অসমীয়া নাট্য উদ্যোগ সাধাৰণ জ্ঞান | Assamese Drama GK

অসমীয়া নাট্য উদ্যোগ সাধাৰণ জ্ঞান | Assamese Drama GK – Today We Discuss Assamese Drama GK Any Government competitive exam, we try to give you most Important MCQ type Question and Answer.

অসমীয়া নাট্য উদ্যোগ সাধাৰণ জ্ঞান

Join Telegram channel

অসমীয়া নাট্য উদ্যোগ সাধাৰণ জ্ঞান | Assamese Drama GK we cover under the All Competitive exam as follows, Assam Govt Recruitment Grade II, Grade III & Grade IV Any of the Post, APSC, Assam Police, Post Office Exam, PNRD Exam, any Medical Exam, Forest Guard Exam, APDCL Exam, Agriculture Exam, and other state exams. You can follow these Apps and Youtube Channel prepares for all exams.

অসমীয়া নাট্য উদ্যোগ সাধাৰণ জ্ঞান

1. অসমীয়া নাটকৰ পিতৃস্বৰূপ কোন ? 

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ।

2. শ্ৰীমন্ত  শংকৰদৱে ৰচনা কৰা নাটকসমূহক কি বুলি কোৱা হয় ?

উত্তৰঃ অংকীয়া নাট।

3. অংকীয়া নাটকৰ মুখ্য চৰিত্ৰ কি ?

উত্তৰঃ সূত্ৰধাৰ।

4. অসমৰ থিয়েটাৰৰ মূল ভেটি কি ?

উত্তৰঃ পুৰণি কালত অসমত প্ৰচলিত ‘ওজাপালি’ আৰু ‘পুতুলা নাচ’ অসমৰ থিয়েটাৰৰ মূল Îভটি।

5. লম্বোদৰ বৰাই অসমীয়ালৈ অনুবাদ কৰা সংস্কৃত নাটক কোনখন ?

উত্তৰঃ কালিদাসৰ ‘শকুন্তলা’।

6. কামৰূপ নাট্য পৰিষদৰ প্রথম সম্পাদক গৰাকী কোন আছিল ?

উত্তৰঃ ৰঘুনাথ চৌধাৰী।

7. কোনজন অসমীয়া অভিনেতাই অসমৰ বাহিৰত প্রথমে অসমীয়া অংকীয়া নাট মঞ্চস্থ  কৰিছিল ?

উত্তৰঃ হেমন্ত মিশ্ৰই  (আমেৰিকাত)।

8. ১৯৫৪ চনত দিল্লীত মঞ্চস্থ হোৱা জ্যোতি প্রসাদ আগৰৱালাৰ কোনখন নাটকে শ্রেষ্ঠ লোক নাটৰ সন্মান লাভ কৰে ?

উত্তৰঃ শোণিত কুঁৱৰী।

9. ১৯৬৩ চনত দিল্লীত অনু্িঠত বহুভাষিক নাট মহোৎসৱত কোনখন অসমীয়া নাটে শ্রেষ্ঠ  নাটৰ বঁটা লাভ কৰিছিল ?

উত্তৰঃ ‘জুইয়ে পোৰা সোণ’ (ৰচক ফণী শৰ্মা)।

10. অসমৰ সৰ্বপ্রথম ভ্ৰাম্যমান নাট্যদল কোনটো ?

উত্তৰঃ  নটৰাজ থিয়েটাৰ।

11. প্রথম অসমীয়া সামাজিক নাটক কোনখন ?

উত্তৰঃ গুণাভিৰাম বৰুৱাই ১৮৫৭ চনত ৰচনা কৰা ‘ৰাম নৱমী’।

12. গুৱাহাটী অনাতঁৰ কেন্দ্ৰৰ পৰা সম্প্ৰচাৰ কৰা প্রথম অসমীয়া নাট কোনখন ?

উত্তৰঃ ‘ধৰালৈ যিদিনা নামিব সৰগ’ (ৰচক: সত্য প্ৰসাদ বৰুৱা)।

13.  সংস্কৃত ভাষাৰ নাটক অসমীয়ালৈ অনুবাদ কৰা প্রথম অসমীয়াজন কোন ?

উত্তৰঃ লম্বোদৰ বৰা।

14. কোনটো নাট্যদলে খ্যাতনামা নৃত্য পৰিচালক কমলা নাথৰ নৃত্য পৰিচালনাৰে ‘লেডী ডায়েনা’ মঞ্চস্থ কৰিছিল ?

উত্তৰঃ  আৱাহন থিয়েটাৰ।

15. কোনখন থিয়েটাৰ মঞ্চত ব্রজনাথ শৰ্মাই এজন অভিনেতা হিচাপে  আত্ম প্রকাশ কৰিছিল ?

উত্তৰঃ ডুমডুমাত প্ৰদৰ্শিত থিয়েটাৰ মঞ্চত।

16. ‘টাইটানিক’ নাটকখন কোনটো ভ্ৰাম্যমাণ থিয়েটাৰ দলে মঞ্চস্থ কৰিছিল ?

উত্তৰঃ  কহিনুৰ থিয়েটাৰে।

17. অসমৰ বিখ্যাত আৰু পুৰণি ৰংমঞ্চ ক’ত অবস্থিত?

উত্তৰঃ তেজপুৰত।

18. কোন গৰাকী ব্যক্তিয়ে ‘লেডী ডায়েনা’ৰ  নাট্যৰূপ দিছিল ?

উত্তৰঃ সেৱাব্রত   বৰুৱা।

19. ব্রজনাথ শৰ্মাদেৱে গঠন কৰা ভ্ৰাম্যমাণ নাট্যদলটোৰ নাম কি ?

উত্তৰঃ কহিনুৰ অপেৰা পাৰ্টি।

20. ‘লেডী ডায়েনা’ কোখন ভ্ৰাম্যমাণ থিয়েটাৰ দলে মঞ্চস্থ  কৰিছিল ?

উত্তৰঃ  আৱাহন থিয়েটাৰে।

21. ‘নটৰাজ থিয়েটাৰ’ দল কোন চনত গঠিত হয় ?

উত্তৰঃ  ১৯৬৩ চনত।

22. কোনজন অসমীয়া নাট্যকাৰে ‘টাইটানিক’ নামৰ ইংৰাজী কথাছবিখনৰ নাট্যৰূপ দিয়াৰ লগতে নাটকখন পৰিচালনাও কৰিছিল ?

উত্তৰঃ হেমন্ত দত্ত।

23. অসমৰ এজন বিশিষ্ট নাট্যকাৰ, অভিনেতা, নাট পৰিচালক আৰু থিয়েটাৰ সংগঠক। এইজন ব্যক্তিয়ে নৱম শ্ৰেণীত পঢ়ি থাকোতে ‘একলব্য’ নামৰ নাটকখন ৰচনা কৰিছিল। ব্যক্তিজন কোন ?

উত্তৰঃ  লক্ষ্যধৰ চৌধুৰী।

24. ‘বেন্ডিত কুইন’ কোনখন থিয়েটাৰ দলে মঞ্চস্থ কৰিছিল ?

উত্তৰঃ  হেঙুল থিয়েটাৰ।

25. তৰুণ কুমাৰ বৰদলৈয়ে কিমান চনত ‘নাট্যভূষণ বঁটা’ লাভ কৰে ?

উত্তৰঃ ১৯৯৮ চনত।

26. অসমীয়া নাটক বাণীবদ্ধ কৰা প্রথম অসমীয়া ব্যক্তিজন কোন ?

উত্তৰঃ  প্ৰফুল্ল চন্দ্ৰ বৰুৱা।

27. ‘লেডি ডায়েনা’ নাটকখন কোনে পৰিচালনা কৰিছিল ?

উত্তৰঃ  তপন দাসে।

28. ‘অনামিকা যুৱ শিল্পী সমাজে’ এজন ব্যক্তিক মৰণোত্তৰভাৱে ‘অভিনায়াচাৰ্য’ উপাধি প্রদান কৰিছিল। ব্যক্তিজন কোন ?

উত্তৰঃ ব্র জনাথ শৰ্মা।

29. ‘ধৰালৈ যিদিনা নামিব সৰগ’ নাটকখনৰ ৰচক কোন ?

উত্তৰঃ  সত্যপ্ৰসাদ বৰুৱা।

30. ‘কাঠমাণ্ডুৰ দেৱযানী’ কোনখন ভ্ৰাম্যমাণ থিয়েটাৰ দলে মঞ্চস্থ কৰিছিল ?

উত্তৰঃ  ভাগ্যদেৱী থিয়েটাৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top