Class 12 Biology MCQ Chapter 4 জনন স্বাস্থ্য

Class 12 Biology MCQ Chapter 4 জনন স্বাস্থ্য Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology MCQ Chapter 4 জনন স্বাস্থ্য and select need one. AHSEC Class 12 Biology Objective Type Solutions in Assamese As Per AHSEC New Book Syllabus Download PDF. AHSEC Biology MCQ Class 12.

Class 12 Biology MCQ Chapter 4 জনন স্বাস্থ্য

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Biology Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 4

MCQ

১। _________ পদ্ধতি ভিত্তি কৰা মূল তত্বটো হ’ল- সন্তান প্ৰসৱৰ পিছতেই মাতৃদুগ্ধ যথেষ্ট পৰিমাণে ক্ষৰণ হয় আৰু ডিম্বক্ষৰণ সাময়িকভাৱে বন্ধ থাকে।

(ক) স্তন্যক্ষৰীক এমেন’ৰীয়া।

(খ) মৈথুন ব্যাঘাতকৰণ।

(গ) উপনয়ন।

(ঘ) ওপৰৰ এটাও নহয়।

উওৰঃ (ক) স্তন্যক্ষৰীক এমেন’ৰীয়া।

২। বৰ্তমান IUD বোৰ কেই প্ৰকাৰত পোৱা যায়?

(ক) দুই।

(খ) তিনি।

(গ) চাৰি।

(ঘ) পাঁচ।

উওৰঃ (ক) দুই।

৩। তলৰ কোনটো জৰায়ু জন্তৰীণ কৌশল নহয়—

(ক) লিপিৰ লুপ।

(খ) কপাৰ-টি।

(গ) মাল্টিৱাড 375।

(ঘ) নিৰোধ।

উওৰঃ (ঘ) নিৰোধ।

৪। __________ নামৰ মহিলাৰ গৰ্ভনিৰোধক বিধ ষ্টেৰইড ৰহিত গর্ভনিৰোধক—

(ক) চাহেলী।

(খ) Cu7.

(গ) নিৰোধ।

(ঘ) LNG-20.

উওৰঃ (ক) চাহেলী।

৫। তলৰ কোনটো যৌনৰোগ নহয়?

(ক) গ’নৰীয়া।

(খ) চিফিলিছ।

(গ) জননাংগৰ হাপিছ।

(ঘ) কর্কটৰোগ।

উওৰঃ (ঘ) কর্কটৰোগ।

৬। এমনিঅ’ চেপ্টেচিছ পদ্ধতি ব্যৱহাৰ হয়—

(ক) কৃত্রিমভাৱে কোষবৃদ্ধি কৰিবলৈ।

(খ) হৃদৰোগ নিৰূপন কৰিবলৈ।

(গ) বিৱর্তন অধ্যয়নত।

(ঘ) ভ্রূণৰ বিসংগতি ধৰা পেলাবলৈ।

উওৰঃ (ঘ) ভ্রূণৰ বিসংগতি ধৰা পেলাবলৈ।

৭। ‘পৰিয়াল পৰিকল্পনা’ক বর্তমান কি নামেৰে জনা যায়?

(ক) জনন স্বাস্থ্যৰ যতন।

(খ) শিশু স্বাস্থ্যৰ যতন।

(গ) মহিলা স্বাস্থ্যৰ যতন।

(ঘ) জনন আৰু শিশু স্বাস্থ্যৰ যতন।

উওৰঃ (ঘ) জনন আৰু শিশু স্বাস্থ্যৰ যতন।

৮। IVF পদ্ধতিত যোজন কোষ নাইবা ভ্রূণৰ ক’লৈ স্থানান্তৰ কৰা হয়?

(ক) যোনি।

(খ) ফেল’পিয়ান নলী।

(গ) জৰায়ু।

(ঘ) এটাও নহয়।

উওৰঃ (খ) ফেল’পিয়ান নলী।

৯। তলৰ কোনটো টেষ্ট টিউব বেবী নামেৰে জনাজাত?

(ক) ZIFT.

(খ) GIFT.

(গ) IUI.

(ঘ) ICSI.

উওৰঃ (ক) ZIFT.

১০। তলৰ কোনটো কপাৰ মুক্তকাৰী IUD নহয়?

(ক) LNG 20.

(খ) CuT.

(গ) লিপিৰ লুপ।

(ঘ) (ক) আৰু (গ)।

উওৰঃ (গ) লিপিৰ লুপ।

১১। স্ত্রী জননাংগৰ কোনটো অংশ বন্ধ্যাকৰণৰ পিছত বন্ধ হৈ থাকে?

(ক) ফেল’পিয়ান নলী।

(খ) জৰায়ুগ্রীবা।

(গ) যোনি।

(ঘ) এটাও নহয়।

উওৰঃ (ক) ফেল’পিয়ান নলী।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top