Class 12 Biology MCQ Chapter 11 জীৱ প্ৰযুক্তিবিদ্যা: নীতি আৰু পদ্ধতি

resppost2025

Class 12 Biology MCQ Chapter 11 জীৱ প্ৰযুক্তিবিদ্যা: নীতি আৰু পদ্ধতি Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology MCQ Chapter 11 জীৱ প্ৰযুক্তিবিদ্যা: নীতি আৰু পদ্ধতি and select need one. AHSEC Class 12 Biology Objective Type Solutions in Assamese As Per AHSEC New Book Syllabus Download PDF. AHSEC Biology MCQ Class 12.

Class 12 Biology MCQ Chapter 11 জীৱ প্ৰযুক্তিবিদ্যা: নীতি আৰু পদ্ধতি

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Biology Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 11

MCQ

১। এছ. টাইফিমুৰিয়াম নামৰ বেক্টেৰিয়াটোৰ __________ৰ লগত সংলগ্ন হৈ থকা প্রতিজৈৱিক প্ৰতিৰোধ ক্ষমতা সম্পন্ন জিন এটাৰ পৰাই ৰিকমবিনেন্ট ডি. এন. এৰ প্ৰথম ধাৰণাৰ সৃষ্টি হয়।

(ক) প্লাজমিড।

resppost2025

(খ) কোষবেৰ।

(গ) ৰাইবজম।

(ঘ) এটাও নহয়।

sqare

উত্তৰঃ (ক) প্লাজমিড।

২। কোনো জীৱদেহত এক অচিন ডি এন এৰ টুকুৰা এটা কঢ়িয়াই লৈ যোৱা কাৰ্য্যত প্লাজমিডক ___________ হিচাপে ব্যৱহাৰ কৰা হয়।

(ক) কেচী।

(খ) বাহক।

sqare

(গ) ভিটামিন।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) বাহক।

sidebar2026

৩। সকলোবোৰ ৰেষ্ট্ৰিকচন উৎসেচক __________ নামৰ এটা ডাঙৰ ভাগৰ অন্তৰ্ভূক্ত।

(ক) প্লাজমিড।

2026

(খ) পেপটাইড।

(গ) নিউক্লিয়েজ।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) নিউক্লিয়েজ।

৪। নিউক্লিয়েজবোৰ ___________ প্ৰকাৰৰ আছে।

sidebar2026

(ক) দুই।

(খ) তিনি।

(গ) চাৰি।

(ঘ) পাঁচ।

উত্তৰঃ (ক) দুই।

৫। ডি এন এৰ টুকুৰাবোৰ পৃথকীকৰণ কৰা পদ্ধতিটো হ’ল—

(ক) ক্লনিং।

(খ) জেল ইলেক্ট্ৰ’ফৰেছিচ।

(গ) পলিমেৰাইজেচন।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) জেল ইলেক্ট্ৰ’ফৰেছিচ।

৬। ___________ হ’ল এটা প্ৰক্ৰিয়া যিটোৰ দ্বাৰা ডি. এন. এৰ টুকুৰা এটা বেক্টেৰিয়াৰ পোষক কোষ এটাৰ ভিতৰত সংস্থাপিত কৰিব পাৰি।

(ক) ৰূপান্তৰণ।

(খ) ক্লনিং।

(গ) ৰেষ্ট্ৰিকচন।

2026

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) ৰূপান্তৰণ।

৭। তলৰ কোনটো পদ্ধতিয়ে সমূহৰ জিনীয় প্রযুক্তিগতভাৱে সালসলনি কৰিব পৰা কৰি তুলিলে?

(ক) সংকৰণ।

(খ) বিৱৰ্তন।

(গ) ৰিকম্বিনেন্ট ডি এন এ পদ্ধতি।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) ৰিকম্বিনেন্ট ডি এন এ পদ্ধতি।

৮। ডি এন এৰ কিছুমান নির্দিষ্ট স্থানৰ কাটিৰ পৰাটো সম্ভৱ হ’ল কিহৰ কাৰণে—

(ক) ৰেষ্ট্ৰিকচন এনজাইম।

(খ) লাইগেজ।

(গ) প্লাজমিড।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) ৰেষ্ট্ৰিকচন এনজাইম।

৯। প্রতিজৈৱিক প্ৰতিৰোধ ক্ষমতা সম্পন্ন জিনৰ লগত প্লাজমিড বাহৰ সংযোজন সম্ভৱ কিহৰ বাবে হ’ল—

(ক) একচোনিউক্লিয়েজ।

(খ) এগুনিউক্লিয়েজ।

(গ) পলিমাৰেজ।

(ঘ) ডি. এন. এ. লাইগেজ।

উত্তৰঃ (ঘ) ডি. এন. এ. লাইগেজ।

2026

১০। বেক্টেৰিয়া কোষত থকা প্লাজমিড হ’ল—

(ক) ৰৈখিক দ্বিকুণ্ডলীযুক্ত আৰ এন এ অণু।

(খ) গোলাকাৰ দ্বিকুণ্ডলীযুক্ত ডি এন এ অণু।

(গ) গোলাকাৰ দ্বি কুণ্ডলীযুক্ত আৰ এন এ অণু।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) গোলাকাৰ দ্বিকুণ্ডলীযুক্ত ডি এন এ অণু।

১১। তলৰ কোনটো উৎসেচক আণৱিক কেঁচিহিচাবে ব্যৱহাৰ কৰা হয়—

(ক) লাইগেজ।

(খ) ৰেষ্ট্ৰিকচন এণ্ডোনিউক্লিয়েজ।

(গ) হাইড্ৰ’লেজ।

(ঘ) ডি এন এ পলিমাৰেজ।

উত্তৰঃ (খ) ৰেষ্ট্ৰিকচন এণ্ডোনিউক্লিয়েজ।

১২। DNA ক্ল’নিংত তলৰ কোনটোক বাহক হিচাবে ব্যৱহাৰ কৰা নহয়—

(ক) ঘৰচীয়া মাখি।

(খ) প্লাজমিড।

(গ) ভাইৰাছ।

(ঘ) কছমিড।

উত্তৰঃ (ক) ঘৰচীয়া মাখি।

১৩। ডি. এন. এ. প্রযুক্তিবিদ্যাত ৰেষ্ট্ৰিকচন এন্ডোনিউক্লিয়েজ বহলভাৱে প্ৰয়োগ কৰা হয়। এই উৎসেচক তলৰ কোনটোৰ পৰা আহৰণ কৰা হয়—

(ক) প্লাজমিড।

2026

(খ) বেক্টেৰিয়াৰ কোষ সমূহৰ পৰা।

(গ) বেক্টেৰিওফেজ।

(ঘ) সকলোবোৰ প্রকোষকেন্দ্রীয় কোষ।

উত্তৰঃ (খ) বেক্টেৰিয়াৰ কোষ সমূহৰ পৰা।

১৪। ৰেষ্ট্ৰিকচন এন্ডোনিউক্লিয়েজে—

(ক) কিছুমান বিশিষ্ট স্থানত DNA অণুক কাটি দিয়ে।

(খ) DNA সংশ্লেষণ কৰে।

(গ) DNA য’তে ত’তে কাটিব পাৰে।

(ঘ) কোষকেন্দ্ৰৰ ভিতৰত DNA ৰ সংশ্লেষণ হ্রাস কৰে।

উত্তৰঃ (ক) কিছুমান বিশিষ্ট স্থানত DNA অণুক কাটি দিয়ে।

১৫। ৰিকম্বিনেণ্ট DNA (rDNA) প্রযুক্তিবিদ্যা কোনে আৱিষ্কাৰ কৰিছিল—

(ক) ষ্টেনলি ক’হেন আৰু হাৰবাৰ্ট ব’য়েৰ।

(খ) জেমচ ডি ওৱাটচন।

(গ) হৰগোবিন্দ খোৰানা।

(ঘ) ওৱালটাৰ ছুটন আৰু এভাৰি।

উত্তৰঃ (ক) ষ্টেনলি ক’হেন আৰু হাৰবাৰ্ট ব’য়েৰ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top