SEBA Class 6 Social Science MCQ Chapter 8 ভাৰতীয় সভ্যতাৰ আৰম্ভণি

SEBA Class 6 Social Science MCQ Chapter 8 ভাৰতীয় সভ্যতাৰ আৰম্ভণি Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Social Science MCQ Solutions and select need one. SEBA Class 6 Social Science MCQ Solutions As Per SEBA New Book Syllabus Download PDF. SCERT Social Science MCQ Class 6 Solutions.

SEBA Class 6 Social Science MCQ Chapter 8 ভাৰতীয় সভ্যতাৰ আৰম্ভণি

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Social Science MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Question Answer for All Chapters, You can practice these here.

Chapter: 8

MCQ

১। সভ্যতা বুলিলে কি বুজোৱা হয়?

(ক) কৃষি কৰ্ম।

(খ) উন্নত নগৰ আৰু জীৱন-ধাৰা।

(গ) শিকাৰ আৰু খাদ্য সংগ্ৰহ।

(ঘ) অঘৰী জীৱন।

উত্তৰঃ (খ) উন্নত নগৰ আৰু জীৱন-ধাৰা।

২। নৈ-পৰীয়া সভ্যতা ক’ত গঢ়ি উঠিছিল?

(ক) পাহাৰত।

(খ) নদীৰ পাৰত।

(গ) সমতল ভূমিত।

(ঘ) মৰুভূমিত।

উত্তৰঃ (খ) নদীৰ পাৰত।

৩। হৰপ্পা সভ্যতা কোন ঠাইত অৱস্থিত?

(ক) উত্তৰ-পূব ভাৰত।

(খ) দক্ষিণ ভাৰত।

(গ) পাকিস্তান।

(ঘ) নেপাল।

উত্তৰঃ (গ) পাকিস্তান।

৪। হৰপ্পা সভ্যতাৰ উন্নত বৈশিষ্ট্য কি আছিল?

(ক) উন্নত জল-নিষ্কাশন ব্যৱস্থা।

(খ) অঘৰী জীৱন।

(গ) চিকাৰ।

(ঘ) কৃষি।

উত্তৰঃ (ক) উন্নত জল-নিষ্কাশন ব্যৱস্থা।

৫। সভ্যতাৰ পতনৰ সম্ভাৱ্য কাৰণ কি?

(ক) চিকাৰ।

(খ) ভূমিকম্প আৰু বানপানী।

(গ) নতুন বসতি স্থাপন।

(ঘ) খাদ্যসংগ্ৰহ।

উত্তৰঃ (খ) ভূমিকম্প আৰু বানপানী।

৬। হৰপ্পা সভ্যতাৰ লিপি কেনেকুৱা আছিল?

(ক) শব্দত্মক।

(খ) চিত্রলিপি।

(গ) ইংৰাজী।

(ঘ) অসমীয়া।

উত্তৰঃ (খ) চিত্রলিপি।

৭। সভ্যতাত বাণিজ্য কেনেকৈ বিকাশিত হৈছিল?

(ক) খাদ্য উৎপাদনৰ ওপৰত ভিত্তি কৰি।

(খ) চিকাৰ আৰু সংগ্ৰহৰ দ্বাৰা।

(গ) অঘৰী জীৱনৰ দ্বাৰা।

(ঘ) গৃহ নিৰ্মাণৰ দ্বাৰা।

উত্তৰঃ (ক) খাদ্য উৎপাদনৰ ওপৰত ভিত্তি কৰি।

৮। হৰপ্পা সভ্যতাৰ আন এটা নাম কি?

(ক) মেছ’পটেমিয়া।

(খ) সিন্ধু সভ্যতা।

(গ) মিছবীয় সভ্যতা।

(ঘ) চীনা সভ্যতা।

উত্তৰঃ (খ) সিন্ধু সভ্যতা।

৯। সভ্যতাৰ গাঁথনি কেনেকুৱা আছিল?

(ক) অগছোৱা আৰু এলোমেলো।

(খ) সু-পৰিকল্পিত।

(গ) অঘৰী।

(ঘ) অস্ত-ব্যস্ত।

উত্তৰঃ (খ) সু-পৰিকল্পিত।

১০। সভ্যতাৰ সময়ত লোকসকলে কি ধৰ্মীয় প্ৰতীক ব্যৱহাৰ কৰিছিল?

(ক) মাটিৰ মূর্তি।

(খ) ছীল-মোহৰ।

(গ) উভয়।

(ঘ) কোনোটাই নহয়।

উত্তৰঃ (গ) উভয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top