Class 7 Assamese MCQ Chapter 10 সতৰ্কতাই সুৰক্ষা

SCERT Class 7 Assamese MCQ Chapter 10 সতৰ্কতাই সুৰক্ষা Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese MCQ Chapter 10 সতৰ্কতাই সুৰক্ষা Solutions and select need one. SEBA Class 7 Assamese MCQ Notes Download PDF. SEBA Class 7 Assamese Multiple Choice Question Answer.

Class 7 Assamese MCQ Chapter 10 সতৰ্কতাই সুৰক্ষা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 7 Assamese MCQ Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese Objective Type Notes for All Chapters, You can practice these here.

সতৰ্কতাই সুৰক্ষা

Chapter: 10

MCQ

১। ইন্টাৰনেট ব্যৱস্থাৰ উদ্ভাৱনে আমাৰ কি লাভ হৈছে?

(i) কামবোৰ জটিল হৈ পৰিছে।

(ii) কামবোৰ সহজসাধ্য হৈ পৰিছে।

(iii) সময় অপচয় বাঢ়িছে।

(iv) কোনো লাভ হোৱা নাই।

উত্তৰঃ (ii) কামবোৰ সহজসাধ্য হৈ পৰিছে।

২। আজিকালি বেছিভাগ কাম কিহৰ জৰিয়তে কৰা হয়?

(i) টেলিভিছনৰ জৰিয়তে।

(ii) বাতৰিকাকতৰ জৰিয়তে।

(iii) ইণ্টাৰনেটৰ জৰিয়তে।

(iv) ৰেডিঅ’ৰ জৰিয়তে।

উত্তৰঃ (iii) ইণ্টাৰনেটৰ জৰিয়তে।

৩। ইণ্টাৰনেটৰ জৰিয়তে আমাৰ কি ৰাহি হয়?

(i) পানী আৰু বিজুলী।

(ii) শ্ৰম আৰু সময়।

(iii) ধন আৰু সম্পদ।

(iv) খাদ্য আৰু বস্ত্ৰ।

উত্তৰঃ (ii) শ্ৰম আৰু সময়।

৪। ইণ্টাৰনেটৰ সহায়ত অসাধু লোকে কি চুৰি কৰে?

(i) কিতাপ-পত্ৰ।

(ii) সা-সম্পত্তি।

(iii) ব্যক্তিগত তথ্য।

(iv) যান-বাহন।

উত্তৰঃ (iii) ব্যক্তিগত তথ্য।

৫। হাতৰ টিপত ইণ্টাৰনেটৰ জৰিয়তে কি পোৱা যায়?

(i) বহু কথাৰ জ্ঞান।

(ii) বহুতো ধন-সম্পত্তি।

(iii) বহুতো পুৰস্কাৰ।

(iv) নতুন নতুন বন্ধু।

উত্তৰঃ (i) বহু কথাৰ জ্ঞান।

৬। ইণ্টাৰনেটৰ উচিত প্ৰয়োগ নকৰিলে কিহে আগচি ধৰে?

(i) বেমাৰে।

(ii) বিপদে।

(iii) শত্ৰুৱে।

(iv) অন্ধকাৰে।

উত্তৰঃ (ii) বিপদে।

৭। অসাধু লোকে সদায় কিহৰ ছেগ চাই থাকে?

(i) আনৰ উন্নতিৰ।

(ii) আনৰ সফলতাৰ।

(iii) আনৰ দুৰ্বলতাৰ।

(iv) আনৰ ধনৰ।

উত্তৰঃ (iii) আনৰ দুৰ্বলতাৰ।

৮। নাজানি-নুবুজি কি কৰি দিলে বিপদ হ’ব পাৰে?

(i) ফোন কৰি দিলে।

(ii) ‘ক্লিক্’ কৰি দিলে।

(iii) মেছেজ পঠালে।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) ‘ক্লিক্’ কৰি দিলে।

৯। পানীৰ তলৰ কাঁইটৰ দৰে কি লুকাই থাকে?

(i) অৰ্কটলা গোজ।

(ii) বৰশীৰ টোপ।

(iii) ভয়ংকৰ সাপ।

(iv) মাছৰ জাক।

উত্তৰঃ (i) অৰ্কটলা গোজ।

১০। আজিকালি চাৰিওফালে কি বাঢ়িছে?

(i) যান-জঁট।

(ii) প্ৰদূষণ।

(iii) চাইবাৰ অপৰাধ।

(iv) চুৰি-ডকাইতি।

উত্তৰঃ (iii) চাইবাৰ অপৰাধ।

১১। সাৱধান নহৈ কাৰোবাক কি দিলে ধন-মানৰ শৰাধ হ’ব পাৰে?

(i) ঠিকনা দিলে।

(ii) পাছৱৰ্ড দিলে।

(iii) পইচা দিলে।

(iv) কিতাপ দিলে।

উত্তৰঃ (ii) পাছৱৰ্ড দিলে।

১২। মানকাচাৰ আৰক্ষী থানাই জাৰি কৰা জাননীখন কিহৰ বিষয়ে আছিল?

(i) যান-বাহন আইনৰ বিষয়ে।

(ii) চাইবাৰ অপৰাধ সম্পৰ্কীয়।

(iii) চুৰি কাৰ্যৰ বিষয়ে।

(iv) নিৰ্বাচনৰ বিষয়ে।

উত্তৰঃ (ii) চাইবাৰ অপৰাধ সম্পৰ্কীয়।

১৩। মানকাচাৰ আৰক্ষী থানাৰ জাননীখন কিমান তাৰিখে জাৰি কৰা হৈছিল?

(i) ১০ অক্টোবৰ, ২০২৫

(ii) ৫ ছেপ্টেম্বৰ, ২০২৪

(iii) ৬ অক্টোবৰ, ২০২৫

(iv) ১৫ আগষ্ট, ২০২৫

উত্তৰঃ (i) ১০ অক্টোবৰ, ২০২৫

১৪। বিত্তীয় প্ৰৱঞ্চনা কিহৰ অন্তৰ্গত পৰে?

(i) সাধাৰণ চুৰি।

(ii) চাইবাৰ অপৰাধ।

(iii) ডকাইতি।

(iv) অপহৰণ।

উত্তৰঃ (ii) চাইবাৰ অপৰাধ।

১৫। ছচিয়েল মিডিয়া বা বেংক একাউণ্ট হেক্ হোৱাটো কেনে ধৰণৰ অপৰাধ?

(i) চাইবাৰ অপৰাধ।

(ii) সামাজিক অপৰাধ।

(iii) পাৰিবাৰিক অপৰাধ।

(iv) ৰাজনৈতিক অপৰাধ।

উত্তৰঃ (i) চাইবাৰ অপৰাধ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top