অসমৰ সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা | List of Presidents of Sahitya Sabha of Assam

অসমৰ সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা | List of Presidents of Sahitya Sabha of Assam – Today We Discuss List of Presidents of Sahitya Sabha of Assam Any Government competitive exam, we try to give you most Important MCQ type Question and Answer.

অসমৰ সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা

Join Telegram channel

অসমৰ সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা | List of Presidents of Sahitya Sabha of Assam we cover under the All Competitive exam as follows, Assam Govt Recruitment Grade II, Grade III & Grade IV Any of the Post, APSC, Assam Police, Post Office Exam, PNRD Exam, any Medical Exam, Forest Guard Exam, APDCL Exam, Agriculture Exam, and other state exams. You can follow these Apps and Youtube Channel prepares for all exams.

অসমৰ সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা

চনসভাপতিসভা অনুষ্ঠিত হোৱা ঠাই
১৯১৭পদ্মনাথ গোহাঞি বৰুৱাশিৱসাগৰ
১৯১৮চন্দ্ৰধৰ বৰুৱাগোৱালপাৰা
১৯১৯কালিৰাম মেধিবৰপেটা
১৯২০হেমচন্দ্ৰ গোস্বামীতেজপুৰ
১৯২৩অমৃতভূষণ দেৱ অধিকাৰীযোৰহাট
১৯২৪কনকলাল বৰুৱাডিব্ৰুগড়
১৯২৪লক্ষ্মীনাথ বেজবৰুৱাগুৱাহাটী
১৯২৫ৰজনীকান্ত বৰদলৈ নগাওঁ
১৯২৬বেণুধৰ ৰাজখোৱাধুবুৰী
১৯২৭তৰুণৰাম ফুকনগোৱালপাৰা
১৯২৯কমলাকান্ত ভট্টাচাৰ্য যোৰহাট
১৯৩০মফিজুদ্দিন হাজৰিকাগোলাঘাট
১৯৩১নগেন্দ্ৰ নাৰায়ণ চৌধুৰীশিৱসাগৰ
১৯৩৩জ্ঞানদাভিৰাম বৰুৱাউত্তৰ  লক্ষীমপুৰ
১৯৩৪আনন্দচন্দ্ৰ আগৰৱালামঙলদৈ
১৯৩৬ৰঘুনাথ চৌধাৰীতেজপুৰ
১৯৩৭ কৃষ্ণকান্ত সন্দিকৈগুৱাহাটী
১৯৪০মইদুল ইছলাম বৰাযোৰহাট
১৯৪৪নীলমণি ফুকনশিৱসাগৰ
১৯৪৭নীলমণি ফুকনডিব্ৰুগড়
১৯৫০অম্বিকাগিৰি ৰায় চৌধুৰীমাৰ্ঘেৰিটা
১৯৫৩সূৰ্যকুমাৰ ভুঞা শ্বিলং
১৯৫৪নলিনীৱালা দেৱীযোৰহাট
১৯৫৫যতীন্দ্ৰনাথ দুৱৰাগুৱাহাটী
১৯৫৬বেণুধৰ শৰ্মাধুবুৰী
১৯৫৮পদ্মধৰ চলিহাতিনিচুকীয়া
১৯৫৯অতুলচন্দ্ৰ হাজৰিকা নগাওঁ
১৯৬০ত্ৰৈলোক্যনাথ গোস্বামী মিৰ্জা, পলাশবাৰী
১৯৬১ত্ৰৈলোক্যনাথ গোস্বামীগোৱালপাৰা
১৯৬৩ৰত্নকান্ত বৰকাকতিনাজিৰা
১৯৬৪মিত্ৰদেৱ মহন্তডিগবৈ 
১৯৬৫ডিম্বেশ্বৰ বৰুৱানলবাৰী
১৯৬৬বিনন্দ চন্দ্ৰ বৰুৱাউত্তৰ লক্ষীমপুৰ
১৯৬৭নকুল চন্দ্ৰ ভূঞাডিব্ৰুগড়
১৯৬৮জ্ঞাননাথ বৰা তেজপুৰ
১৯৬৯আনন্দ চন্দ্ৰ বৰুৱাবৰপেটা
১৯৭০উপেন্দ্ৰনাথ লেখাৰু ধিং
১৯৭১তীৰ্থনাথ শৰ্মামাকুম, ডিব্ৰুগড়
১৯৭২হেম বৰুৱাধুবুৰী
১৯৭৩গিৰিধৰ শৰ্মা ৰঙিয়া
১৯৭৪ মহেশ্বৰ নেওগমঙ্গলদৈ
১৯৭৫সত্যেন্দ্ৰনাথ শৰ্মাতিতাবৰ
১৯৭৬যজ্ঞেশ্বৰ শৰ্মাটিহু
১৯৭৭চৈয়দ আব্দুল মালিকঅভয়াপুৰী
১৯৭৮প্ৰসন্নলাল চৌধুৰীগোলাঘাট
১৯৭৯অতুলচন্দ্ৰ বৰুৱাশুৱালকুছি
১৯৮০যতীন্দ্ৰনাথ গোস্বামীৰহা
১৯৮১সীতানাথ ব্রহ্মচৌধুৰীতিনিচুকীয়া
১৯৮২সীতানাথ ব্রহ্মচৌধুৰীডিফু
১৯৮৩বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যবঙাইগাওঁ
১৯৮৫যোগেশ দাস বিহপুৰীয়া
১৯৮৬বীৰেণ বৰকটকী কামপুৰ
১৯৮৭মহেন্দ্ৰ বৰাপাঠশালা
১৯৮৮ কীৰ্তিনাথ হাজৰিকা হাইলাকান্দি
১৯৮৯মহিম বৰাডুমডুমা
১৯৯০নৱকান্ত বৰুৱাবিশ্বনাথ চাৰিআলি
১৯৯১নিৰ্মলপ্ৰভা বৰদলৈদুধনৈ
১৯৯২লক্ষ্যধৰ চৌধুৰীগোৰেশ্বৰ
১৯৯৩ভূপেন হাজৰিকাশিৱসাগৰ
১৯৯৪লীলা গগৈমৰিগাওঁ
১৯৯৫হিতেশ ডেকাসৰ্থেবাৰী
১৯৯৬লক্ষ্মীনন্দন বৰাবোকাখাত
১৯৯৭ নগেন শইকীয়াবিলাসীপাৰা
১৯৯৮নগেন শইকীয়াহাওৰাঘাট
১৯৯৯চন্দ্ৰপ্ৰসাদ শইকীয়াহাজো

(১৯৯৯চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিৰ কাৰ্যকাল দুবছৰীয়া কৰা হৈছে।)

২০০১ হোমেন বৰগোহাঞিডিব্রুগড়
২০০৩বীৰেন্দ্ৰ নাথ দত্তলক্ষীমপুৰ
২০০৫কনকসেন ডেকা ছিপাঝাৰ
২০০৭কনকসেন ডেকা চাপৰ
২০০৯ৰংবং তেৰাং ধেমাজী
২০১১ৰংবং তেৰাং বৈঠালকুছি
২০১৩ইমৰান ছাহবৰপেটা ৰোড
২০১৪ইমৰান ছাহ গুৱাহাটী
২০১৫-১৬-১৭ধ্ৰুৱজ্যোতি বৰা কালিয়াবৰ
২০১৮পৰমানন্দ ৰাজবংশীবর্দুমচা
২০১৯পৰমানন্দ ৰাজবংশীৰহা
২০২০ – ২০২১কুলধৰ শইকীয়াশুৱালকুছি 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top