে, যাক কোৱা হয়—

(ক) ইউৰিথাৰ্মেল।

(খ) ষ্টেনে’থার্মেল।

(গ) নেন’থার্মেল।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) ইউৰিথাৰ্মেল।

৬। গৰিষ্ঠসংখ্যক জীৱই তাপক এক সংকীৰ্ণ পৰিসৰত জীয়াই থাকিব পাৰে, সিহঁতক কোৱা হয়—

(ক) ইউৰিথাৰ্মেল।

(খ) ষ্টেনে’থাৰ্মেল।

(গ) নেন’থার্মেল।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) ষ্টেনে’থাৰ্মেল।

৭। কিছুমান জীৱই লৱণৰ বিস্তৃত তাৰতম্য সহ্য কৰিব পাৰে, যাক কোৱা হয়—

(ক) ইউৰিহেলাইন।

(খ) ষ্টেন’হেলাইন।

(গ) নেৰ’হেলাইন।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) ইউৰিহেলাইন।

৮। যিবোৰ জীৱই লৱণৰ অধিক তাৰতম্য সহ্য কৰিব নোৱাৰে, তাক কোৱা হয়—

(ক) ইউৰিহেলাইন।

(খ) ষ্টে’ন হেলাইন।

(গ) নেৰ’হেলাইন।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) ষ্টে’ন হেলাইন।

৯। শীত প্রধান ঠাইৰ স্তন্যপায়ী প্রাণীসমূহৰ কাণ আৰু বাহু বা ঠেং চুটি হয়, তাপক্ষয় ৰোধ কৰিবৰ বাবে এনে হয়, ইয়াক কোৱা হয়—

(ক) এলেনৰ নিয়ম।

(খ) ডাৰউইনৰ নিয়ম।

(গ) লেমাৰ্কৰ নিয়ম।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) এলেনৰ নিয়ম।

১০। প্রকৃতিত থকা কোনো আৱাসস্থলীৰ সম্পদখিনি। আবাদীৰ সৰ্বোচ্চ বৃদ্ধিৰ বাবে সুচল, কিন্তু এই সীমা অতিক্ৰম কৰিলেই বৃদ্ধি অসম্ভৱ হৈ পৰে। ইয়াক কোৱা হয়—

(ক) বহন ক্ষমতা।

(খ) মেক্সিমা।

(গ) ডাৰউইনৰ যোগ্যতা।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) বহন ক্ষমতা।

১১। মৰুজ উদ্ভিদত থাকে—

(ক) দীঘল মূল।

(খ) সংকুচিত পত্ৰৰন্ধু।

(গ) ডাঠ কিউটিকল।

(ঘ) ওপৰৰ গোটেই কেইটা।

উত্তৰঃ (গ) ডাঠ কিউটিকল।

১২। পানীৰ উপৰিভাগত মুক্তভাৱে ওপঙি ফুৰা ক্ষুদ্র প্রাণীক ___________ বোলে?

(ক) প্লৱক প্রাণী।

(খ) বেস্থছ।

(গ) সহজীৱীয়।

(ঘ) প্লৱক উদ্ভিদ।

উত্তৰঃ (ক) প্লৱক প্রাণী।

১৩। অবলিগেট পৰজীৱী হ’ল—

(ক) মাত্র জীৱিত জীৱৰ শৰীৰত বৰ্তি থাকে।

(খ) মৃত, পচা দ্রব্যত বর্তি থাকে।

(গ) আৱশ্যকীয় পৰজীৱী কিন্তু মৃতজীৱীও হ’ব পাৰে।

(ঘ) আৱশ্যকীয় মৃতজীৱী কিন্তু পৰজীৱীও হ’ব পাৰে।

উত্তৰঃ (ক) মাত্র জীৱিত জীৱৰ শৰীৰত বৰ্তি থাকে।

১৪। এক নির্দিষ্ট ভৌগলিক অঞ্চলত এক নির্দিষ্ট সময়ৰ বাবে বাস কৰা এক প্ৰজাতিৰ জীৱক ___________ বোলে।

(ক) আবাদী।

(খ) বায়’ম।

(গ) প্রজাতি।

(ঘ) সম্প্রদায়।

উত্তৰঃ (ক) আবাদী।

১৫। তলৰ কোনটো সংগঠনত এটা প্রজাতি লাভবান হয় আৰু আনটোৰ ওপৰত কোনো প্রভাৱ নপৰে—

(ক) সহজীৱীতা।

(খ) পৰজীৱিতা।

(গ) মিউচু এলিজম।

(ঘ) ক’মেনছেলিজম।

উত্তৰঃ (ঘ) ক’মেনছেলিজম।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top