⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 12 Economics MCQ Chapter 4 মুদ্রা আৰু বেংক ব্যৱস্থা

Class 12 Economics MCQ Chapter 4 মুদ্রা আৰু বেংক ব্যৱস্থা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Economics MCQ Chapter 4 মুদ্রা আৰু বেংক ব্যৱস্থা and select need one. AHSEC Class 12 Economics Objective Type Solutions As Per AHSEC New Book Syllabus Download PDF. AHSEC Economics MCQ Class 12.

Class 12 Economics MCQ Chapter 4 মুদ্রা আৰু বেংক ব্যৱস্থা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Economics Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Economics MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 4

প্ৰথম খণ্ড: সমষ্টি বাদী অর্থনীতি

১। মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম পৰ্যায় কোনটো আছিল?

(ক) জন্তু মান।

(খ) ধাতুমুদ্রা।

(গ) বিনিময় প্ৰথা।

(ঘ) কাগজী মুদ্রা।

উত্তৰঃ (গ) বিনিময় প্ৰথা।

২। বিনিময় প্ৰথাৰ মূল ভিত্তি কি আছিল?

(ক) সাধাৰণ গ্রহণযোগ্যতা।

(খ) আত্মনিৰ্ভৰশীলতাৰ অভাৱ।

(গ) ধাতুমান ব্যৱস্থা।

(ঘ) কাগজী মুদ্রা।

উত্তৰঃ (খ) আত্মনিৰ্ভৰশীলতাৰ অভাৱ।

৩। “Double coincidence of wants” সমস্যা কোন পৰ্যায়ত দেখা গৈছিল?

(ক) বিনিময় প্ৰথাত।

(খ) জন্তু মানত।

(গ) ধাতুমুদ্রাত।

(ঘ) কাগজী মুদ্রাত।

উত্তৰঃ (ক) বিনিময় প্ৰথাত।

৪। জন্তু মান ব্যৱস্থাত সাধাৰণতে কোনটো জন্তু মুদ্রা হিচাপে ব্যৱহৃত হৈছিল?

(ক) গৰু।

(খ) ছাগলী।

(গ) ঘোঁৰা।

(ঘ) হাঁহ।

উত্তৰঃ (খ) ছাগলী।

৫। অমুদ্রিত ধাতুমান ব্যৱস্থাত সাধাৰণতে কোন ধৰণৰ ধাতু ব্যৱহাৰ কৰা হৈছিল?

(ক) লোহা আৰু তামা।

(খ) সোণ আৰু ৰূপ।

(গ) প্লাটিনাম আৰু তামা।

(ঘ) জিংক আৰু লোহা।

উত্তৰঃ (খ) সোণ আৰু ৰূপ।

৬। ধাতুমুদ্রা ব্যৱস্থাত কোনটো গুৰুত্বপূর্ণ বৈশিষ্ট্য আছিল?

(ক) মুদ্রা অবিভাজ্য।

(খ) মুদ্রাত ৰজা বা ৰাণীৰ প্ৰতিচ্ছবি।

(গ) কেৱল কাগজত মুদ্রণ।

(ঘ) বেচা-কিনাৰ হাৰ স্থিৰ।

উত্তৰঃ (খ) মুদ্রাত ৰজা বা ৰাণীৰ প্ৰতিচ্ছবি।

৭। প্ৰথম অৱস্থাত কাগজী মুদ্রা কিদৰে আছিল?

(ক) অপৰিৱৰ্তনীয়।

(খ) প্ৰতিনিধিত্বমূলক।

(গ) ধাতুমুদ্রাৰ সমান।

(ঘ) ইলেক্ট্ৰনিক।

উত্তৰঃ (খ) প্ৰতিনিধিত্বমূলক।

৮। বৰ্তমান ব্যৱহৃত কাগজী মুদ্রাৰ ধৰণ কি?

(ক) প্ৰতিনিধিত্বমূলক।

(খ) পৰিৱৰ্তনীয়।

(গ) অপৰিৱৰ্তনীয়।

(ঘ) ধাতুমূলক।

উত্তৰঃ (গ) অপৰিৱৰ্তনীয়।

৯। মুদ্রাৰ সবাতোকৈ গুৰুত্বপূর্ণ বৈশিষ্ট্য কোনটো?

(ক) স্থায়িত্ব।

(খ) সাধাৰণ গ্রহণযোগ্যতা।

(গ) বিভাজনীয়তা।

(ঘ) তাৰল্য।

উত্তৰঃ (খ) সাধাৰণ গ্রহণযোগ্যতা।

১০। বিহিত মুদ্রা কি?

(ক) সকলোৰে বাবে বাধ্যতামূলকভাৱে গ্ৰহণযোগ্য মুদ্রা।

(খ) কেৱল চাহিদা আমানত।

(গ) কেৱল কাগজী মুদ্রা।

(ঘ) কেৱল ধাতুমুদ্রা।

উত্তৰঃ (ক) সকলোৰে বাবে বাধ্যতামূলকভাৱে গ্ৰহণযোগ্য মুদ্রা।

১১। সসীম বিহিত মুদ্রা কোন ধৰণৰ লেন-দেনৰ বাবে ব্যৱহাৰ হয়?

(ক) উচ্চ মূল্যৰ লেন-দেন।

(খ) নিম্ন মূল্যৰ লেন-দেন।

(গ) বৈদেশিক বেচা-কিনা।

(ঘ) বিমুদ্রাকৰণ।

উত্তৰঃ (খ) নিম্ন মূল্যৰ লেন-দেন।

১২। আদেশী মুদ্রাৰ গ্রহণযোগ্যতাৰ আধাৰ কি?

(ক) ধাতুমূল্য।

(খ) চৰকাৰী ক্ষমতা।

(গ) বৈদেশিক বিনিময়।

(ঘ) চাহিদা আমানত।

উত্তৰঃ (খ) চৰকাৰী ক্ষমতা।

১৩। প্রতীক মুদ্রাৰ বাহ্যিক মূল্য—

(ক) অন্তর্নিহিত মূল্যতকৈ কম।

(খ) অন্তর্নিহিত মূল্যতকৈ বেছি।

(গ) অন্তর্নিহিত মূল্যৰ সমান।

(ঘ) ধাতুমূল্যৰ দ্বিগুণ।

উত্তৰঃ (খ) অন্তর্নিহিত মূল্যতকৈ বেছি।

১৪। চেক মুদ্রা কোন ধৰণৰ মুদ্রাৰ উদাহৰণ?

(ক) বিহিত মুদ্রা।

(খ) অবিহিত মুদ্রা।

(গ) ধাতুমুদ্রা।

(ঘ) কাগজী মুদ্রা।

উত্তৰঃ (খ) অবিহিত মুদ্রা।

১৫। মান মুদ্রাৰ দ্বিতীয় অৰ্থ কি?

(ক) বাহ্যিক মূল্য = অন্তর্নিহিত মূল্য।

(খ) ধাতুমূলক মুদ্রা।

(গ) কাগজী মুদ্রা।

(ঘ) ইলেক্ট্ৰনিক মুদ্রা।

উত্তৰঃ (ক) বাহ্যিক মূল্য = অন্তর্নিহিত মূল্য।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top