⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 6 Social Science MCQ Chapter 1 পৃথিৱী আৰু সৌৰজগত

SEBA Class 6 Social Science MCQ Chapter 1 পৃথিৱী আৰু সৌৰজগত Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Social Science MCQ Chapter 1 পৃথিৱী আৰু সৌৰজগত Solutions and select need one. SEBA Class 6 Social Science MCQ Solutions As Per SEBA New Book Syllabus Download PDF. SCERT Social Science MCQ Class 6 Solutions.

SEBA Class 6 Social Science MCQ Chapter 1 পৃথিৱী আৰু সৌৰজগত

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Social Science MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Question Answer for All Chapters, You can practice these here.

Chapter: 1

MCQ

১। সৌৰজগতৰ কেন্দ্ৰবিন্দু হ’ল।

(ক) চন্দ্ৰ।

(খ) সূৰ্য।

(গ) পৃথিৱী।

(ঘ) বৃহস্পতি।

উত্তৰঃ (খ) সূৰ্য।

২। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ হ’ল।

(ক) শুক্ৰ।

(খ) মংগল।

(গ) চন্দ্ৰ।

(ঘ) ইউৰেনাচ।

উত্তৰঃ (গ) চন্দ্ৰ।

৩। পৃথিৱীৰ আকৃতি কিদৰে বৰ্ণনা কৰা হয়?

(ক) সমতল।

(খ) সম্পূৰ্ণ গোল।

(গ) চতুৰ্ভুজ।

(ঘ) উপবৃত্তাকাৰ।

উত্তৰঃ (ঘ) উপবৃত্তাকাৰ।

৪। ০° অক্ষাংশক কি কোৱা হয়?

(ক) কুমেক বৃত্ত।

(খ) বিষুৱৰেখা।

(গ) কর্কট-ক্রান্তি।

(ঘ) সুমেক বৃত্ত।

উত্তৰঃ (খ) বিষুৱৰেখা।

৫। পৃথিৱীৰ আহ্নিক গতিৰ ফলত কি হয়?

(ক) ঋতু পৰিৱৰ্তন।

(খ) ভূমিকম্প।

(গ) বৰষুণ।

(ঘ) দিন আৰু ৰাতি।

উত্তৰঃ (ঘ) দিন আৰু ৰাতি।

৬। গুৱাহাটী মহানগৰৰ অক্ষাংশ কিমান?

(ক) ২৬°১১′ উত্তৰ।

(খ) ২৩°৩০′ উত্তৰ।

(গ) ৬৬°৩০′ উত্তৰ।

(ঘ) ৯০° উত্তৰ।

উত্তৰঃ (ক) ২৬°১১′ উত্তৰ।

৭। পৃথিৱীৰ আহ্নিক গতি কিমান সময়ত সম্পূর্ণ হয়?

(ক) ১২ ঘণ্টা।

(খ) ২৪ ঘণ্টা।

(গ) ৩০ দিন।

(ঘ) ৩৬৫ দিন।

উত্তৰঃ (খ) ২৪ ঘণ্টা।

৮। পৃথিৱীৰ কক্ষপথৰ গঠন কেনেকুৱা হয়?

(ক) সম্পূৰ্ণ গোল।

(খ) চতুৰ্ভুজ।

(গ) উপবৃত্তাকাৰ।

(ঘ) ত্ৰিভুজ।

উত্তৰঃ (গ) উপবৃত্তাকাৰ।

৯। পূর্ণ বৃত্তাকাৰ দ্রাঘিমাৰেখাডালক কি কোৱা হয়?

(ক) বিষুৱৰেখা।

(খ) মুখ্য দ্রাঘিমাৰেখা।

(গ) অক্ষৰেখা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) মুখ্য দ্রাঘিমাৰেখা।

১০। পৃথিৱীৰ বার্ষিক গতিৰ ফলত কি হয়?

(ক) ভূমিকম্প।

(খ) দিন আৰু ৰাতি।

(গ) ঋতু আৰু বছৰৰ পৰিৱর্তন।

(ঘ) মহাকাশ অভিযান।

উত্তৰঃ (গ) ঋতু আৰু বছৰৰ পৰিৱর্তন।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top