⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 12 Biology MCQ Chapter 12 জৈৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ

Class 12 Biology MCQ Chapter 12 জৈৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology MCQ Chapter 12 জৈৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ and select need one. AHSEC Class 12 Biology Objective Type Solutions in Assamese As Per AHSEC New Book Syllabus Download PDF. AHSEC Biology MCQ Class 12.

Class 12 Biology MCQ Chapter 12 জৈৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Biology Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 12

MCQ

১। কোনো কোষৰ পৰা এজোপা সম্পূৰ্ণ উদ্ভিদ সৃষ্টি কৰিব পৰা ক্ষমতাক কোৱা হয়—

(ক) ট’টিপটেনচি।

(খ) উৎপৰিৱৰ্তন।

(গ) ৰূপান্তৰণ।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) ট’টিপটেনচি।

২। উদ্ভিদ, বেক্টেৰিয়া, ভেঁকুৰ আৰু প্ৰাণীৰ জিনবিলাক কৌশলগতভাৱে পৰিৱৰ্তন কৰিলে সিহঁতক কি বোলা হয়—

(ক) সংকৰ।

(খ) জি এম অ’।

(গ) ভাইৰাচ।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) জি এম অ’।

৩। Bt জৈৱ বিষ উৎপাদন কাৰ বেক্টেৰিয়া হ’ল—

(ক) লেক্টবেছিলাছ।

(খ) ষ্ট্ৰেপট’ক’ক্কাচ।

(গ) বেছিলাছ থুৰিণজিয়ে নচিছ।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) বেছিলাছ থুৰিণজিয়ে নচিছ।

৪। কি নামৰ জিনে Bt জৈৱবিষ গোপন সংকেতৰ সহায়ত নিয়ন্ত্রণ কৰে?

(ক) ক্রাই।

(খ) IgA.

(গ) IgE.

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) ক্রাই।

৫। সকলো সংকোষকেন্দ্রীয় জীৱত কোষ প্ৰতিৰোধক হিচাপে __________ থাকে।

(ক) উৎপৰিৱৰ্তন।

(খ) কর্কট।

(গ) আৰ এন ৰে প্ৰতিবন্ধক।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) আৰ এন ৰে প্ৰতিবন্ধক।

৬। ___________ বাহক ব্যৱহাৰ কৰি গোলকৃমি সুনির্দিষ্ট জিন পোষক উদ্ভিদত প্রয়োগ কৰা হয়।

(ক) এগ্র’বেক্টেৰিয়াম।

(খ) লেক্টবেছিলাছ।

(গ) ৰাইজ ‘বিয়াম।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) এগ্র’বেক্টেৰিয়াম।

৭। মানুহকে ধৰি অন্য স্তন্যপায়ী প্রাণীৰ ইনচুলিন প্ৰ’-হৰম’ন হিচাপে নিঃসৰণ হয়, য’ত থকা অতিৰিক্ত অংশটো হ’ল—

(ক) A- পেপটাইড।

(খ) B- পেপটাইড।

(গ) C- পেপটাইড।

(ঘ) D – পেপটাইড।

উত্তৰঃ (গ) C- পেপটাইড।

৮। প্রথম জিন চিকিৎসা কেতিয়া কৰা হৈছিল?

(ক) 1990 চনত।

(খ) 1995 চনত।

(গ) 1999 চনত।

(ঘ) 2005 চনত।

উত্তৰঃ (ক) 1990 চনত।

৯। ডি এন এৰ পৰিৱৰ্তন ঘটাই এটা বাহিৰা জিনৰ সংযোগত জিনৰ চৰিত্ৰ প্ৰকাশ হ’বলৈ দিয়া জীৱ জন্তুকে বোলা হয়—

(ক) সংকৰ।

(খ) ট্রেন্সজিনীক জীৱ।

(গ) জম্বি।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) ট্রেন্সজিনীক জীৱ।

১০। __________ মানে হৈছে বহুজাতীক কোম্পানী আৰু অন্য সংগঠনে কোনো বৈধ অনুমতি নোলোৱাকৈ তথা ক্ষতিপূৰণ নিদিয়াকৈ কোনো স্বত্বাধিকাৰী দেশ বা মানুহৰ জৈৱসম্পদ ব্যৱহাৰ কৰা।

(ক) চুৰি।

(খ) বেপাৰ।

(গ) জৈৱস্বত্বাপহৰণ।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) জৈৱস্বত্বাপহৰণ।

১১। ৰিব’ফ্লেভিন হ’ল—

(ক) ভিটামিন B9

(খ) ভিটামিন B2

(গ) ভিটামিন B12

(ঘ) ভিটামিন B6

উত্তৰঃ (খ) ভিটামিন B2

১২। ছিটাই, আমাক তলৰ কোনটো ৰোগৰ বাবে সুৰক্ষা প্ৰদান নকৰে—

(ক) সৰু আই।

(খ) যক্ষ্মা।

(গ) মেলেৰিয়া।

(ঘ) প’লিঅ’।

উত্তৰঃ (গ) মেলেৰিয়া।

১৩। জীৱ প্ৰযুক্তিবিদ্যাৰ দ্বাৰা কোন দুটা ভিটামিন উৎপাদন কৰা—

(ক) ভিটামিন B12 আৰু ভিটামিন B9

(খ) ভিটামিন B12 আৰু ভিটামিন B2

(গ) ভিটামিন B6 আৰু ভিটামিন B2

(ঘ) ভিটামিন B12 আৰু ভিটামিন B6

উত্তৰঃ (খ) ভিটামিন B12 আৰু ভিটামিন B2

১৪। হেপাটাইটিছৰ B-ৰ ছিটা হ’ল—

(ক) তৃতীয় জনু।

(খ) দ্বিতীয় জনু।

(গ) প্রথম জনু।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ঘ) ওপৰৰ এটাও নহয়।

১৫। হিউমিউলিন শব্দটো তলৰ কোনটোৰ ক্ষেত্রত প্রযোজ্য?

(ক) মানৱ ইনছুলিন।

(খ) এবিধ ছিটা।

(গ) এবিধ যৌন হৰম’ন।

(ঘ) এবিধ নতুন প্রতিজৈৱিকী।

উত্তৰঃ (ক) মানৱ ইনছুলিন।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top