SEBA Class 6 Social Science MCQ Chapter 6 ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবর্ষ

SEBA Class 6 Social Science MCQ Chapter 6 ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবর্ষ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Social Science MCQ Solutions and select need one. SEBA Class 6 Social Science MCQ Solutions As Per SEBA New Book Syllabus Download PDF. SCERT Social Science MCQ Class 6 Solutions.

SEBA Class 6 Social Science MCQ Chapter 6 ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবর্ষ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Social Science MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Question Answer for All Chapters, You can practice these here.

Chapter: 6

MCQ

১। ইতিহাস কি?

(ক) অতীতত ঘটা সত্য ঘটনা আৰু ঘটনাৱলীৰ বিৱৰণ।

(খ) কল্পনাৰ কাহিনী।

(গ) ধাৰাবাহিক উপন্যাস।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) অতীতত ঘটা সত্য ঘটনা আৰু ঘটনাৱলীৰ বিৱৰণ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। ইতিহাসত সময় গণনাৰ বাবে বিশ্বজুৰি ব্যৱহৃত বৰ্ষপঞ্জি কোনটো?

(ক) বিক্ৰম সংবৎ।

(খ) গ্ৰেগ’ৰিয়ান বৰ্ষপঞ্জি।

(গ) হিজৰী।

(ঘ) শকাব্দ।

উত্তৰঃ (খ) গ্ৰেগ’ৰিয়ান বৰ্ষপঞ্জি।

৩। ভাৰতত পৰম্পৰাগত সময় গণনাৰ বাবে কি ব্যৱহাৰ কৰা হয়?

(ক) গ্ৰেগ’ৰিয়ান বৰ্ষপঞ্জি।

(খ) পঞ্জিকা আৰু পঞ্চাংগ।

(গ) হিজৰী বৰ্ষপঞ্জি।

(ঘ) কেলেণ্ডাৰ।

উত্তৰঃ (খ) পঞ্জিকা আৰু পঞ্চাংগ।

৪। ইতিহাসবিদসকলে অতীতৰ তথ্য সংগ্ৰহৰ বাবে কোন উৎস বেছি ব্যৱহাৰ কৰে?

(ক) কথোপকথন।

(খ) উপন্যাস।

(গ) গল্প।

(ঘ) নথি-পত্ৰ আৰু প্ৰত্নতাত্ত্বিক অৱশেষ।

উত্তৰঃ (ঘ) নথি-পত্ৰ আৰু প্ৰত্নতাত্ত্বিক অৱশেষ।

৫। “ভাৰতবৰ্ষ” শব্দটোৰ অৰ্থ কি?

(ক) জম্বুদ্বীপ।

(খ) সপ্তসিন্ধু।

(গ) ভৰতৰ দেশ।

(ঘ) ইণ্ডিয়া।

উত্তৰঃ (গ) ভৰতৰ দেশ।

৬। “ইণ্ডিয়া” নামটোৰ উৎপত্তি কোন দেশৰ পৰা হৈছে?

(ক) গ্ৰীক।

(খ) চীন।

(গ) ভাৰত।

(ঘ) মিশৰ।

উত্তৰঃ (ক) গ্ৰীক।

৭। খ্ৰীষ্টপূৰ্ব আৰু খ্ৰীষ্টাব্দ সময় গণনা ক’ত ব্যৱহাৰ কৰা হয়?

(ক) ইতিহাসত।

(খ) বিজ্ঞানত।

(গ) ধৰ্মত।

(ঘ) সাহিত্যত।

উত্তৰঃ (ক) ইতিহাসত।

৮। ‘শতিকা’ শব্দটোৰ অৰ্থ কি?

(ক) ১০ বছৰ।

(খ) ১০০ বছৰ।

(গ) ৫০ বছৰ।

(ঘ) ১০০০ বছৰ।

উত্তৰঃ (খ) ১০০ বছৰ।

৯। ইতিহাসত ‘যুগ’ বুলিলে কি বুজোৱা হয়?

(ক) কম সময়।

(খ) দশক।

(গ) এক বছৰৰ সময়।

(ঘ) বিশেষ বৈশিষ্ট্যৰ থকা দীঘলীয়া সময়।

উত্তৰঃ (ঘ) বিশেষ বৈশিষ্ট্যৰ থকা দীঘলীয়া সময়।

১০। ভাৰতবৰ্ষক প্ৰাচীনত কি নামেৰে জনা গৈছিল?

(ক) সপ্তসিন্ধু।

(খ) জম্বুদ্বীপ।

(গ) হিন্দুস্থান।

(ঘ) ওপৰৰ সকলো।

উত্তৰঃ (ঘ) ওপৰৰ সকলো।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top