Wildlife and National Park of Assam – অসমৰ বন্যপ্রাণী আৰু ৰাষ্ট্রীয় উদ্যান

Wildlife and National Park of Assam: Wildlife and National Park of Assam Police Exam, Wildlife and National Park of Assam GK Bank Exam, Assam Wildlife and National Park of Post Office Exam, Wildlife and National Park of Assam gk PNRD Exam, Wildlife and National Park of Assam gk Medical Exam, Assam Wildlife and National Park of Forest Guard Exam, Assam Wildlife and National Park of APDCL Exam, Assam Wildlife and National Park of Agriculture Exam, and other state exams.

Join Telegram channel

With five national parks, two of which are designated World Natural Heritage Sites by UNESCO, and several wildlife and bird sanctuaries, Assam is a blessed land for wildlife enthusiasts. At the heart of its mind-boggling biodiversity is the rich topography of Assam with its lush hills and valleys dissected by the majestic Brahmaputra and its many tributaries.

Wildlife and National Park of Assam
Wildlife and National Park of Assam – অসমৰ বন্যপ্রাণী আৰু ৰাষ্ট্রীয় উদ্যান

Suggest Read: Communication of Assam GK – অসমৰ যোগাযোগ ব্যৱস্থা

Assam is home to over 180 species of mammals, including rare and endangered species like the great Indian one-horned rhinoceros, the royal Bengal tiger, the golden langur, and the hoolock gibbon, and a spectacular range of avifauna.

Assam’s most famous parks are Kaziranga and Manas. Both were conferred World Heritage Status in 1985.

অসমৰ বন্যপ্রাণী আৰু ৰাষ্ট্রীয় উদ্যান [ Part 1 ]

1. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

উত্তৰঃ – গোলাঘাট জিলাত অৱস্থিত । ইয়াত গঁড় , বাঘ , ম’হ , হাতী , পহু আৰু বিভিন্ন জাতিৰ সাপ – পক্ষী আদি পোৱা যায় ।

2. মানাহ ৰাষ্ট্ৰীয় উদ্যান

উত্তৰঃ – বৰপেটা আৰু বঙাইগাঁও জিলাত অৱস্থিত । ইয়াৰ প্ৰধান জন্তু হ’ল – হাতী , বাঘ আৰু সোণালী বান্দৰ ।

3. পবিতৰা অভয়াৰণ্য

উত্তৰঃ – মৰিগাঁও জিলাত অৱস্থিত । এই অভয়াৰণ্যত গঁড় , ম’হ , গাহৰি আৰু বিভিন্ন প্ৰজাতিৰ চৰাই পোৱা যায় ।

4. ওৰাং ৰাষ্ট্ৰীয় উদ্যান

উত্তৰঃ – দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত । ইয়াত গঁড় ,হাত , বাঘ আৰু ফেঁটীসাপ পোৱা যায় ।

5. পদুমণি অভয়াৰণ্য

উত্তৰঃ – এই অভয়াৰণ্যখন তিনিচুকীয়াৰ ভেৰজানত অৱস্থিত । ইয়াত চুটি নেজৰ বান্দৰ পোৱা যায় ।

6. অসমৰ বৃহত্বম ৰাষ্ট্ৰীয়  উদ্যান কোনখন ?

উত্তৰঃ মানাহ ৰাষ্ট্ৰীয় উদ্যান।

7. অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে ?

উত্তৰঃ ৫ খন।

8. অসমৰ ৰাজ্যিক ফুল কি ?

উত্তৰঃ কপৌ ফুল।

9. অসমৰ ৰাজ্যিক বৃক্ষ  কি ?

উত্তৰঃ হোলোং গছ।

10. অসমৰ ৰাজ্যিক পশু কি ?

উত্তৰঃ এশিঙ্গীয়া গড়।

11. অসমৰ ৰাজ্যিক পক্ষী কি ?

উত্তৰঃ দেওঁ হাঁহ।

12. অসমত পোৱা বন মানুহবিধক কি বুলি কোৱা হয় ?

উত্তৰঃ হুলক গিবন।

13. অসমত কিমান প্রজাতিৰ স্তন্যপায়ী প্রাণী পোৱা যায় ?

উত্তৰঃ ১৮৯ বিধ।

14. ‘পিগমী-হগ’ (Pigmy-Hog)  ৰ অসমীয়া স্থানীয়  নাম কি ?

উত্তৰঃ নল-গাহৰি।

15. কুলিৰ বৈজ্ঞানিক নাম কি ?

উত্তৰঃ ইউ ডাইনামিছ স্কোলোপাছিয়া।

16. অসমত পোৱা এশিঙ্গীয়া গড়ৰ শিংৰ দৈর্ঘ  কিমান ?

উত্তৰঃ ১৫ – ১৬ ইঞ্চি।

17. অসমৰ সৰ্বাধিক উচ্চতাৰ বাঁহ কোনবিধ ?

উত্তৰঃ বৰ ভালুক (৩০ মিটাৰ)।

18. অসমত মুঠ কিমান প্রজাতিৰ কপৌ ফুল পোৱা যায় ?

উত্তৰঃ ১৮২ প্ৰজাতিৰ।

19. অসমৰ বৃহত্বম বৃক্ষ  কি ?

উত্তৰঃ হোলোং।

20. কোন চনত চৰকাৰে বৰনদীক বন্যপ্রাণী  অভয়াৰণ্যৰ  স্বীকৃতি দিয়ে ?

উত্তৰঃ ১৯৮১ চনত।

Suggest Read: Assam History MCQ All Competitive Exam – অসম বুৰঞ্জী

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top