SEBA Class 6 Social Science MCQ Chapter 12 সমাজঃ পৰিয়াল প্ৰতিৱেশী আৰু ৰাইজ

SEBA Class 6 Social Science MCQ Chapter 12 সমাজঃ পৰিয়াল প্ৰতিৱেশী আৰু ৰাইজ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Social Science MCQ Solutions and select need one. SEBA Class 6 Social Science MCQ Solutions As Per SEBA New Book Syllabus Download PDF. SCERT Social Science MCQ Class 6 Solutions.

SEBA Class 6 Social Science MCQ Chapter 12 সমাজঃ পৰিয়াল প্ৰতিৱেশী আৰু ৰাইজ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Social Science MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Question Answer for All Chapters, You can practice these here.

Chapter: 12

MCQ

১। অংগদৰ মাক ক’লৈ গৈছিল?

(ক) গুৱাহাটীলৈ।

(খ) কাৰ্যালয়লৈ।

(গ) গাঁৱৰ ককাক-আইতাকৰ ঘৰলৈ।

(ঘ) চিকিৎসালয়লৈ।

উত্তৰঃ (গ) গাঁৱৰ ককাক-আইতাকৰ ঘৰলৈ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। পৰিয়াল কিহৰ প্ৰাথমিক গোট?

(ক) বিদ্যালয়।

(খ) সমাজ।

(গ) গাঁও।

(ঘ) ৰাজ্য।

উত্তৰঃ (খ) সমাজ।

৩। সমাজৰ চালিকা শক্তি কি?

(ক) সম্পদ।

(খ) উমৈহতীয়া সংস্কৃতি আৰু যোগাযোগ।

(গ) ৰাজনীতি।

(ঘ) ভাষা।

উত্তৰঃ (খ) উমৈহতীয়া সংস্কৃতি আৰু যোগাযোগ।

৪। বসুদৈৱ কুটুম্বকম্” ধাৰণাটো ক’ত প্ৰকাশ পোৱা যায়?

(ক) উপনিষদ আৰু হিতোপদেশত।

(খ) গীতা।

(গ) ৰামায়ণত।

(ঘ) মহাভাৰতত।

উত্তৰঃ (ক) উপনিষদ আৰু হিতোপদেশত।

৫। একেলগে বাস নকৰিলেও আত্মীয়তা থকা পৰিয়ালক কি বুলি কোৱা হয়?

(ক) যৌথ পৰিয়াল।

(খ) একক পৰিয়াল।

(গ) সম্প্ৰসাৰিত পৰিয়াল।

(ঘ) মিশ্ৰ পৰিয়াল।

উত্তৰঃ (গ) সম্প্ৰসাৰিত পৰিয়াল।

৬। সমাজৰ দ্বিতীয় সামাজিক গোট কাক কোৱা হয়?

(ক) পৰিয়াল।

(খ) বিদ্যালয়।

(গ) প্রতিৱেশী।

(ঘ) ৰাইজ।

উত্তৰঃ (গ) প্রতিৱেশী।

৭। সমাজৰ মূল গঠনভিত্তি কোনটো?

(ক) ধন-সম্পত্তি।

(খ) পৰিয়াল।

(গ) ৰাজনৈতিক দল।

(ঘ) বিদ্যালয়।

উত্তৰঃ (খ) পৰিয়াল।

৮। সমাজৰ মূল গঠনভিত্তি কোনটো?

(ক) ধন-সম্পত্তি।

(খ) বিদ্যালয়।

(গ) ৰাজনৈতিক দল।

(ঘ) পৰিয়াল।

উত্তৰঃ (ঘ) পৰিয়াল।

৯। আচৰণ, চিন্তা আৰু জীৱনশৈলী’ কেনেকৈ গঠিত হয়?

(ক) ধৰ্মৰ দ্বাৰা।

(খ) সমাজৰ প্ৰভাৱৰ দ্বাৰা।

(গ) বিদ্যালয়ৰ পাঠ্যপুথিৰ দ্বাৰা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) সমাজৰ প্ৰভাৱৰ দ্বাৰা।

১০। চহৰৰ আৱাসিক কল্যাণ সমিতি কি ধৰণৰ গোট?

(ক) সামুহিক গোট।

(খ) ৰাজনৈতিক গোট।

(গ) ব্যক্তিগত গোট।

(ঘ) ব্যৱসায়িক গোট।

উত্তৰঃ (গ) সামুহিক গোট।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top