Niketan Class 6 Assamese Chapter 12 আঘােণৰ পূর্ণিমা

Niketan Class 6 Assamese Chapter 12 আঘােণৰ পূর্ণিমা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Assamese Chapter 12 আঘােণৰ পূর্ণিমা and select need one.

Niketan Class 6 Assamese Chapter 12 আঘােণৰ পূর্ণিমা

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Assamese Chapter 12 আঘােণৰ পূর্ণিমা Solutions for All Subjects, You can practice these here.

আঘােণৰ পূর্ণিমা

Chapter – 12

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। শব্দ – অর্থ 

শব্দঅর্থ
কাজেলি ( কথিত )কজলা
নুন ( কথিত )লোণ
টেপােল ( কথিত )টেপৰ ( টেঙা )
হক ( কথিত )হওক
এনথােৰ ( কথিত )এওঁলােকৰ
বেটাই ( কথিত )পাে
মহােৰ ( কথিত )মহৰ
বাঁহােৰ ( কথিত )বাঁহৰ
ভাল – ভােলকাযিজনে মহােহােত ভালুকৰ ভাও দিয়ে
দিবাক লাগিদিবলৈ
নাঙালনাঙল
খালুখালাে
নেদিনিদি
দিলাকদিলে
ল’ৰা চ’ৰিলৰচৰ কৰে
ৰেহ-ৰূপগয় – গতি , গতিগােত্র,আলেখলেখ
পিৰালিঘৰৰ ভেটিৰ বাহিৰৰ অংশ
জোলােঙামােনা
আঁতি-গুৰি পৰিচয় , আদি কথা ,মূল কথা
বিনােদন আমােদ দিয়া কার্য
খু-দুৱনি উগুল-থুগুল
আচহুৱা  নজনা-নুশুনা

প্রশ্ন ২। চমু প্রশ্নোত্তৰ-

( ক ) মহখেদা উৎসৱটো অসমৰ কোন কোন অঞ্চলত পালন কৰা হয় ? 

উত্তৰঃ মহখেদা উৎসৱটো নামনি অসমৰ গােৱালপাৰা আৰু নলবাৰী জিলাৰ উত্তৰ অঞ্চলত পালন কৰা হয় । 

( খ ) মহােহাে শব্দটোৰ উৎপত্তি কেনেকৈ হ’ল ? 

উত্তৰঃ মহােহাে শব্দটো মহ শব্দৰ লগত বড়াে ভাষাৰ হাে শব্দ লগ লাগি উৎপত্তি হল । 

( গ ) মহােহাে উৎসৱটো কোন মাহৰ কোন সন্ধিয়াত পালন কৰা হয় ? 

উত্তৰঃ মহােহাে উৎসৱটো আঘােণ মাহৰ পূর্ণিমা তিথিৰ সন্ধিয়া পালন কৰা হয় । 

( ঘ ) মহােহাে গােৱা দলটোৱে গৃহস্থক কি আশীর্বাদ দিলে ? 

উত্তৰঃ মহােহাে গােৱা দলটোৱে ‘ গৃহস্থৰ কুশল হক ’ বুলি আশীর্বাদ দিলে। 

প্রশ্ন ৩। মহােহাে উৎসৱ পালন কৰোঁতে দলটোৱে কি কি কৰে তাৰ এটি বিৱৰণ দিয়া ।

উত্তৰঃ মহখেদা উৎসৱ পালন কৰোঁতে দলটোৰ এজনে কান্ধত এখন জোলােঙা ওলােমাই লয় । আন এজনে ভালুকৰ বেশ ধৰে । ভালুকৰ বেশ ধৰা ল’ৰাজনে গাত , শুকান কলপাত মেৰিয়াই লয় । হাতত শুকান ঢকুৱাৰ খাৰু , বাজু , আৰু শিৰত মুকুট পিন্ধে । দলটোৰ বাকীবােৰ ল’ৰাই হাতত টোকোন লৈ মাটিত চেও ধৰি ঠক্ ঠক কৰি খুন্দিয়াই আৰু তালে তালে ভােলুক আগুৰি ধৰি মহখেদা গীত গায় ।

প্রশ্ন ৪। পকা ধান খাবলৈ অহা বটা চৰাইক হুৰাই দিবলৈ কি গীত গােৱা হয় ? 

উত্তৰঃ পকা ধান খাবলৈ অহা বটা চৰাইক বাই দিবলৈ গােৱা গীতটি হল— 

                      ‘ হুৰ বটা চৰাই 

                       মােৰ ধান নেখাবি 

                       তােক দিম গােটে কড়াই । 

প্রশ্ন ৫। বাক্য ৰচনা কৰাঁ –

            আঁতি – গুৰি , খু-দুৱনি , জোলােঙা , পিৰালি , আচহুৱা 

উত্তৰঃ আঁতি-গুৰি :- মাজনীয়ে মহােহাে উৎসৱৰ আঁতি-গুৰি একো বুজি নাপালে । 

খু-দুৱনি :- ৰিজাল্টটো পােৱাৰ পিছতহে অংকুৰৰ মনৰ খু – দুৱনি মাৰ গৈছে । 

জোনােঙ :- মানুহজনে অনবৰতে কান্ধত জোলােঙাটো লৈ ঘূৰি ফুৰে । 

পিৰালি :- ৰাহুলে পিৰালিতে বহি আকাশৰ তৰাবােৰ চাই আছে । 

আচহুৱা :- নম্রতাহঁতৰ ঘৰৰ নিয়ম – কানুনবােৰ বৰ আচহুৱা । 

প্রশ্ন ৬। কাহিনীটো পঢ়ি চমুকৈ উত্তৰ দিয়া –

( ক ) পাপৰিৰ দেউতাক কোন ? 

উত্তৰঃ পাপৰিৰ দেউতাক মহিধৰ পণ্ডিত । 

( খ ) পণ্ডিতনীৰ নাতি-নাতিনীহালৰ নাম কি ? 

উত্তৰঃ পণ্ডিতনীৰ নাতি – নাতিনীহালৰ নাম — কণমইনা আৰু মাজনী। 

( গ ) মহীধৰ পণ্ডিতে ছােৱালীজনীক ক’লৈ বিয়া দিছে ? 

উত্তৰঃ মহীধৰ পণ্ডিতে ছােৱালীজনীক শিৱসাগৰলৈ বিয়া দিছে । 

( ঘ ) মাজনীয়ে কোন শ্রেণীৰ পৰীক্ষা দি আহিছে ? 

উত্তৰঃ মাজনীয়ে চতুর্থ শ্রেণীৰ পৰীক্ষা দি আহিছে। 

( ঙ ) মাজনীৰ ককাকৰ নাম কি ? 

উত্তৰঃ মাজনীৰ ককাকৰ নাম মহীধৰ পণ্ডিত । 

( চ ) সােণমইনা আৰু মাজনী প্রতিবছৰ এবাৰ গাঁৱৰ ঘৰলৈ আহে কিয় ? 

উত্তৰঃ সােণমইনা আৰু মাজনীয়ে ককাক – আইতাকৰ সৈতে কেইটামান দিন গাঁৱত কটাবলৈ আহে । 

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। কণমইনা কোন শ্রেণীত পঢ়ে ? 

উত্তৰঃ কণমইনা ষষ্ঠ শ্রেণীত পঢ়ে । 

প্রশ্ন ২। পণ্ডিত – পণ্ডিতনীয়ে মহােহাে গােৱা দলটোক কি কি দি সেৱা কৰিছিল ? 

উত্তৰঃ পণ্ডিত – পণ্ডিতনীয়ে মহােহাে গােৱা দলটোক বঁটাত তামােল – পাণ এযােৰ আৰু ৰূপ কুৰি টকা দি সেৱা কৰিছিল । 

প্রশ্ন ৩। ‘ ঘৰজীয়া ‘ মানে কি ? 

উত্তৰঃ ঘৰজীয়া মানে – ঘৰজোঁৱাই ৷ 

প্রশ্ন ৪। লােক সংস্কৃতিৰ মূল কি ? 

উত্তৰঃ লােক সংস্কৃতিৰ মূল প্রাচীন গাঁৱলীয়া সমাজ । 

প্রশ্ন ৫। ‘হাে’ শব্দৰ অর্থ কি ? 

উত্তৰঃ ‘হাে’ শব্দৰ অৰ্থ খেদা । 

প্রশ্ন ৬। মহােহাে উৎসৱৰ দৰে প্ৰায় একে উৎসৱবােৰ কি কি ? 

উত্তৰঃ মহােহাে উৎসৱৰ দৰে প্ৰায় একে উৎসৱবােৰ হ’ল— ‘এৰিউ মাগা’ আৰু ‘বা ………… পিটা’ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top