Class 12 Biology MCQ Chapter 10 মানৱ কল্যাণৰ অৰ্থে অণুজীৱ

resppost2025

Class 12 Biology MCQ Chapter 10 মানৱ কল্যাণৰ অৰ্থে অণুজীৱ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology MCQ Chapter 10 মানৱ কল্যাণৰ অৰ্থে অণুজীৱ and select need one. AHSEC Class 12 Biology Objective Type Solutions in Assamese As Per AHSEC New Book Syllabus Download PDF. AHSEC Biology MCQ Class 12.

Class 12 Biology MCQ Chapter 10 মানৱ কল্যাণৰ অৰ্থে অণুজীৱ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Biology Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 10

MCQ

১। কিছুমান খাদ্যবস্তুৰ মিশ্ৰণবোৰৰ ওপৰত সৃষ্টি হোৱা ফেনজাতীয় বস্তুবোৰ ___________ গেছৰ বাবে হয়।

(ক) O₂

resppost2025

(খ) H₂

(গ) CO₂

(ঘ) He

sqare

উত্তৰঃ (গ) CO₂

২। তলৰ কোনবিধ বেকাৰ ইষ্ট?

(ক) চেকেৰ’মাইচিচ চেৰেভিচি।

(খ) লেক্টবেচিলাচ।

sqare

(গ) এমিবা।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) চেকেৰ’মাইচিচ চেৰেভিচি।

sidebar2026

৩। উদ্যোগত সামগ্ৰী প্রস্তুত কৰোতে যথেষ্ট ডাঙৰ পাত্ৰত অণুজীৱ বিলাক বংশবিস্তাৰ কৰিবলৈ দিয়া হয় যাক কোৱা হয়—

(ক) পৰীক্ষানলী।

2026

(খ) ফাৰ্মেণ্টৰ।

(গ) কুকাৰ।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) ফাৰ্মেণ্টৰ।

৪। ___________ হ’ল প্ৰথম আৱিষ্কাৰ হোৱা প্ৰতিজৈৱিক।

sidebar2026

(ক) পেনিচিলিন।

(খ) পেৰাচিটেমল।

(গ) PAN.

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) পেনিচিলিন।

৫। ইথানলৰ বাণিজ্যিক উৎপাদনৰ বাবে __________ ব্যৱহাৰ হয়।

(ক) লেক্টবেচিলাচ।

(খ) পেনিচিলিন।

(গ) ইষ্ট।

(ঘ) এমিবা।

উত্তৰঃ (গ) ইষ্ট।

৬। ট্রাইক’ডাৰমা পলিম্প’ৰাম ব্যৱহাৰ কৰি প্ৰস্তুত কৰে—

(ক) চাইক্ল’স্পৰিণ – এ।

(খ) বেনজিন।

(গ) লেক্টিক এচিড।

2026

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) চাইক্ল’স্পৰিণ – এ।

৭। __________ হ’ল একলিটাৰ পানীত থকা জৈৱিক পদার্থখিনি বেক্টেৰিয়াই জাৰণ কৰোতে প্রয়োজন হোৱা অক্সিজেনৰ পৰিমাণ।

(ক) জৈৱগেছ।

(খ) বি অ’ডি।

(গ) এল পি জি।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) বি অ’ডি।

৮। জৈৱগেছত প্রধানকৈ __________ গেছ থাকে।

(ক) মিথেন।

(খ) ইথেন।

(গ) প্রপেন।

(ঘ) বিউটেন।

উত্তৰঃ (ক) মিথেন।

৯। উদ্ভিদৰ ৰোগ নিয়ন্ত্ৰণ কাৰক হিচাপে ব্যৱহাৰ হোৱা ভেঁকুৰ হ’ল—

(ক) টাইক’ডাৰমা।

(খ) ইষ্ট।

(গ) লেক্টবেচিলাচ।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) টাইক’ডাৰমা।

2026

১০। জৈৱনিয়ন্ত্ৰণ কাৰক হিচাপে ব্যৱহৃত বেছিভাগ ভাইৰাছেই কোনটো গণৰ অন্তর্ভুক্ত?

(ক) চেকেৰ’মাইচেচ।

(খ) ট্রাইক’ডাৰমা।

(গ) নিউক্লিঅ’ পলিহেড্ৰ’ ভাইৰাছ।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) নিউক্লিঅ’ পলিহেড্ৰ’ ভাইৰাছ।

১১। _________ বেক্টেৰিয়াই মুক্তভাৱে বাস কৰি নাইট্ৰ’জেন স্থিতিকৰণ কৰে।

(ক) লেক্টেবেচিলাচ।

(খ) ইষ্ট।

(গ) এয’ট’বেক্টাৰ।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) এয’ট’বেক্টাৰ।

১২। ভেঁকুৰ আৰু উচ্চ শ্রেণীৰ উদ্ভিদৰ শিপাৰ মাজত হোৱা সহজীৱিতা হ’ল—

(ক) মাইক’ৰহাইযা।

(খ) ৰাইব’বিয়াম।

(গ) এফ’স্পাইৰিলাম।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) মাইক’ৰহাইযা।

১৩। ৰাইব’ফেলিভিন হ’ল—

(ক) ভিটামিন B6

2026

(খ) ভিটামিন B12

(গ) ভিটামিন B9

(ঘ) ভিটামিন B2

উত্তৰঃ (ঘ) ভিটামিন B2

১৪। তলৰ কোনটো উৎপাদনত ব্যৱসায়িক এচিটিক এচিদ ব্যৱহাৰ কৰা হয়—

(ক) সুৰা।

(খ) ভিনেগাৰ।

(গ) ৱাইন।

(ঘ) মিড।

উত্তৰঃ (খ) ভিনেগাৰ।

১৫। দৈ গাখীৰ প্ৰস্তুত কৰণত কোনটো অণুজীৱ ব্যৱহাৰ কৰা হয়—

(ক) লেক্ট’ বেচিলাছ।

(খ) পেনিচিলিয়াম।

(গ) এছপাৰগিলাছ।

(ঘ) ছেকাৰ’মাইচিছ।

উত্তৰঃ (ক) লেক্ট’ বেচিলাছ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top