SEBA Class 6 Social Science MCQ Chapter 2 সময় মণ্ডল আৰু মানচিত্ৰ

SEBA Class 6 Social Science MCQ Chapter 2 সময় মণ্ডল আৰু মানচিত্ৰ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Social Science MCQ Solutions and select need one. SEBA Class 6 Social Science MCQ Solutions As Per SEBA New Book Syllabus Download PDF. SCERT Social Science MCQ Class 6 Solutions.

SEBA Class 6 Social Science MCQ Chapter 2 সময় মণ্ডল আৰু মানচিত্ৰ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Social Science MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Question Answer for All Chapters, You can practice these here.

Chapter: 2

MCQ

১। পৃথিৱীৰ মুঠ সময় মণ্ডল কিমান?

(ক) ১৫টা।

(খ) ২৪টা।

(গ) ৩০টা।

(ঘ) ১২টা।

উত্তৰঃ (খ) ২৪টা।

২। মানচিত্ৰত দিশ চিনাক্ত কৰিবলৈ কি ব্যৱহাৰ কৰা হয়?

(ক) মানপত্ৰ।

(খ) দিশসূচক।

(গ) মাপকাঠি।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) দিশসূচক।

৩। মানচিত্ৰৰ মাপকাঠিৰ কিহৰ দ্বাৰা জনা যায়।

(ক) ৰঙৰ মানে।

(খ) অক্ষৰেখা।

(গ) দূৰত্বৰ অনুপাত।

(ঘ) দিশ।

উত্তৰঃ (গ) দূৰত্বৰ অনুপাত।

৪। পৃথিৱীৰ আহ্নিক গতি সম্পূৰ্ণ হ’বলৈ কিমান সময় লাগে?

(ক) ১২ ঘণ্টা।

(খ) ৩০ দিন।

(গ) ১ বছৰ।

(ঘ) ২৪ ঘণ্টা।

উত্তৰঃ (ঘ) ২৪ ঘণ্টা।

৫। মানচিত্ৰত পথ, নদী, ঘৰ আদি দেখুৱাবলৈ ব্যৱহৃত চিহ্নবোৰক কি কোৱা হয়?

(ক) দিশচিহ্ন।

(খ) সাংকেতিক চিহ্ন।

(গ) প্ৰতীক চিহ্ন।

(ঘ) নিৰ্দেশনা।

উত্তৰঃ (খ) সাংকেতিক চিহ্ন।

৬। মুখ্য দ্রাঘিমাৰেখা কিহৰ মাজেদি গুচি গৈছে।

(ক) ইংলেণ্ডৰ গ্ৰীণউইচৰ মাজেদি।

(খ) চীনৰ মাজেদি।

(গ) ভাৰতৰ মাজেদি।

(ঘ) আমেৰিকাৰ মাজেদি।

উত্তৰঃ (ক) ইংলেণ্ডৰ গ্ৰীণউইচৰ মাজেদি।

৭। ভাৰতৰ মান সময় কোনটো দ্রাঘিমাংশৰ আধাৰত নিৰ্ধাৰণ কৰা হৈছে?

(ক) ৯০° পূব দ্রাঘিমাংশত।

(খ) ৭৫° পশ্চিম দ্রাঘিমাংশত।

(গ) ৮২°৩০′ পূব দ্রাঘিমাংশত।

(ঘ) ৬০° পূব দ্রাঘিমাংশত।

উত্তৰঃ (গ) ৮২°৩০′ পূব দ্রাঘিমাংশত।

৮। পূবলৈ যোৱাৰ লগে লগে সময় কি হয়?

(ক) বৃদ্ধি পায়।

(খ) হ্ৰাস পায়।

(গ) একে থাকে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) বৃদ্ধি পায়।

৯। পৃথিৱীত দিন-ৰাতি হোৱাৰ কাৰণ কি?

(ক) কক্ষপথৰ গতি।

(খ) আহ্নিক গতি।

(গ) সূৰ্যৰ গতি।

(ঘ) চন্দ্ৰৰ গতি।

উত্তৰঃ (খ) আহ্নিক গতি।

১০। কোন ধৰণৰ মানচিত্ৰত কোনো ঠাইৰ নাম, সীমা আদি প্ৰদৰ্শন কৰা হয়?

(ক) প্ৰাকৃতিক মানচিত্ৰত।

(খ) সম্পদ মানচিত্ৰত।

(গ) জলবায়ু মানচিত্ৰত।

(ঘ) ৰাজনৈতিক মানচিত্ৰত।

উত্তৰঃ (ঘ) ৰাজনৈতিক মানচিত্ৰত।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top