🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Heart Touching Assamese Emotional Quotes and Status

Assamese Emotional Status & Heart Touching Emotional Sad Status in Assamese based on the “Emotional Whatsapp and Instagram Status” collection. This all-new status in Assamese with images

Assamese Emotional Status

Please read it and share it with your Friends circle too. And if you have any questions, comment in the comment box.

মানুহ হিচাপে, আমি আৱেগিক প্ৰাণী। হয়, আৱেগৰ শক্তি আছে। আৱেগিক বুদ্ধিমত্তা হৈছে সেই শক্তিব্যৱহাৰ কৰাৰ সামৰ্থ্য – আৱেগবুজিবলৈ আৰু নিয়ন্ত্ৰণ কৰিবলৈ, যাতে আপুনি আপোনাৰ মূল মূল্যবোধ আৰু নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে।আৱেগিক উদ্ধৃতিবোৰে প্ৰায়ে মানুহৰ গভীৰ অভিজ্ঞতা বোৰ ধৰি ৰাখে আৰু আমাৰ ভিতৰত গভীৰ অনুভূতি জাগ্ৰত কৰে। আৱেগিক উদ্ধৃতিবোৰৰ আমাৰ হৃদয় স্পৰ্শ কৰাৰ, আত্মনিৰীক্ষণৰ অনুপ্ৰেৰণা দিয়া, আৰু সহানুভূতি প্ৰৰোচিত কৰাৰ ক্ষমতা আছে। আৱেগিক উদ্ধৃতি হৈছে অভিব্যক্তি বা মন্তব্য যি শক্তিশালী অনুভূতি, গভীৰ আৱেগ, বা গভীৰ অভিজ্ঞতা প্ৰকাশ কৰে। এইবোৰে প্ৰায়ে মানুহৰ আৱেগৰ সাৰাংশ ধৰি ৰাখে, যেনে প্ৰেম, সুখ, দুখ, শোক, খং, আশা বা অনুপ্ৰেৰণা।

Check here: Quotes Book

লেখক সকলে এই উদ্ধৃতিবোৰ পাঠক বা শ্ৰোতাৰ পৰা এক শক্তিশালী আৱেগিক সঁহাৰি জাগ্ৰত কৰাৰ বাবে প্ৰস্তুত কৰে, তেওঁলোকৰ নিজৰ ব্যক্তিগত অভিজ্ঞতা আৰু আৱেগৰ সৈতে প্ৰতিধ্বনিত কৰি। আৱেগিক উদ্ধৃতিবোৰে শান্তি, অনুপ্ৰেৰণা বা প্ৰতিফলন প্ৰদান কৰিব পাৰে, আৰু সেইবোৰ প্ৰায়ে সাহিত্য, কবিতা, ভাষণ, সামাজিক মাধ্যমৰ পোষ্ট, আৰু দৈনন্দিন কথোপকথনত মানৱ আৱেগিক অভিজ্ঞতাৰ জটিলতাবোৰ প্ৰকাশ আৰু অন্বেষণ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

আমাৰ এই প্ৰবন্ধত ভিন্ন আৱেগিক উদ্ধৃতি সমূহ সন্নিবিষ্ট কৰা হৈছে যি সমূহ আপুনি আপোনাৰ মনৰ অনুভৱ প্ৰকাশ কৰিবলৈ আপোনাৰ কাৰোবাৰ সৈতে ভাগ বতৰা কৰিব পাৰিব আৰু আপোনাৰ যিকোনো সামাজিক মাধ্যমত প্ৰকাশ কৰিব পাৰিব। আশা কৰোঁ আমাৰ এই প্ৰবন্ধত উল্লেখিত আৱেগিক  উদ্ধৃতি সমূহে আপোনাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব।

Best Assamese Emotional Quotes

Assamese Emotional Quotes image
  • সম্পৰ্কবোৰ যিমানেই দীঘলীয়া বিচ্ছেদৰ আঘাটবোৰ দুগুনে বেদনাদায়ক। – Mahezubin Saikia
Assamese Emotional Quotes image
  • ভাল লগা অনুভৱ – অনুভূতিবোৰৰ স্মৃতি সদায়ে হৃদয়ে সাঁচি ৰাখে লাগিলে সেই আপোনজন বৰ্তমান আপোনাৰ সৈতে থাকক বা নথাকক।– Mahezubin Saikia 
Assamese Emotional Status image
  • কিছুমান ঘৰ বোৰত ডাঙৰ সমস্যা কি জানেনে কিছুমান মানুহৰ ঘৰবোৰত ডাঙৰ জনৰ একো মান নেথাকে    সেই ঘৰবোৰত তাৰে কথা শুনে যিজন financially stable.
Assamese Emotional Status image
  • যিখন হাতে কালিলৈকে তোমাৰ হাতৰ পৰশত পাহি মেলিছিল সেই খন হাতে আজি তোমাৰ হাতক জোকাৰি আধাবাটত অকলে এৰি থৈ গ’ল।– Mahezubin Saikia
Emotional Status image
  • অভিশপ্ত অতীতবোৰৰ স্মৃতিবোৰে আজিও মনটোক অশান্তি কৰে।
Assamese Sad Emotional Status image
  • সপোনবোৰ যিহেতু আমাৰ নিজৰ তাক দিঠক ৰূপ দিয়াত আমিয়েই চেষ্টা কৰিব লাগিব জীৱনটো যিহেতু নিজৰ সদায় ধনাত্মক চিন্তাধাৰা আঁকোৱালি লৈ আগবাঢ়ি যাব লাগিব। – Mahezubin Saikia 
Assamese Love Emotional Status image
  • যদি আজিও তোমাৰ অশান্ত মনে শান্তি বিচাৰি তাইৰ দুবাহুত জিৰণি লব খোজে তেন্তে জানিবা তাই আজিও তোমাৰ…..
Assamese Emotional Status
  • কেতিয়াবা বাৰিষাৰ বৰষুণৰজাকৰ টোপালবোৰৰ স্পৰ্শয়ে ব্যক্তিগত জীৱনৰ বিষাদ – বেদনাৰ তাড়না বোৰ নিজৰ সৈতে বোৱাই লৈ যোৱা যেন অনুভৱ হয়।
Sad Emotional Status image
  • মাজনিশা আজিও অতীতৰ স্মৃতিৰ বোজাবোৰে

দুটি নয়নক সেমেকাই যায়

অলপ সময় থমকি ৰও

আকৌ নিজ বিচলিত মনক

বাস্তৱলৈ উভতাই আনো। – Mahezubin Saikia 

Assamese Emotional Status image
  • সময়ৰ সৈতে কৰা যুঁজখনে

অন্তৰত বোৱাইচে এজাক বৰদৈচিলা

ঠান – বান হৃদয়ক 

আকৌ   সময়ে যোৰাব হৃদয়ৰ ভগ্নাংশ

সলনি হ’ব এদিন সময়

সময়ৰ সৈতে সলনি হম এদিন মই। – Mahezubin Saikia 

Best Assamese Emotional Status

Assamese Emotional Status images
  • চিছিয়েল মিডিয়া – বৰ্তমানৰ এক প্ৰিয় মুখা হাঁহি বোৰ বিয়পাই দুখবোৰ লুকুৱাই ৰখাৰ একমাত্ৰ ঠিকনা। – Mahezubin Saikia
Assamese Emotional Status images
  • তোমাক পাহৰিবলৈ অলপ সময় লাগিব কিন্তু যেতিয়া মই তোমাক সঁচাকৈয়ে মোৰ মন মগজু পৰা পাহৰি পেলাম তেতিয়াহে মই আন কাৰোবাক নিজৰ জীৱনলৈ অহাৰ সুযোগ দিম।
Assamese Emotional Status images
  • জীৱনত এটা পৰ্য্যায়ত আহি এনেকুৱা অনুভৱ হৈ যে মা – দেউতাই কোৱা কথাবোৰ সত্য আছিল সময়তে যদি তেওঁলোকৰ কথা শুনিলো হৈ আজি হয়তো জীৱনটো এইদৰে কঠিন ন’হল হয়।– Mahezubin Saikia
Assamese Emotional Status images
  • সমাজখনৰ ৰীতি – নীতি , পৰিয়ালৰ প্ৰতি থকা কৰ্তব্যবোৰৰ বোজাৰ আগত আমাৰ ভালপোৱাই ত্যাগক আঁকোৱালি ল’লে।
Assamese Emotional Status images
  • এই নতুন অধ্যায়ৰ শেষত যে আমাৰ প্ৰেমৰ লগতে আমাৰ বন্ধুতৰো সম্পৰ্ক জ্বলি চাই হৈ যাব যাব আমি দুয়োৱে সপোনতো ভৱাই নাছিলোঁ।– Mahezubin Saikia 
Assamese Emotional Status images
  • সঁচাকৈ কেতিয়াও ভৱা নাছিলোঁ যে এদিন সি মনৰ পৰা এইদৰে ওলাই পৰিব যে স্মৃতিবোৰো অস্তিত্বহীন হৈ পৰিব। – Mahezubin Saikia
Assamese Emotional Status images
  • যি আমাৰ বাবে প্ৰিয় তেঁও শব্দৰে দিয়া আঘাতবোৰ কেতিয়াও নুশুকাই।
Assamese Emotional Status images
  • সময়ে বুজাব তোমাক মোৰ গুৰুত্ব……. কিন্তু তেতিয়ালৈকে সময়ে মোক সলনি কৰি পেলাব….. – Mahezubin Saikia 
Assamese Emotional Status images
  • সময়ৰ সৈতে নিজকে সলনি কৰি লোৱাটো খুবেই গুৰুত্বপূৰ্ণ ন’হলে জীৱনটো ব্যৰ্থ হৈ পৰিব…… – Mahezubin Saikia 
Assamese Emotional Quotes image20
  • কাৰোবাৰ  ভুলবোৰত ক্ষমা কৰিব পাৰি কিন্তু কোনোদিনে  পাহৰিব নোৱাৰি। – Mahezubin Saikia
  • কাৰোবাক ভালপোৱা দিলে সীমাহীন ভাবে দিয়ক, কাৰণ সীমা আৰু পৰিধি মাটিৰ থাকে, হৃদয়ৰ নহয়।
  • সেই জনক আপােন কৰি লওক যিয়ে সমাজত আপােনাক চিনাকি কৰি দিবলৈ লাজ নকৰে।
  • সম্পৰ্ক কেতিয়াও দূৰত্বৰ কাৰণে শেষ নহয়, সম্পৰ্ক শেষ হয় অহংকাৰ, অসন্মান, স্বাৰ্থপৰতা আৰু বিশ্বাসঘাটকতাৰ বাবে।
  • তুমি পাহৰি গলেও মই স্মৃতি হৈ তোমাক আমনি কৰিম… তুমি পানী পি পি ভাগৰি যাবা, মই হিকটি হৈ আমনি কৰিম।
  • সময়বােৰৰ কথাতাে নাজানাে, কিন্তু মানুহ বােৰ সঁচাই সলনি হৈ যায়।
  • বন্ধুত্বৰ পিছত ভালপোৱা বহুত সুন্দৰ হয়, কিন্তু ভালপোৱা হেৰাই যোৱা পিছত বন্ধুত্ব কৰাটো অসম্ভৱ হয়।
  • আৰু কি বৰ্বাদ কৰিব তেওঁ মোক… ছাই হ‌ও মই, জ্বলালেও জ্বলি নাযাওঁ।

FAQ

১) হৃদয়ৰ বেদনা আৱেগিক বেদনা নেকি?

উত্তৰ: হৃদয়ৰ হৈছে তীব্ৰ আৱেগিক চাপ বা বেদনাৰ এক ৰূপক যি য়ে যথেষ্ট ক্ষতি বা গভীৰ আকাংক্ষা অনুভৱ কৰে। 

২) আৱেগিক উদ্ধৃতি মানে কি?

উত্তৰ: আৱেগিক উদ্ধৃতিবোৰে প্ৰায়ে মানুহৰ গভীৰ অভিজ্ঞতা বোৰ ধৰি ৰাখে আৰু আমাৰ ভিতৰত গভীৰ অনুভূতি জাগ্ৰত কৰে। 

৩) মানুহৰ জীৱনত আৱেগিক উদ্ধৃতিবোৰৰ গুৰুত্ব কি?

উত্তৰ: আৱেগিক উদ্ধৃতিবোৰৰ হৃদয় স্পৰ্শ কৰাৰ, আত্মনিৰীক্ষণৰ অনুপ্ৰেৰণা দিয়া, আৰু সহানুভূতি প্ৰৰোচিত কৰাৰ ক্ষমতা আছে। আৱেগিক উদ্ধৃতি হৈছে অভিব্যক্তি বা মন্তব্য যি শক্তিশালী অনুভূতি, গভীৰ আৱেগ, বা গভীৰ অভিজ্ঞতা প্ৰকাশ কৰে। এইবোৰে প্ৰায়ে মানুহৰ আৱেগৰ সাৰাংশ ধৰি ৰাখে, যেনে প্ৰেম, সুখ, দুখ, শোক, খং, আশা বা অনুপ্ৰেৰণা। 

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top