Niketan Class 4 Social Chapter 1 অসম ৰাজ্যৰ পৰিচয়

Niketan Class 4 Social Chapter 1 অসম ৰাজ্যৰ পৰিচয়, Sankardev Sishu Niketan Chapter 1 অসম ৰাজ্যৰ পৰিচয় Class 4 Social Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

অসম ৰাজ্যৰ পৰিচয়

Chapter – 1

SANKARDEV SISHU NIKETAN

প্রশ্নোত্তৰ

প্রশ্ন ১: চমু উত্তৰ দিয়া –

(ক) অসমৰ প্ৰাচীন নাম কি কি আছিল ?

উত্তৰ : প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ। 

(খ) কামাখ্যা মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰ : নৰকাসুৰে।

(গ) বাণ ৰজাই বৰ্তমানৰ কোনখন জিলাত ৰাজত্ব কৰিছিল ?

উত্তৰ : শোণিতপুৰ জিলাত।

(ঘ) অসমত আহোম ৰাজ্য কেতিয়া স্থাপন হৈছিল ?

উত্তৰ : ১২২৮ খ্ৰীষ্টাব্দত।

(ঙ) অসমৰ এটা ওখ পৰ্বতৰ নাম লিখা।

উত্তৰ : বৰাইল পৰ্বত।

(চ) তোমাৰ নিজ জিলাখন কোনটো প্রাকৃতিক বিভাগত পৰে ?

উত্তৰ : ব্ৰহ্মপুত্ৰ উপত্যকাত।

প্রশ্ন ২ : খালী ঠাই পূৰ কৰা—

(ক)……… চনত অসম ব্ৰিটিছৰ অধীনলৈ যায়।

উত্তৰ : ১৮২৬ চনত অসম ব্ৰিটিছৰ অধীনলৈ যায়।

(খ) বৰাক উপত্যকা অসমৰ…………দিশত অৱস্থিত।

উত্তৰ : বৰাক উপত্যকা অসমৰ দক্ষিণ দিশত অৱস্থিত।

(গ) কুচিয়াৰা নৈখন অসমৰ……….. উপত্যকাত অৱস্থিত।

উত্তৰ : কুচিয়াৰা নৈখন অসমৰ বৰাক উপত্যকাত অৱস্থিত।

(ঘ) ভাস্কৰ বৰ্মনৰ দিনত অসমলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম…………..৷

উত্তৰ : ভাস্কৰ বৰ্মনৰ দিনত অসমলৈ অহা চীনা পরিব্রাজকজনৰ নাম হিউৱেন চাং।

(ঙ) বৰ্তমান অসমৰ মুঠ জিলা…………খন ৷

উত্তৰ : বৰ্তমান অসমৰ মুঠ জিলা ৩২ খন।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১ : আহোম ৰাজ্য কোনে স্থাপন কৰিছিল ?

উত্তৰ : চাও লুংচুকাফাই।

প্রশ্ন ২ : আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল ?

উত্তৰ : প্রায় ৬০০ বছৰ কাল ৰাজত্ব কৰিছিল।

প্রশ্ন ৩ : অসমত আহোম ৰাজত্বৰ সময়ৰ পাঁচটা যুগমীয়া কীৰ্তিচিহ্নৰ নাম লিখা।

উত্তৰ : শিৱদ’ল, জয়সাগৰ পুখুৰী, কাৰেংঘৰ, ৰংঘৰ আৰু তলাতল ঘৰ।

প্রশ্ন ৪ : আহোম ৰাজত্বৰ পূৰ্বৰ অসমৰ তিনিটা কীৰ্তিচিহ্নৰ নাম লিখা ৷

উত্তৰ : কামাখ্যা মন্দিৰ, নৱগ্ৰহ মন্দিৰ আৰু উমানন্দ মন্দিৰ।

প্রশ্ন ৫ : প্রাকৃতিক গঠন অনুসৰি অসমক কেইটা ভাগত ভাগ কৰা হৈছে ? ভাগকেইটাৰ নাম লিখা।

উত্তৰ : তিনিটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হ’ল—

(১) ব্রহ্মপুত্র উপত্যকা।

(২) বৰাক উপত্যকা । আৰু

(৩) উত্তৰ কাছাৰ আৰু কাৰ্বি আংলং পার্বত্য অঞ্চল।

প্রশ্ন ৬ : ব্ৰহ্মপুত্ৰৰ পাঁচখন উপনৈৰ নাম লিখা।

উত্তৰ : কপিলী, সোৱণশিৰি, পাগলাদিয়া, বেঁকী আৰু মানাহ। 

প্রশ্ন ৭ : জাতিংগা নামৰ ঠাইখন কিয় পৃথিৱী বিখ্যাত ?

উত্তৰ : পৰিভ্ৰমী চৰাইৰ সমাৱেশৰ বাবে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top