Class 10 Science MCQ Chapter 8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? Question Answer can be of great value to excel in the examination.
SEBA Class 10 Science MCQ Chapter 8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?
SEBA Class 10 General Science MCQ Chapter 8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?
Chapter – 8
জীৱবিজ্ঞান
Multiple Choice Questions & Answers
1. তলৰ কোনটো কোষৰ অংশত পৰৱৰ্তী প্ৰজন্মলৈ পিতৃ – মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ উত্তৰাধিকাৰৰ তথ্য থাকে–
(a) কোষ প্রৰস।
(b) ক্ৰম’জম’।
(c) কোষকেন্দ্ৰ প্ৰৰস।
(d) অতিকেন্দ্র।
উত্তৰঃ (b) ক্ৰম’জম’।
2. তলৰ কোনটোক প্ৰটিন সংশ্লেষণৰ বাবে তথ্যৰ উৎস বোলা হয়—
(a) কোষকেন্দ্র।
(b) DNA।
(c) অতিকেন্দ্র।
(d) কোষকেন্দ্ৰ প্ৰৰস।
উত্তৰঃ (b) DNA।
3. তলৰ কোনটো প্ৰক্ৰিয়াৰে এমিবাই প্ৰজনন কৰে—
(a) পুনৰুৎপত্তি।
(b) বিভংগন।
(c) ৰেণু গঠন।
(d) বিভাজন।
উত্তৰঃ (d) বিভাজন।
4. তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লাজম ‘ডিয়ামে প্রজনন কৰে —
(a) দ্বি-ভাজন।
(b) পুনৰুৎপত্তি।
(c) বহুবিভাজন।
(d) মুকুলোদ্গম।
উত্তৰঃ (c) বহুবিভাজন।
5. তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লেনেৰিয়াই প্ৰজনন কৰে—
(a) পুনৰুৎপত্তি।
(b) মুকুলোদ্গম।
(c) বিভাজন।
(d) ৰেণু গঠন।
উত্তৰঃ (a)পুনৰুৎপত্তি।
6. ব্ৰায় ‘ফাইলাম বা দুপৰটেঙাত হোৱা প্ৰজনন তলৰ কোনটোৰ উদাহৰণ–
(a) মুকুলোদ্গম।
(b) আংগিক বিস্তাৰণ।
(c) বিভাজন।
(d) ৰেণু গঠন।
উত্তৰঃ (b) আংগিক বিস্তাৰণ।
7. ৰাইজ’ পাছে ব্যৱহাৰ কৰা প্ৰজনন পদ্ধতি–
(a) আংগিক বিস্তাৰণ।
(b) মুকুলোদ্গম।
(c) বিভাজন।
(d) ৰেণু গঠ।
উত্তৰঃ (d) ৰেণু গঠন।
8. পুং আৰু স্ত্ৰীজননকোষৰ মিলনৰ ফলত সৃষ্টি হোৱা কোষটোক কোৱা হয়—
(a) ভ্রূণ।
(b) ডিম্বাণু।
(c) যোজন কোষ।
(d) শুক্রাণু।
উত্তৰঃ (c) যোজন কোষ।
9. পুং আৰু স্ত্ৰীজননকোষৰ মিলনক কোৱা হয়—
(a) অংকুৰণ।
(b) নিষেচন।
(c) ইতৰ – পৰাগযোগ।
(d) স্ব – পৰাগযোগ।
উত্তৰঃ (b)নিষেচন।
10. ফুলত থকা তলৰ কোনটো অংশ বীজলৈ ৰূপান্তৰিত হয়।
(a) ডিম্বক।
(b) গর্ভাশয়।
(c) গর্ভমুণ্ড।
(d) স্ত্রীস্তৱক।
উত্তৰঃ (a) ডিম্বক।
11. ফুলত পোৱা তলৰ কোনটো অংশ ফললৈ ৰূপান্তৰিত হয়—
(a) ডিম্বক।
(b) গর্ভাশয়।
(c) পাহি।
(d) বেটুপাত।
উত্তৰঃ (b) গর্ভাশয়।
12. পিউবাৰটিৰ সময়ত ল’ৰাৰ দৈহিক পৰিবৰ্তনৰ লগত জড়িত হৰম’নবিধ—
(a) এষ্ট্ৰ’জেন।
(b) থাইৰ’ক্সিন।
(c) টেষ্ট’ষ্টেৰণ।
(d) ইনচুলিন।
উত্তৰঃ (c) টেষ্ট’ষ্টেৰণ।
13. পিউবাৰটিৰ সময়ত ছোৱালীৰ দৈহিক পৰিবৰ্তনৰ লগত জড়িত হৰম’নবিধ—
(a) ইনচুলিন।
(b) বৃদ্ধি হৰম’ন।
(c) টেষ্ট’ষ্টেৰণ।
(d) এষ্ট্ৰ’জেন।
উত্তৰঃ (d) এষ্ট্ৰ’জেন ।
14. মানুহৰ পুং জননতন্ত্ৰৰ কোনটো এটা অংশ নহয়—
(a) মূত্রপথ।
(b) ফেল’পিয়ান নলী।
(c) শুক্রবাহী নলী।
(d) প্রষ্টেট গ্রন্থি।
উত্তৰঃ (b) ফেল’পিয়ান নলী।
15. তলৰ কোনটো অংশত মানুহৰ স্ত্ৰী জননকোষ গঠিত হয়–
(a) ডিম্ববাহী নলী।
(b) জৰায়ু।
(c) ডিম্বাশয়।
(d) যোনি।
উত্তৰঃ (c) যোনি।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.



