Niketan Class 6 Assamese Chapter 13 ধনপতি

Niketan Class 6 Assamese Chapter 13 ধনপতি is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class VI Assamese Chapter 13 ধনপতি and select need one.

Niketan Class 6 Assamese Chapter 13 ধনপতি

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Assamese Chapter 13 ধনপতি Solutions for All Subjects, You can practice these here.

ধনপতি

Chapter – 13

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। শব্দ – অর্থ

শব্দঅর্থ
দেশব্যাপিগােটেই দেশজুৰি
স্বজাতিনিজৰ দেশ বা সমাজ
ন্যায-নিৰূপিতনিয়ম অনুসাৰে
কলংকদাগ , চেকা , কুখ্যাতি
কলংকবর্জিতদাগ নথকা
ধনপতিধনৰ গৰাকী , চহকীলােক
মূলমন্ত্রমূল নীতি

প্রশ্ন ২। প্রকৃত ধনীলােক কোনজন ? 

উত্তৰঃ যিজন লোকে সজ উপায়েৰে ধন উপার্জন কৰে আৰু সমাজৰ উন্নতিৰ হকে ধন খৰচ কৰে তেনে লােকহে প্রকৃত ধনীলােক । 

প্রশ্ন ৩। ‘ধনবান আছে বহু দেশ – বিদেশত’— ইয়াত কবিয়ে কেনে ধনীলােকৰ কথা কৈছে ? 

উত্তৰঃ ইয়াত কবিয়ে স্বজাতিৰ উন্নতিৰ হকে ধন খৰচ কৰা ধনীলােকৰ কথা কৈছে । 

প্রশ্ন ৪। কেনে ধন কলংক বর্জিত ? 

উত্তৰঃ সজ উপায়েৰে অৰ্জন কৰা ধন কলংক বর্জিত । 

প্রশ্ন ৫। বাক্য ৰচনা কৰাঁ – 

দেশব্যাপী , মূলমন্ত্র , দেশ – বিদেশ , কলংক

উত্তৰঃ দেশব্যাপি :- সমগ্র দেশব্যাপি স্বাধীনতা দিৱসৰ আয়ােজন চলিছে।

মূলমন্ত্র :- অধ্যয়নেই জ্ঞান অর্জনৰ মূলমন্ত্র । 

দেশ-বিদেশ :- দেশ-বিদেশ সকলােতে স্বার্থপৰ মানুহ আছে ।

কলংক :- অসৎ উপায়েৰে ধন উপার্জন কৰা লােকসকল দেশৰ কলক কলংক । 

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। ধনপতি কবিতাটিৰ কবি কোন ? 

উত্তৰঃ ধনপতি কবিতাটিৰ কবি সূর্যকুমাৰ ভূঞা । 

প্রশ্ন ২। সূর্যকুমাৰ ভূঞাৰ কবিতা পুথিখনৰ নাম লিখা । 

উত্তৰঃ সূর্যকুমাৰ ভূঞাৰ কবিতা পুথিখনৰ নাম ‘ নির্মালি ’ 

প্রশ্ন ৩। তেখেতে বৈষ্ণৱ আহিত ৰচনা কৰা গ্ৰন্থখনৰ নাম লিখা । 

উত্তৰঃ তেখেতে বৈষ্ণৱ আহিত ৰচনা কৰা গ্ৰন্থখনৰ নাম হ’ল— ‘ জয়মতী উপাখ্যান । 

প্রশ্ন ৪। তেখেতে ‘ জয়মতী উপাখ্যান ’ গ্রন্থখন কি নামত লিখিছিল ? 

উত্তৰঃ ‘ভানুনন্দন’ নামত তেখেতে জয়মতী উপাখ্যানখন লিখিছিল । 

প্রশ্ন ৫। সূর্যকুমাৰ ভূঞা অসম সাহিত্য সভাৰ কিমান সংখ্যক অধিবেশনৰ সভাপতি আছিল ? 

উত্তৰঃ সূর্যকুমাৰ ভূঞা অসম সাহিত্য সভাৰ দ্বাবিংশ অধিবেশনৰ সভাপতি আছিল । 

প্রশ্ন ৬। কটন কলেজৰ প্ৰথম অসমীয়া অধ্যক্ষ কোন ? 

উত্তৰঃ কটন কলেজৰ প্ৰথম অসমীয়া অধ্যক্ষ ড° সূর্যকুমাৰ ভূঞা । 

প্রশ্ন ৭। সূর্যকুমাৰ ভূঞাৰ এখন মূল্যৱান গ্রন্থৰ নাম লিখা । 

উত্তৰঃ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top