⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Assam Jatiya Bidyalay Class 8 Assamese Chapter 7 ৰাভা জনগোষ্ঠী আৰু ফাৰকান্তি উৎসৱ

Assam Jatiya Bidyalay Class 8 Assamese Chapter 7 ৰাভা জনগোষ্ঠী আৰু ফাৰকান্তি উৎসৱ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 7 ৰাভা জনগোষ্ঠী আৰু ফাৰকান্তি উৎসৱ Class 8 Assamese Question Answer can be of great value to excel in the examination.

Assam Jatiya Bidyalay Class 8 Assamese Chapter 7 ৰাভা জনগোষ্ঠী আৰু ফাৰকান্তি উৎসৱ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Assamese Chapter 7 ৰাভা জনগোষ্ঠী আৰু ফাৰকান্তি উৎসৱ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ৰাভা জনগোষ্ঠী আৰু ফাৰকান্তি উৎসৱ

Chapter – 7

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। বাক্যত উত্তৰ লিখা : 

(ক) অসমৰ নৈপৰীয়া জনগোষ্ঠীটোৰ নাম কি ?

উত্তৰঃ অসমৰ নৈপৰীয়া জনগোষ্ঠীটোৰ নাম মিছিং।

(খ) অসমৰ কোনখন জিলাত মুখ্যত : ৰাভাসকলে বাস কৰে ?

উত্তৰঃ অসমৰ গোৱালপাৰা জিলাত মুখ্যত : ৰাভাসকলে বাস কৰে।

(গ) ৰাভাসকলে কোন ভাষা-গোষ্ঠীৰ অন্তৰ্গত ?

উত্তৰঃ ৰাভাসকলে তিব্বত ধৰ্মীয় ভাস-গোষ্ঠীৰ অন্তৰ্গত।

(ঘ) ৰাভাসকলৰ প্ৰধান খেল কেইটা আৰু কি কি ?

উত্তৰঃ ৰাভাসকলৰ প্ৰধান খেল আঠোটা। সেইকেইটা হল -ৰং দানি, মায়তাৰি, কোচা, পাতি, দাহৰি, বিটলা, টুটলা আৰু জানা।

(ঙ) ৰাভাসকলৰ খাদ্য প্ৰণালীৰ বিষয়ে চমুকৈ লিখা ?

উত্তৰঃ ৰাভাসকল মূলতঃ কৃষিজীৱী। গৰু মহৰ সহায়ত পথাৰত বিভিন্ন ধৰণৰ ধানৰ খেতি কৰে। ভাতেই তেওঁলোকৰ প্ৰধান খাদ্য। বতৰৰ শাক-পাচলিৰ খেতি কৰাৰ উপৰিও বিভিন্ন জাতৰ ফুল ফলৰ খেতি কৰে। নদী বা বিলত সমূহীয়াভাৱে মাছ ধৰে আৰু সুবিধা পালে চিকাৰ কৰিও খাদ্য আহৰণ কৰে। অনান্য জনগোষ্ঠীৰ লোকৰ দৰে ঘৰতে প্ৰস্তুত কৰা পানী প্ৰায় সকলোৱে খায়। আনহাতে শুকান মাছ গাহৰি, কুকুৰ, কুছিয়া, শামুক, বৰলৰ টোপ, পলু-উইছিৰিঙা আদি বস্তুবোৰো ৰাভাসকলে খায়। খৰালি, পিঠাগুৰি, বিভিন্ন চুঙা পিঠা, টোপোলা পিঠা, সন্দেহ কোড়াই আদি তেওঁলোকে খায়।

(চ) ৰাভাসকলৰ কৃষি কৰ্মৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ৰাভাসকলে গৰু মহৰ সহায়ত পথাৰত বিভিন্ন জাতৰ ধান খেতি কৰে। সেই ধান সমূহ হল-জহাধান, বৰাধান, বাওঁধান, শালিধান ইত্যাদি। লগতে সৰিয়হৰ খেতিও কৰে আৰু বতৰৰ শাক-পাচলিৰ খেতিও নকৰাকৈ নাথাকে। খেতিয়ক সকলে বাৰিষা- খৰালি  সদায় কৃষি কৰ্মত ব্যস্ত হৈ থাকে।

(ছ) ফাৰকান্তি উৎসৱ প্ৰধান উদ্দেশ্য কি ?

উত্তৰঃ ফাৰকান্তি উৎসৱ প্ৰধান উদ্দেশ্য হল মৃতকৰ আত্মাৰ হদগতি।

৩। অসমৰ প্ৰধান পাহাৰীয়া জিলা কেইখন কি কি ?

উত্তৰঃ কাৰ্বি আংলং, উত্তৰ কাছাৰ।

৪। বাক্য ৰচনা কৰা।

(ক) জীৱন-ধাৰণ।

(খ) ঐতিহ্য-পৰম্পৰা। 

(গ) স্বামী-স্ত্ৰী।

(ঘ) সমাজ- সংস্কৃতি। 

(ঙ) ইনাই-বিনয়।

উত্তৰঃ (ক) জীৱন-ধাৰণ :- ৰাভাসকলৰ জীৱন-ধাৰণ পদ্ধতি অন্য গোষ্টীতকৈ অলপ বেলেগ ধৰণৰ।

(খ) ঐতিহ্য-পৰম্পৰা :- আমি কেতিয়াও প্ৰাচীন ঐতিহ্য-পৰম্পৰা বিসৰ্জন দিব নালাগে।

(গ) স্বামী-স্ত্ৰী :- স্বামী- স্ত্রী ৰ মাজত মিলাপ্ৰীতি থাকিলে ভাল লাগে।

(ঘ) সমাজ- সংস্কৃতি :- অসমৰ বিভিন্ন জনগোষ্ঠীৰ সহযোগত বৈচিত্ৰপূৰ্ণ সমাজ সংস্কৃতি গঢ়ি উঠিছে।

(ঙ) ইনাই- বিনাই :- ফাৰকান্তি উৎসৱত ইনাই- বিনাই বিলাপ কৰি এক ধৰণৰ লোকগীত পৰিবেশন কৰা হয়।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

2 thoughts on “Assam Jatiya Bidyalay Class 8 Assamese Chapter 7 ৰাভা জনগোষ্ঠী আৰু ফাৰকান্তি উৎসৱ”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top