SEBA Class 6 Social Science MCQ Chapter 15 অৰ্থনীতি, ইয়াৰ খণ্ডসমূহ আৰু বিনিময়ৰ মাধ্যম

SEBA Class 6 Social Science MCQ Chapter 15 অৰ্থনীতি, ইয়াৰ খণ্ডসমূহ আৰু বিনিময়ৰ মাধ্যম Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Social Science MCQ Solutions and select need one. SEBA Class 6 Social Science MCQ Solutions As Per SEBA New Book Syllabus Download PDF. SCERT Social Science MCQ Class 6 Solutions.

SEBA Class 6 Social Science MCQ Chapter 15 অৰ্থনীতি, ইয়াৰ খণ্ডসমূহ আৰু বিনিময়ৰ মাধ্যম

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Social Science MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Question Answer for All Chapters, You can practice these here.

Chapter: 15

MCQ

১। বেলি কোনটো শ্ৰেণীত পৰিছিল?

(ক) চতুৰ্থ শ্ৰেণীত।

(খ) পঞ্চম শ্ৰেণীত।

(গ) ষষ্ঠ শ্ৰেণীত।

(ঘ) সপ্তম শ্ৰেণীত।

উত্তৰঃ (গ) ষষ্ঠ শ্ৰেণীত।

২। বেলিহঁতে গাখীৰ ক’ত বিক্ৰী কৰিছিল?

(ক) বজাৰত।

(খ) চহৰত।

(গ) গাঁৱৰ ভিতৰতে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) গাঁৱৰ ভিতৰতে।

৩। তৰাজান গাঁৱৰ কাষেৰে কি বৈ গৈছে?

(ক) নদী।

(খ) পুখুৰী।

(গ) সাগৰ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) নদী।

৪। গাঁৱৰ কিছুমান লোকে কি ধৰি বিক্ৰী কৰিছিল?

(ক) মাছ।

(খ) কুকুৰা।

(গ) ছাগলী।

(ঘ) চৰাই।

উত্তৰঃ (ক) মাছ।

৫। বেলিৰ মাকে কোনটো উদ্যোগত কৰিছিল?

(ক) কাগজ কল।

(খ) তাঁতশাল।

(গ) খাদ্য প্ৰস্তুতকৰণ।

(ঘ) পোষাক নিৰ্মাণ।

উত্তৰঃ (খ) তাঁতশাল।

৬। বেলিৰ খুৰাকহঁতে গাঁৱত কি স্থাপন কৰিছিল?

(ক) দোকান।

(খ) পাঠশালা।

(গ) পুথিভঁৰাল।

(ঘ) মিল।

উত্তৰঃ (গ) পুথিভঁৰাল।

৭। এখন দেশৰ উপাৰ্জনৰ খণ্ড কেইটা?

(ক) এটা।

(খ) তিনিটা।

(গ) দুটা।

(ঘ) চাৰিটা।

উত্তৰঃ (খ) তিনিটা।

৮। তলৰ কোনটো দ্বিতীয় খণ্ড?

(ক) খনি খণ্ড।

(খ) কৃষি খণ্ড।

(গ) গৌণ খণ্ড।

(ঘ) বন খণ্ড।

উত্তৰঃ (গ) গৌণ খণ্ড।

৯। তলৰ কোনটো খণ্ডত শস্য উৎপাদন হয়?

(ক) দ্বিতীয়।

(খ) তৃতীয়।

(গ) প্ৰাথমিক।

(ঘ) কুটীৰ।

উত্তৰঃ (গ) প্ৰাথমিক।

১০। অর্থনৈতিক কার্যকলাপৰ উদ্দেশ্য কি?

(ক) আনন্দ লাভ।

(খ) টকা উপাৰ্জন।

(গ) দান।

(ঘ) সখ পূৰণ।

উত্তৰঃ (খ) টকা উপাৰ্জন।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top