Wildlife and National Park of Assam – অসমৰ বন্যপ্রাণী আৰু ৰাষ্ট্রীয় উদ্যান

অসমৰ বন্যপ্রাণী আৰু ৰাষ্ট্রীয় উদ্যান [ Part 2 ]

1. অসমৰ পাহাৰীয়া জিলাসমূহৰ বনজ  সম্পদ সংৰক্ষণ আৰু ব্যৱহাৰৰ দায়িত্ব কাক দিয়া হৈছে ?

Join Telegram channel

উত্তৰঃ জিলা পৰিষদক।

2. অসমৰ সমভূমি অঞ্চলৰ জিলাসমূহৰ বনজ সম্পদমূহৰ সংৰক্ষণৰ দায়িত্ব কাৰ ওপৰত দিয়া হৈছে ?

উত্তৰঃ বন বিভাগ, অসম।

3. ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনে কোন চনত চৰকাৰৰ স্বীকৃতি লাভ কৰে ?

উত্তৰঃ ১৯৯৯ চনত।

4. অসমৰ হাবিত কেই প্রজাতিৰ মাছ পোৱা যায় ?

উত্তৰঃ ১২৮ টা।

5. ডিব্ৰু – চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

উত্তৰঃ – এইখন ৰাষ্ট্ৰীয় উদ্যান তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত । ইয়াৰ প্ৰধান জন্তু হ’ল বাঘ আৰু হাতী ।

6. গৰমপানী অভয়াৰণ্য

উত্তৰঃ – ই কাৰ্বি আংলংত অৱস্থিত । ইয়াত বাঘ , হাতী আৰু হলুবান্দৰ পোৱা যায় ।

7. পানীদিহিং অভয়াৰণ্য

উত্তৰঃ – এই অভয়াৰণ্যখন শিৱসাগৰ জিলাত অৱস্থিত । পানীদিহিং অভয়াৰণ্যৰ প্ৰধান প্ৰাণী হ’ল-

ৰাজহাঁহ , বগলী আৰু চুটি নেজৰ বান্দৰ ।

8. চক্ৰশিলা অভয়াৰণ্য

উত্তৰঃ – ই ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অৱস্থিত । ইয়াত সোণালী বান্দৰ , বাঘ , চিতাবান্দৰ আদি পোৱা যায় ।

9. সোনাই ৰূপা অভয়াৰণ্য

উত্তৰঃ – এই অভয়াৰণ্যখন শোণিতপুৰ জিলাত অৱস্থিত । ইয়াৰ প্ৰধান প্ৰাণী – বাঘ , হাতী আৰু হৰিণা ।

10. অসমৰ দুটা পক্ষী অভয়াৰণ্যৰ নাম কোৱা ?

উত্তৰঃ ‘পানী দিহিং’ আৰু ‘দীপৰ বিল’।

11. ‘দেও হাঁহ’ৰ বৈজ্ঞানিক নাম কি ?

উত্তৰঃ কাইছিনা ছুটুলাতা।

12. অসমত থকা দুটা ব্যাঘ্ৰ সংৰক্ষণ  কৰা ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি ?

উত্তৰঃ ‘মানাহ ৰাষ্ট্ৰীয় উদ্যান’ আৰু ‘নামেৰী ৰাষ্ট্ৰীয় উদ্যান’।

13. অসমত হাতীৰ আবাসিক ভূমি কোনখন অভয়াৰণ্যত সৰ্বাধিক ?

উত্তৰঃ পাভৈ  অভয়াৰণ্যত।

14. অসমৰ কাজিৰঙা  ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত ?

উত্তৰঃ এশিঙ্গীয়া গড়ৰ বাবে।

15. মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান ?

উত্তৰঃ ৫০০ বৰ্গ কিলোমিটাৰ।

16. ‘পবিতৰা অভয়াৰণ্য’ কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে ?

উত্তৰঃ ১৯৮৭ চনত।

17. ‘মানস অভয়াৰণ্য’ কোনবিধ জন্তুৰ ৰাষ্ট্ৰীয় বাবে  বিখ্যাত ?

উত্তৰঃ বাঘ।

18. সোণাই-ৰূপাই অভয়াৰণ্যখন ক’ত অৱস্থিত ?

উত্তৰঃ শোণিতপুৰ জিলাত।

19. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান ?

উত্তৰঃ ৪৩০ বৰ্গ কিলোমিটাৰ।

Suggest Read: Geography of Assam GK – অসমৰ ভৌগোলিক তথ্য

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top